E-Learn ( STOCK MARKET KNOWLEDGE )
Open in Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Show more6 205
Subscribers
-524 hours
-57 days
-9130 days
Loading data
Similar Channels
Tags Cloud
Incoming and Outgoing Mentions
---
---
---
---
---
---
Attracting Subscribers
November '26Nov '26
November '26
+5
in 0 channels
October '26
+47
in 1 channels
Get PRO
September '26
+35
in 1 channels
Get PRO
August '26
+37
in 0 channels
Get PRO
July '26
+32
in 0 channels
Get PRO
June '26
+49
in 1 channels
Get PRO
May '26
+168
in 1 channels
Get PRO
April '26
+70
in 1 channels
Get PRO
March '26
+26
in 1 channels
Get PRO
February '26
+127
in 2 channels
Get PRO
January '26
+203
in 2 channels
Get PRO
December '25
+61
in 1 channels
Get PRO
November '25
+89
in 0 channels
Get PRO
October '25
+109
in 1 channels
Get PRO
September '25
+111
in 2 channels
Get PRO
August '25
+184
in 2 channels
Get PRO
July '25
+69
in 1 channels
Get PRO
June '25
+87
in 0 channels
Get PRO
May '25
+74
in 0 channels
Get PRO
April '25
+58
in 0 channels
Get PRO
March '25
+60
in 0 channels
Get PRO
February '25
+63
in 0 channels
Get PRO
January '25
+53
in 1 channels
Get PRO
December '24
+66
in 0 channels
Get PRO
November '24
+51
in 1 channels
Get PRO
October '24
+72
in 0 channels
Get PRO
September '24
+74
in 1 channels
Get PRO
August '24
+337
in 1 channels
Get PRO
July '24
+667
in 0 channels
Get PRO
June '24
+804
in 0 channels
Get PRO
May '24
+765
in 0 channels
Get PRO
April '24
+991
in 0 channels
Get PRO
March '24
+2 448
in 0 channels
Get PRO
February '24
+332
in 0 channels
Get PRO
January '24
+435
in 0 channels
Get PRO
December '23
+2 674
in 1 channels
| Date | Subscriber Growth | Mentions | Channels | |
| 13 November | +1 | |||
| 12 November | 0 | |||
| 11 November | 0 | |||
| 10 November | 0 | |||
| 09 November | 0 | |||
| 08 November | 0 | |||
| 07 November | 0 | |||
| 06 November | 0 | |||
| 05 November | 0 | |||
| 04 November | +1 | |||
| 03 November | +2 | |||
| 02 November | +1 | |||
| 01 November | 0 |
Channel Posts
| 2 | Index VS PREMIUM
WATCH CAREFULLY | 175 |
| 3 | ALREADY JONAISU JE MOI MARKET T EIKEIDIN BOHIBO PORA NAI .. aji olp man saisu ..
Lets see ki hoi .. | 283 |
| 4 | NIFTY ZONE | 290 |
