en
Feedback

Don't get caught by a cheater! Telemetrio finds and tags such channels 👉 If you want to see the tag, subscribe

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Open in Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Show more
6 257
Subscribers
+224 hours
-297 days
-10930 days
Posts Archive
📊 Evening Star Pattern (Bearish Reversal) . Traders , আজি মই এটা important candlestick pattern explain কৰিম — Evening Star। Beginner হলে এইটো ভালকৈ বুজি লওক, কাৰণ এইটো market reversal চিনাক্ত কৰিবলে বহুত useful। 🔴 Evening Star কি হয়? Evening Star এটা bearish reversal pattern মানে → Uptrend শেষ হোৱাৰ সংকেত দিয়ে 📉 এইটো 3টা candleৰে বনে : 1️⃣ First Candle → Strong bullish (Green) 👉 Buyers controlত থাকে 2️⃣ Second Candle → Small body (Doji / small candle) 👉 Market confusion (buyers vs sellers equal) 3️⃣ Third Candle → Strong bearish (Red) 👉 Sellers control লৈ লয় ⏰ কেতিয়া এইটো valid হয়?👇👇 ✔️ Must be in Uptrend ✔️ Resistance zoneত হলে strongest signal ✔️ Third candle first candleৰ body ভিতৰত close কৰিলে best 🎯 Entry কেতিয়া লব?👇👇👇 👉 Third red candle close হোৱাৰ পাছত entry লব 👉 Aggressive হলে breakdownৰ লগে লগে entry 📍 Stop Loss → Second candle (star) ৰ high ওপৰত 📍 Target → Previous support level বা risk-reward 1:2 maintain কৰক ❌ কেতিয়া trade নকৰিব? 🚫 Sideways marketত ignore কৰক 🚫 Volume low হলে entry avoid কৰক 🚫 Strong supportৰ ওপৰত থাকিলে trade risky 🚫 News timeত blindly trade নকৰিব 📊 Extra Confirmation (Important) Only candlestickৰ ওপৰত depend নকৰিব👇 ✔️ Volume increase (red candleত) ✔️ RSI overbought (70+) ✔️ Resistance zone ✔️ Trendline breakdown ✔️ Moving Average rejection ⚡ Scalpingত কেনেকৈ use কৰিব ? ⏱️ Timeframe → / 5min 👉 Quick confirmation লাগিব 👉 Small SL use কৰক 👉 Fast exit strategy ৰাখক Example: Evening Star + resistance + volume spike = High probability trade 💪 এইটো কিমান powerful? 👉 Alone use কৰিলে 60-65% accuracy 👉 Confirmation লগালে 75-85% possible 🧠 Final Tip Marketত patience ই best weapon। Every Evening Star trade নকৰিব — only high quality setup লব । যদি এইটো useful লাগে, save কৰি ৰাখক আৰু practice কৰক 🔥

GOOD EVENING TRADERS

📊 Hello Traders… আজিৰ মাৰ্কেট Closed আছে। সাধাৰণতে আমি ভাবো—যিদিনা মাৰ্কেট Open থাকে, সেইদিনাই ট্ৰেডাৰৰ কাম বেছি থাকে। 👉 Market Analysis 👉 Trade Plan 👉 Execution 👉 Target Achieve হ’লে Wait কৰা 👉 Mindset Control 👉 Loss/Profit Handle কৰা 👉 Trade Management Right? ✅ কিন্তু সত্যটো কি জানেনে… 👉 Market Closed দিনবোৰত এজন Beginner বা Profitable Trader ৰো যথেষ্ট কাম থাকে। 📌 মই কি কৰোঁ (My Experience): মই ডাঙৰ মানুহ নহয় যে সকলোকে গাইড কৰিম… কিন্তু মোৰ experience আপোনালোকৰ লগত share কৰিব পাৰোঁ। 👉 বন্ধৰ দিনত মই প্ৰথমে এইটো কৰোঁঃ ✔️ আগৰ দিনবোৰত কৰা Mistake analyze কৰোঁ ✔️ যি কৰিব ভাবিছিলোঁ কিন্তু কৰা নহ’ল—সেইবোৰ note কৰোঁ ✔️ Over Trading, Revenge Trading, Greed—এইবোৰ চিনাক্ত কৰোঁ 📉 Common Problems: ❌ Over Trading ❌ Loss হোৱাৰ পিছত revenge লোৱা ❌ Profit আহিলেও Greed কৰি Loss কৰা ❌ Strategy follow নকৰা 👉 এইবোৰ লিখি ৰাখক (Make a list) তেতিয়া আপোনাৰ ভুলবোৰ স্পষ্ট দেখা যাব। 📊 Important কথা এটা: প্ৰতিটো Trade SL hit হ’লে মানে এইটো আপোনাৰ ভুল নহ’ব পাৰে। 👉 কেতিয়াবা Market নিজেও SL লৈ যায়। কিন্তু— ❌ Random entry ল’লে ❌ Logic নাথাকিলে 👉 সেইটো নিশ্চিত আপোনাৰ ভুল ❗ 🎯 Real Learning কি? মই আপোনালোকক Level, Setup share কৰোঁ— 👉 Educational purpose ৰ বাবে 👉 যাতে আপুনি Logic বুজিব পাৰে কিন্তু আটাইতকৈ জৰুৰী হৈছে👇 ✔️ Discipline ✔️ Mindset ✔️ Risk Management ✔️ Risk-Reward Ratio 👉 এইবোৰ নুবুজিলে— Strategy থাকিলেও কোনো লাভ নাই। ⏳ Reality Check: যিসকলে শিকিবলৈ আহিছে—Welcome 🙌 কিন্তু 2-5 দিনতে আপুনি একো শিকিব নোৱাৰিব। 👉 Trading এটা Long-Term Game 👉 Patience লাগে 👉 Consistency লাগে আমি চেষ্টা কৰোঁ— ✔️ Weekend ত কিছু শিকোৱা ✔️ Weekdays ত Voice/Screenshot দিয়াৰ কিন্তু… 👉 আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। 🔥 শেষত: 👉 Success ৰ কোনো Shortcut নাই 👉 Discipline + Patience = Growth

