E-Learn ( STOCK MARKET KNOWLEDGE )
الذهاب إلى القناة على Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
إظهار المزيد6 320
المشتركون
-524 ساعات
-297 أيام
-12230 أيام
أرشيف المشاركات
Hi members.. @pritom93 t ji hokole message di thoisile but reply pua nasile kindly aru ebar di dibo 🙏🙏
Some technical issue message bur napalu moi
Hello traders, আজি শুক্ৰবাৰ। শুক্ৰবাৰ দিনটোৰ বিশেষ কিছুমান কথা আমি মন কৰিব লাগিব। শুক্ৰবাৰৰ দিনাখন market আন দিনতকৈ behavior টো অলপ বেলেগ কৰে। Fake breakout দিয়া, কোনো ধৰণৰ signal নিদিয়াকৈ অকল small ডাঙৰ spike মৰা, high break কৰাৰ লগে লগে নামি অহা, low break কৰাৰ লগে লগে পটকৈ ওপৰলৈ উঠি যোৱা বা premium টো decay কৰা, এনেকুৱা কিছুমান ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব।
শুক্ৰবাৰৰ দিনাখন আপুনি আৰু এটা কাৰণত সাৱধানে trade কৰিব লাগে, কিয়নো next দুদিন market বন্ধ থাকিব। So আপুনি যদি কিবা কাৰণত loss কৰি দিলে, আপোনাৰ মনটোত আপুনি নভবাকৈ কিছুমান কথা জাগি উঠিব— কাইলৈটো market বন্ধ, পৰহিলৈও বন্ধ, গতিকে আজি মই আৰু এবাৰ চেষ্টা কৰি চাওঁ, কিজানি মোৰ profit আহি যায়, কিজানি মই profit আনিব পাৰোঁ।
এনে ধৰণৰ কিছুমান কথা আপোনাৰ মনটোত জাগি উঠিব। যাৰ বাবে আপুনি বাৰেপতি trade কৰিবলৈ চেষ্টা কৰিব আৰু recovery কৰিবলৈ চেষ্টা কৰিব।
আৰু এই মানসিকতাটোৱে আপোনাক প্ৰতিবাৰে ভুল trade এটাত entry লোৱাব, যিটোৱে আপোনাৰ discipline ভাঙিব পাৰে।
So সেইকাৰণে শুক্ৰবাৰৰ দিনটোত আপোনালোকে খুব clearly চাই পেলাইহে trade কৰিব, proper discipline and risk management মানি চলি।
এতিয়া বহুতে message কৰি আছে, "দাদা আপুনি দুটা trade ল'লে আজি কিন্তু কিয় aji share nokorile ?? চাওক, মই যেতিয়া এটা trade চাওঁ বা trade লওঁ, সেই বস্তুটো আপোনালোকক মই definitely share কৰোঁ। আজিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি যিকেইটা signal আছিলে বা যিকেইটা signal-ত মই trade লৈছিলোঁ বা যিকেইটা logic-ত মই লৈছিলোঁ আন দিনতকৈ same যদিও, সেই logic কেইটা candle ডাল বনি complete হোৱাৰ পিছত 1 minute-ৰ candle চাই পেলাই মই তাত decision লৈছিলোঁ।
আৰু 1 minute-ৰ candle-ত চাই পেলাই candle ডাল কি বনিব তাৰ পিছত যিটো decision লোৱা যায়, সেই decision টোত অকল লগত বহি থাকিলে আপুনি দেখা পাব বা আপুনি বুজি পাব। নহ'লে তাৰ আগতীয়াকৈ আপোনাক বুজাবও নোৱাৰি, বহুত আগতীয়াকৈ আপোনাক ক'বও নোৱাৰি।
কিন্তু 5 minute-ত যদি চাওঁ তেনেহ'লে কিছুমান level mark থাকে, সেই level কেইটাত আমি সেই decision কেইটা ল'ব পাৰোঁ।
So আজিও ক'বলৈ গ'লে মই ডাঙৰ quantity একেবাৰে মৰা নাই। এটা এটা lot-তে book কৰিছোঁ আপোনালোকে ধুনীয়াকৈ দেখা পাইছে। First যিটো আমি trade কৰিলোঁ এটা lot-তে,
মই আপোনালোকক screen recording এটাও দিছিলোঁ সৰুকৈ, So তাতে আমি near about 1200 টকাৰ ওচৰে-পাজৰে profit book কৰিছোঁ। আৰু আমাৰ যিটো second trade আছিলে, second trade টো near about ২২০০ টকাৰ ওচৰে-পাজৰে profit book হৈছে।
But দুইটা trade-তেই আমি এটা lot-তেই কৰিছোঁ, মানে এটা lot লৈছোঁ, চাইছোঁ আৰু ক'ৰপৰা ক'লৈকে যাব
আজি ডাঙৰ quantity বা ডাঙৰ lot আমি মৰা নাই। So আজিৰ দিনটোত আপোনালোকে পুৰা discipline মানি চলি trade কৰিব।
Breakout দিলে বুলি পটকৈ সোমাই নপৰিব, breakdown দিলে বুলি পটকৈ সোমাই নপৰিব। চাব কোনখিনিত market-এ আপোনাক ঠগিব পাৰে। ঠিক আছে?
ধৈৰ্য্যসহকাৰে ল'ব। যদি আপুনি দিনটোত trade ল'বলৈ নেপালে তেনেহ'লে it's okay, আজিৰ দিনটোত trade নোলোৱাকৈ পাৰ কৰি দিয়ক, একো আপত্তি নাই। কিন্তু এইটো চাব যাতে আপোনাৰ ডাঙৰ loss হৈ নাযায়, আপোনাৰ যাতে মানসিকতা খেলিমেলি হৈ নাযায়, আপুনি যাতে system টো ভাঙি নেপেলায়।