| 5 | GOOD MORNING TRADERS
HAVE A GREAT DAY | 282 |
| 6 | Koisilune nai. Sideways hbo buli
👆👆 | 358 |
| 7 | Voice message | 442 |
| 8 | BLUE PRINT FOR THE DAY .. | 453 |
| 9 | 📊 NIFTY 50 Market Update & Multi-Timeframe Analysis (1D & 5m)
ব্যক্তিগত কামৰ/ সমস্যাৰ বাবে অহা কেইটামান দিন মই গ্ৰুপত বেছি সক্ৰিয় (Active) থাকিব নোৱাৰিম। সেয়েহে বৰ্তমানৰ চাৰ্ট ষ্ট্ৰাকচাৰ (Daily আৰু 5-Minute Timeframe) অনুসৰি আগন্তুক দিনকেইটাত মাৰ্কেটত কি হ'ব পাৰে, কোনবোৰ লেভেল গুৰুত্বপূৰ্ণ আৰু ক'ত ট্ৰেড লোৱাটো সুৰক্ষিত হ'ব—তাৰ সম্পূৰ্ণ বিৱৰণ তলত দিয়া হ'ল:
১. সামগ্ৰিক মাৰ্কেট ষ্ট্ৰাকচাৰ (Overall Bias):
Daily Timeframe (1D): বজাৰ ২২,১৭৫ স্তৰত এটা শক্তিশালী Double Bottom বনাই তীব্ৰ গতিৰে V-Shape Recovery কৰি ওপৰলৈ উঠি আহিছে। বৰ্তমান Nifty প্ৰায় ২৫,৩৪০ স্তৰত ট্ৰেড হৈ আছে। সামগ্ৰিক ট্ৰেণ্ড (Macro Trend) সম্পূৰ্ণ Bullish।
5-Minute Timeframe (5m): বজাৰে আজি পুৱা ২৫,১৩৩ স্তৰৰ পৰা অত্যন্ত শক্তিশালী V-shaped buying momentum দেখুৱাই ওপৰৰ স্তৰলৈ ঘূৰি আহিছে।
২. গুৰুত্বপূৰ্ণ লেভেলসমূহ (Key Levels to Watch):
ওপৰৰ বাধা (Major Resistance): ২৫,৪২৬ – ২৫,৪৫০
মাজৰ সাপোৰ্ট (Intraday Support): ২৫,২৬৬
তলৰ শক্তিশালী সাপোৰ্ট (Strong Demand Zone): ২৫,১৩৩
৩. মাৰ্কেটত কি হ'ব পাৰে আৰু কিয়? (Scenarios):
Scenario A: ব্ৰেকআউট (Bullish Breakout — সম্ভাৱনা বেছি)
কিয় হ'ব পাৰে: ১-দিনৰ চাৰ্টত বায়াৰসকলৰ নিয়ন্ত্ৰণ বহুত বেছি, আৰু ৫-মিনিটত তলৰ লিকুইডিটি (২৫,১৩৩) সংগ্ৰহ কৰি ক্ষিপ্ৰ ৰিকভাৰী দিছে।
কেতিয়া ট্ৰেড ল'ব: যেতিয়া মাৰ্কেটে ২৫,৪২৬-ৰ ওপৰত ১৫-মিনিট বা ১-ঘণ্টাৰ কেণ্ডেল ক্ল'জ দিব আৰু সৰু Retest ল'ব। তেতিয়া ওপৰত ২৫,৬০০ – ২৫,৭৫০ স্তৰলৈ নতুন ৰেলী দেখা যাব পাৰে।
Scenario B: ব্ৰেকডাউন (Bearish Breakdown — কেৱল নিৰ্দিষ্ট চৰ্তত)
কিয় হ'ব পাৰে: ২২,১৭৫-ৰ পৰা continue ওপৰলৈ অহাৰ বাবে ওপৰত অলপ Profit Booking বা Correction আহিব পাৰে।
কেতিয়া ট্ৰেড ল'ব: যেতিয়ালৈকে বজাৰ ২৫,১৩৩-ৰ ওপৰত আছে, তেতিয়ালৈকে ডাঙৰ ফল (Fall) নাহে। কেৱল ২৫,১৩৩-ৰ তলত স্পষ্ট ব্ৰেকডাউন দি সাপোৰ্ট ল'লেহে তলত ২৫,০০০ বা ২৪,৮৮০ স্তৰলৈ নামি আহিব পাৰে।
Scenario C: চাইডৱেজ (Range-Bound / Trap Zone)
যদি মাৰ্কেট ২৫,২৬৬ ৰ পৰা ২৫,৪২৬-ৰ ভিতৰত আৱদ্ধ হৈ থাকে, তেন্তে এই জ'নটোত Option Buyers-সকলৰ প্ৰিমিয়াম ক্ষয় (Theta Decay) হ'ব আৰু বেছিভাগ সময় ফেক ব্ৰেকআউট দি ট্ৰেপ কৰিব পাৰে।
৪. (Action Plan):
No-Trade Zone: ২৫,২৬৬ – ২৫,৪২৬-ৰ মাজভাগত জঁপিয়াই ট্ৰেড নল'ব। হয় সাপোৰ্টৰ ওচৰত (২৫,২৬৬ বা ২৫,১৩৩) ৰিভাৰ্ছেল কেণ্ডেল চাওক, নহয় ২৫,৪২৬ ব্ৰেকআউট হ'বলৈ দিয়ক।