GOOD MORNING TRADERW

My TP 🧿📲

250 POINTS Meaning 5k done 👍 🧿🧿😃😃🙌
250 POINTS Meaning 5k done 👍 🧿🧿😃😃🙌

Pullback eta lobo . So olp place sl r babe dibole koisilu je . Saok 👆👆 Eta eta kotha , kuar dore milise .. Live t join kora
Pullback eta lobo . So olp place sl r babe dibole koisilu je . Saok 👆👆 Eta eta kotha , kuar dore milise .. Live t join kora hokole sai lobo

230 POINTS Per lot 4600/- Live tut koisilune 4.5k to 5k Aramot dibo . Kune kune hold t rakhisile .. enjoy okk
230 POINTS Per lot 4600/- Live tut koisilune 4.5k to 5k Aramot dibo . Kune kune hold t rakhisile .. enjoy okk

LAST DATE 🧿🧿🧿🧿🧿

Hello Traders 👋 সকলোকে আমাৰ E - Learn ৰ Group লৈ স্বাগতম 🙏 📊 এই Groupটোত আপোনালোকে Option Trading ৰ বিষয়ে Level বিলাক ফ্ৰীতে আপডেট পাই থাকিব 🔥 High Accuracy কিছু Setup আপোনালোকে ফ্ৰী অফ কষ্ট Daily পাই যাব 💡 যিবিলাক আমি আপোনালোকৰ লগত Share কৰোঁ, সেইবোৰৰ পৰা আপুনি বহুত কিছু শিকিব পাৰিব ⏳ যদি আপোনাৰ ওচৰত Time আছে আৰু আপুনি Time দিব পাৰে — তেন্তে এই Groupৰ পৰা আপুনি Freeতে বহুত Knowledge ল’ব পাৰিব 📚 একদম New হলেও Problem নাই — মাত্ৰ ২ দিন মান Time দিলে আপুনি নিজেই বুজি যাব আৰম্ভ কৰিব পাৰিব ━━━━━━━━━━━━━━━ 🎯 কিন্তু যদি আপুনি ভাবিছে — এই একেখিনি বস্তু Classৰ মাধ্যমেৰে শিকো, আৰু 1–1.5 মাহৰ ভিতৰত 4 বছৰৰ Experienceৰ পৰা বনোৱা Perfect Course লওঁ… 👉 তেন্তে আপুনি আমাৰ Classত Admission ল’ব পাৰে ━━━━━━━━━━━━━━━ ❗ পুনৰ কৈছোঁ — যদি আপুনি Admission ল’ব নোখোজে, তেন্তে কোনো Problem নাই 📊 আমি যিবিলাক Daily Level Share কৰোঁ, সেইবোৰৰ পৰা আপুনি শিকি যাব পাৰে 📺 আমাৰ Live Session আৰু YouTube Video চাইও আপুনি Freeতে বহুত কিছু শিকিব পাৰিব ━━━━━━━━━━━━━━━ ⚖️ Free vs Class Difference 🔹 Free → Time বেছি লাগিব নিজে Practice কৰি বুজিব লাগিব 🔹 Class → Step by Step A to Z Concept Clear Ready Structure Direct Learning ━━━━━━━━━━━━━━━ 📈 Classত কি শিকোৱা হ’ব? ✔️ Pure Market Analysis ✔️ Candle Reading ✔️ Trader হ’বলৈ লাগে যিবিলাক Core Concept 🔥 4 বছৰৰ Experienceৰ পৰা Filter কৰি Best Content দিয়া হৈছে ━━━━━━━━━━━━━━━ 💰 Fee — Only 3,000/ 👉 আমাৰ ফালৰ পৰা Best দিবলৈ চেষ্টা কৰিছোঁ ⚠️ বহুত মানুহে 3k দিবলৈ ভয় কৰে… কিন্তু Marketত 30k Loss কৰি দিয়ে 😓 আৰু একো শিকিব নোৱাৰে ━━━━━━━━━━━━━━━ 🚀 যদি সঁচাকৈয়ে শিকি Start কৰিব বিচাৰে — 👉 এতিয়াই Message কৰক @pritom93 ত 💬 Decision আপোনাৰ ❤️ কিন্তু মই জানো আপুনি ভাল Decision ল’ব

LIVE CLOSE ✅

80++ POINTS IN SENSEX
80++ POINTS IN SENSEX

PRIVATE LIVE :_ https://meet.google.com/hvs-crzv-eue ✅ JOIN কৰিব পাৰে । একেলগে চাম , আলোচনা কৰিম ,ট্ৰেড বিচাৰিম । .

LIVE AHIM NIKI ?? GOOGLE MEET. T ??

Hodai nijor setup ba jitu logic loi trade kore heitutie kam hbo . Matro hothik thailoi wait koribo lage Trade miss hbo pare . But fomo t entry jot tot nolobo

DONE 🧿🧿✅
DONE 🧿🧿✅

282 TO 334 52 POINTS 🧿🧿