E-Learn ( STOCK MARKET KNOWLEDGE )
الذهاب إلى القناة على Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
إظهار المزيد6 254
المشتركون
+224 ساعات
-297 أيام
-10930 أيام
أرشيف المشاركات
📊 Evening Star Pattern (Bearish Reversal)
.
Traders , আজি মই এটা important candlestick pattern explain কৰিম —
Evening Star।
Beginner হলে এইটো ভালকৈ বুজি লওক, কাৰণ এইটো market reversal চিনাক্ত কৰিবলে বহুত useful।
🔴 Evening Star কি হয়?
Evening Star এটা bearish reversal pattern
মানে → Uptrend শেষ হোৱাৰ সংকেত দিয়ে 📉
এইটো 3টা candleৰে বনে :
1️⃣ First Candle → Strong bullish (Green)
👉 Buyers controlত থাকে
2️⃣ Second Candle → Small body (Doji / small candle)
👉 Market confusion (buyers vs sellers equal)
3️⃣ Third Candle → Strong bearish (Red)
👉 Sellers control লৈ লয়
⏰ কেতিয়া এইটো valid হয়?👇👇
✔️ Must be in Uptrend
✔️ Resistance zoneত হলে strongest signal
✔️ Third candle first candleৰ body ভিতৰত close কৰিলে best
🎯 Entry কেতিয়া লব?👇👇👇
👉 Third red candle close হোৱাৰ পাছত entry লব
👉 Aggressive হলে breakdownৰ লগে লগে entry
📍 Stop Loss
→ Second candle (star) ৰ high ওপৰত
📍 Target
→ Previous support level বা risk-reward 1:2 maintain কৰক
❌ কেতিয়া trade নকৰিব?
🚫 Sideways marketত ignore কৰক
🚫 Volume low হলে entry avoid কৰক
🚫 Strong supportৰ ওপৰত থাকিলে trade risky
🚫 News timeত blindly trade নকৰিব
📊 Extra Confirmation (Important)
Only candlestickৰ ওপৰত depend নকৰিব👇
✔️ Volume increase (red candleত)
✔️ RSI overbought (70+)
✔️ Resistance zone
✔️ Trendline breakdown
✔️ Moving Average rejection
⚡ Scalpingত কেনেকৈ use কৰিব ?
⏱️ Timeframe → / 5min
👉 Quick confirmation লাগিব
👉 Small SL use কৰক
👉 Fast exit strategy ৰাখক
Example:
Evening Star + resistance + volume spike = High probability trade
💪 এইটো কিমান powerful?
👉 Alone use কৰিলে 60-65% accuracy
👉 Confirmation লগালে 75-85% possible
🧠 Final Tip
Marketত patience ই best weapon।
Every Evening Star trade নকৰিব —
only high quality setup লব ।
যদি এইটো useful লাগে, save কৰি ৰাখক আৰু practice কৰক 🔥
📊 Hello Traders…
আজিৰ মাৰ্কেট Closed আছে।
সাধাৰণতে আমি ভাবো—যিদিনা মাৰ্কেট Open থাকে, সেইদিনাই ট্ৰেডাৰৰ কাম বেছি থাকে।
👉 Market Analysis
👉 Trade Plan
👉 Execution
👉 Target Achieve হ’লে Wait কৰা
👉 Mindset Control
👉 Loss/Profit Handle কৰা
👉 Trade Management
Right? ✅
কিন্তু সত্যটো কি জানেনে…
👉 Market Closed দিনবোৰত এজন Beginner বা Profitable Trader ৰো যথেষ্ট কাম থাকে।
📌 মই কি কৰোঁ (My Experience):
মই ডাঙৰ মানুহ নহয় যে সকলোকে গাইড কৰিম…
কিন্তু মোৰ experience আপোনালোকৰ লগত share কৰিব পাৰোঁ।
👉 বন্ধৰ দিনত মই প্ৰথমে এইটো কৰোঁঃ
✔️ আগৰ দিনবোৰত কৰা Mistake analyze কৰোঁ
✔️ যি কৰিব ভাবিছিলোঁ কিন্তু কৰা নহ’ল—সেইবোৰ note কৰোঁ
✔️ Over Trading, Revenge Trading, Greed—এইবোৰ চিনাক্ত কৰোঁ
📉 Common Problems:
❌ Over Trading
❌ Loss হোৱাৰ পিছত revenge লোৱা
❌ Profit আহিলেও Greed কৰি Loss কৰা
❌ Strategy follow নকৰা
👉 এইবোৰ লিখি ৰাখক (Make a list)
তেতিয়া আপোনাৰ ভুলবোৰ স্পষ্ট দেখা যাব।
📊 Important কথা এটা:
প্ৰতিটো Trade SL hit হ’লে মানে এইটো আপোনাৰ ভুল নহ’ব পাৰে।
👉 কেতিয়াবা Market নিজেও SL লৈ যায়।
কিন্তু—
❌ Random entry ল’লে
❌ Logic নাথাকিলে
👉 সেইটো নিশ্চিত আপোনাৰ ভুল ❗
🎯 Real Learning কি?