Trend-ৰ বিপৰীতে নাযাব: যিহেতু মেইন ট্ৰেণ্ড Bullish, সেয়েহে ব্ৰেকডাউন কনফাৰ্ম নোহোৱাকৈ আগতীয়াকৈ Short/Put পজিচন নল'ব।
Risk Management: নিজৰ দৈনিক SL লিমিট কঠোৰভাৱে মানি চলিব। সঠিক কনফাৰ্মেচন নাপালে কেপিটেল সুৰক্ষিত ৰাখি মাৰ্কেট কেৱল পৰ্যবেক্ষণ (Observe) কৰিব। | 440 |
| 10 | 5 mntr tf t scalping trade pale sabo pari .. eikeita levelot. | 375 |
| 11 | 1 DAY TF 📌
MARKET JODI SAO TENEHOLE 22000 LEVELOR PORA BHUT STRONG MOVEMENT AMI DEKHIBOLOI PALU
ARU STRONG RESISTANCE BREAKOUT DILE
NOW MARKET SIDEWAYS HBO PARE EITU AREAT.. | 397 |
| 12 | MORNING TRADERS | 377 |
| 13 | কণমানি জনীৰ জ্বৰ আজি ৰাতিপুৱাৰ পৰা 7.30 মনত দৰৱ দিছিলোঁ morning. দিনটো এটিলৈকে 3 বৰ দিব লগা হলেই। । তাৰ বাবে সময় পোৱা নাই। চাব লগা হৈছে । olp busy থাকিম ।
So aji trade moi korai nai.
May be kaileu hmy napabou paru .
Level aru kiba pale share korim | 458 |
| 14 | Bwst entry point dintur | 486 |
| 15 | 1. দিনাটোত এটা quality ৰ ট্ৰেড ✅
প্ৰতি ডাল ৰেড গ্ৰীণ কেণ্ডেল ত buy sel Planning ❌
2. শান্ত হৈ মাৰ্কেট analysis আৰু ট্ৰেড বনালৈ wait কৰা ✅
বহুত fast move দেখি fomo ত এণ্টৰী লোৱা ❌
3 . প্ৰফিট হলে মাৰ্কেট close কৰি দিনটোলৈ ফ্ৰী হোৱা ✅
এটা প্ৰফিট পাই নিজকে বহুত ভাবি আৰু ট্ৰেড মাৰি থকা ❌
4. Loss হলে মাৰ্কেট ৰ লগত fight নকৰি তাক আজিলৈ accept কৰি কত ভুল হল লিখি থোৱা , বা যদি ভুল দেখা নাই তেনেহলে এ এটা game ৰ part বুলি ধৰা আৰু দিনটোলৈ আজৰি হোৱা ✅
Loss মানি নলয় আৰু ট্ৰেড কৰি তাক জোৰ কৰি recovery কৰা ❌
5. ট্ৰেড বনিলে নিজৰ loss লব পৰা ক্ষমতা ৰ ওপৰত নিৰ্ভৰ কৰি ট্ৰেড লোৱা আৰু শান্ত ভাবে tp বা sl লৈকে ৰোৱা ✅
ট্ৰেড পালেই প্ৰফিট ৰ আশাত heavy quantity লৈ অলপ up down দেখিয়ে book কৰা ❌
👆 Follow this | 521 |
| 16 | NIFTY 300+ POINT GAPUP OPENING ALMOST | 472 |
| 17 | সফল Trader হ’বলৈ Trading Psychology নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।
✨ :Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
✅ মোৰ ওপৰত যাব লাগিছে , বা মোৰ মনটোৱে তলত যাব কৈছে বোৰৰ একো কাম নাই,
আপোনাৰ analysis ৰ মতেহে হব ।
✅ কেতিয়া আৰু কেনেকুৱা logic ত ট্ৰেড লব final কৰক । বনিলে just do it
মনত ৰাখিব loss বা প্ৰফিট এটা part হে। loss হলেও তাক একচেপ্ট কৰিব শিকক । | 507 |
| 18 | GOOD MORNING TRADERS
HAVE A GREAT DAY 🌻🌻 | 422 |
| 19 | Live end | 491 |
| 20 | Crypto sam aji 📌 | 553 |
