E-Learn ( STOCK MARKET KNOWLEDGE )
Open in Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Show more6 784
Subscribers
-1124 hours
-457 days
-14230 days
Posts Archive
Eitu ACOUNT t march mahot 5 ta korisu tare 3tai loss
Almost c to c closing
January mahor trading record
20 din korisu eitu ACOUNT t . And 3 din loss.
📈 বহুত মানুহে Trading কৰিবলৈ আহোঁতে ভাবি লয় যে ইয়াত সদায় Profit হ’ব, Loss বুলি একো নাই।
কিন্তু বাস্তৱ কথা হ’ল — Market ত Profit যেনেকৈ আছে, ঠিক তেনেকৈ Loss ও আছে।
Loss হোৱাটো ডাঙৰ কথা নহয়।
ডাঙৰ কথা হৈছে Loss হোৱাৰ পিছতো সেইটো accept নকৰি বাৰে বাৰে revenge trade লৈ গৈ নিজৰ গোটেই Capital শেষ কৰি পেলোৱা।
এটা কথা সদায় মনত ৰাখিব —
Successful trader সেইজন নহয় যিয়ে প্ৰতিদিনে profit কৰে।
Successful trader সেইজন যিয়ে নিজৰ Risk manage কৰিব জানে। ✅
Trading কৰক, কোনো আপত্তি নাই।
Profit হ’লে খুচি থাকক, কিন্তু overconfident নহ’ব।
আৰু অলপ সৰু Loss হ’লেও সেইদিনা সেইটো accept কৰি শান্ত থাকক।
“আজিয়েই recover কৰিব লাগিব” বুলি ভাবি বাৰে বাৰে trade লোৱা — এইটোৱেই অধিকাংশ trader ৰ আটাইতকৈ ডাঙৰ ভুল। ⚠️
মই আগলৈ আপোনালোকক কিছুমান এনেকুৱা বস্তু দেখাম যাৰ পৰা আপুনি বুজি পাব —
কেনেকৈ trade কৰিব লাগে, কেনেকৈ capital safe ৰাখিব লাগে আৰু কেনেকৈ market ত দীঘলীয়া সময় টিকি থাকিব লাগে। 📊
কাৰণ Trading ত survive কৰিব পাৰিলেহে future ত profit কৰাৰ সুযোগ থাকে। 💯
Ratipuar pora eituleke bhi thakilu.. haju u holu. But last time t uthi jabo loga hol bahirole. And ahi dekhute 172 hoi asile.. 😫😫
😭😭 Ambani bnaye bante reh gaya fir se 😀
Pura haju asilu .. eitu.. ekdm buy korar time t uthi jabo loga hol..
Available now! Telegram Research 2025 — the year's key insights 