মই আপোনালোকক Level, Setup share কৰোঁ—
👉 Educational purpose ৰ বাবে
👉 যাতে আপুনি Logic বুজিব পাৰে
কিন্তু আটাইতকৈ জৰুৰী হৈছে👇
✔️ Discipline
✔️ Mindset
✔️ Risk Management
✔️ Risk-Reward Ratio
👉 এইবোৰ নুবুজিলে—
Strategy থাকিলেও কোনো লাভ নাই।
⏳ Reality Check:
যিসকলে শিকিবলৈ আহিছে—Welcome 🙌
কিন্তু 2-5 দিনতে আপুনি একো শিকিব নোৱাৰিব।
👉 Trading এটা Long-Term Game
👉 Patience লাগে
👉 Consistency লাগে
আমি চেষ্টা কৰোঁ—
✔️ Weekend ত কিছু শিকোৱা
✔️ Weekdays ত Voice/Screenshot দিয়াৰ
কিন্তু…
👉 আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব।
🔥 শেষত:
👉 Success ৰ কোনো Shortcut নাই
👉 Discipline + Patience = Growth
Pullback eta lobo .
So olp place sl r babe dibole koisilu je .
Saok 👆👆
Eta eta kotha , kuar dore milise ..
Live t join kora hokole sai lobo
230 POINTS
Per lot 4600/-
Live tut koisilune 4.5k to 5k
Aramot dibo .
Kune kune hold t rakhisile .. enjoy okk
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
Hello Traders 👋
সকলোকে আমাৰ E - Learn ৰ Group লৈ স্বাগতম 🙏
📊 এই Groupটোত আপোনালোকে Option Trading ৰ বিষয়ে Level বিলাক ফ্ৰীতে আপডেট পাই থাকিব
🔥 High Accuracy কিছু Setup আপোনালোকে ফ্ৰী অফ কষ্ট Daily পাই যাব
💡 যিবিলাক আমি আপোনালোকৰ লগত Share কৰোঁ, সেইবোৰৰ পৰা আপুনি বহুত কিছু শিকিব পাৰিব
⏳ যদি আপোনাৰ ওচৰত Time আছে আৰু আপুনি Time দিব পাৰে —
তেন্তে এই Groupৰ পৰা আপুনি Freeতে বহুত Knowledge ল’ব পাৰিব
📚 একদম New হলেও Problem নাই —
মাত্ৰ ২ দিন মান Time দিলে আপুনি নিজেই বুজি যাব আৰম্ভ কৰিব পাৰিব
━━━━━━━━━━━━━━━
🎯 কিন্তু যদি আপুনি ভাবিছে —
এই একেখিনি বস্তু Classৰ মাধ্যমেৰে শিকো,
আৰু 1–1.5 মাহৰ ভিতৰত 4 বছৰৰ Experienceৰ পৰা বনোৱা Perfect Course লওঁ…
👉 তেন্তে আপুনি আমাৰ Classত Admission ল’ব পাৰে
━━━━━━━━━━━━━━━
❗ পুনৰ কৈছোঁ —
যদি আপুনি Admission ল’ব নোখোজে,
তেন্তে কোনো Problem নাই
📊 আমি যিবিলাক Daily Level Share কৰোঁ,
সেইবোৰৰ পৰা আপুনি শিকি যাব পাৰে
📺 আমাৰ Live Session আৰু YouTube Video চাইও আপুনি Freeতে বহুত কিছু শিকিব পাৰিব
━━━━━━━━━━━━━━━
⚖️ Free vs Class Difference
🔹 Free →
Time বেছি লাগিব
নিজে Practice কৰি বুজিব লাগিব
🔹 Class →
Step by Step A to Z Concept Clear
Ready Structure
Direct Learning
━━━━━━━━━━━━━━━
📈 Classত কি শিকোৱা হ’ব?
✔️ Pure Market Analysis
✔️ Candle Reading
✔️ Trader হ’বলৈ লাগে যিবিলাক Core Concept
🔥 4 বছৰৰ Experienceৰ পৰা Filter কৰি Best Content দিয়া হৈছে
━━━━━━━━━━━━━━━
💰 Fee — Only 3,000/
👉 আমাৰ ফালৰ পৰা Best দিবলৈ চেষ্টা কৰিছোঁ
⚠️ বহুত মানুহে 3k দিবলৈ ভয় কৰে…
কিন্তু Marketত 30k Loss কৰি দিয়ে 😓
আৰু একো শিকিব নোৱাৰে
━━━━━━━━━━━━━━━
🚀 যদি সঁচাকৈয়ে শিকি Start কৰিব বিচাৰে —
👉 এতিয়াই Message কৰক @pritom93 ত
💬 Decision আপোনাৰ
❤️ কিন্তু মই জানো আপুনি ভাল Decision ল’ব
PRIVATE LIVE :_ https://meet.google.com/hvs-crzv-eue
✅ JOIN কৰিব পাৰে । একেলগে চাম , আলোচনা কৰিম ,ট্ৰেড বিচাৰিম । .
Hodai nijor setup ba jitu logic loi trade kore heitutie kam hbo .
Matro hothik thailoi wait koribo lage
Trade miss hbo pare . But fomo t entry jot tot nolobo
