E-Learn ( STOCK MARKET KNOWLEDGE )
Open in Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Show more6 741
Subscribers
-1124 hours
-357 days
-15030 days
Posts Archive
🔴🔥 কেপিটেল Protect কৰিব নোৱাৰিলে Trading ত টিকি থাকিব নোৱাৰিব! 🔥🔴
আপোনালোক যদি কেৱল Profit চিন্তা কৰে কিন্তু Capital Protect কৰিব নিশিকে, তেনেহ’লে আগলৈ গৈ আপুনি Depression লৈ যাব, Demotivate হৈ যাব আৰু আপোনাৰ Psychology বেয়া হৈ যাব।
🎯 গতিকে আহক আজি আমি Capital Protection ৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা শিকোঁ। 👇
━━━━━━━━━━━━━━━━━━
🟢🟢 ① Market সদায় Long Term ৰ বাবে চিন্তা কৰক 🟢🟢
✨ Market কম দিনৰ বাবে নহয়, Trading হৈছে Long Term Game।
💰 একে দিনতে বহুত টকা Income কৰিব লাগিব বুলি চিন্তা নকৰিব।
📈 Continuous ভাবে সৰু সৰু Profit লৈ গৈ থাকক — সেইটো যথেষ্ট।
━━━━━━━━━━━━━━━━━━
🔵🔵 ② High Volatility দিনত Trading Avoid কৰক 🔵🔵
⚡ যেতিয়া দেখিব –
🔹 Trade বহুত বেছি হৈছে
🔹 Volatility অতি ডাঙৰ
🔹 Candle যাহা তাহা move কৰিছে
🔹 News effect আছে
🚫 সেই দিনা যিমান পাৰে Trading avoid কৰক।
❗ নহ’লে আপোনাৰ Capital wipe out হৈ যাব পাৰে।
━━━━━━━━━━━━━━━━━━
🟣🟣 ③ আগতে Loss চিন্তা কৰক, পিছত Quantity Decide কৰক 🟣🟣
❓ Trade লোৱাৰ আগতে নিজকে সুধিব –
👉 “ইয়াত মোৰ কিমান Loss হ’ব পাৰে?”
📊 তাৰ পিছতহে Quantity decide কৰক।
⚠️ Risk manage নকৰিলে Market এ সুধিবলৈ সময় নিদিয়ে।
━━━━━━━━━━━━━━━━━━
🟡🟡 ④ Sideways / Range Bound Market ত সাৱধান 🟡🟡
📉 Sideways market
📦 Range bound condition
⏳ Premium eating / Premium decay
🚷 এনেকুৱা দিনবোৰত Trading পৰা আঁতৰি থাকক।
🧘 Patience ধৰা মানেই Best strategy।
━━━━━━━━━━━━━━━━━━
🟠🟠 ⑤ গোটেই মাহ Trading কৰিব নালাগে 🟠🟠
👀 মাহটো Market চাওক
📚 Chart practice কৰক
🎯 কিন্তু Trading কেৱল ভাল Setup থকা কেইদিনমান কৰক
🛡️ বেয়া চলা দিনত Capital বচাই ৰাখাটোৱেই আপোনাৰ কাম।
━━━━━━━━━━━━━━━━━━
🔴🔴 ⑥ ভুল হল বুলি গম পালে সিমানতেই Stop কৰক 🔴🔴
❌ ১–২টা Trade লৈ ভুল বুজি পালে
🛑 তৎক্ষণাত Trading বন্ধ কৰক
🚫 Ego লৈ Trading কৰিলে Capital নাথাকে।
━━━━━━━━━━━━━━━━━━
🟢🟢 ⑦ Profit হ’লে Book কৰি Stop কৰক 🟢🟢
💵 যিদিনা ধুনীয়া Profit হৈছে —
সেইদিনাই Book কৰি Stop কৰক
🌤️ Market কালিও থাকিব
📌 যদি একেৰাহে ৪–৫ দিন Profit ত আছে,
👉 আগন্তুক দিনবোৰত কেৱল 30–40% Profit লৈহে Risk ল’ব।প্ৰফিটৰ
━━━━━━━━━━━━━━━━━━
🚨⚠️ এনেকুৱা একো কাম নকৰিব য’ত এটা ভুলে আপোনাৰ ডাঙৰ Capital উড়াই নিয়ে।
💎 মনত ৰাখিব —
Capital থাকিলে সুযোগ আহিব।
Capital নাথাকিলে সুযোগ দেখিও লাভ নাই।
🔰 Stay disciplined
🔰 Stay consistent
🔰 Protect your Capital 💚
BHUT BESI GAP UP BA GAP DOWN OPENING HOLE OLP CAREFUL HBO OKK
Any questions or queries .. please message kori thobo
Id : @pritom93
Moi kaile evening mane message bur sob sam. Baki ji hokole reply pua nai. Kindly wait koribo okk
HELLO TRADERS 👋
যেতিয়া আমি দেখা পাওঁ যে আপুনি শিকাৰ প্ৰতি ইচ্ছুক,
আপুনি Gambling কৰা নাই,
আৰু আপুনি নিয়মিতভাৱে Trading কৰিছে — তেতিয়া আমি আপোনাক আমাৰ Live Groupত join কৰিবলৈ Invitation দিম।
তাত আমি একেলগে বহি market আলোচনা কৰি trade কৰোঁ।
কিন্তু মনত ৰাখিব, কিছুমান Condition থাকিব 👇
Number 1️⃣ :
আমি দিয়া Broker ৰ পৰা আপুনি এটা Demat Account open কৰিব লাগিব।
Number 2️⃣ :
আপুনি নিয়মিতভাৱে তাত Trading কৰিব লাগিব আৰু নিজৰ Consistency maintain কৰিব লাগিব।
যেতিয়া আমি দেখা পাওঁ যে আপুনি serious আৰু discipline আছে,
তেতিয়া আপুনি আমাৰ Live Group ত join হ’ব পাৰিব। এই Group টো মাহে মাহে join কৰাৰ সুযোগ থাকিব।
⚠️ Disclaimer :
আমাৰ গ্ৰুপৰ পৰা কাকো Profit guarantee দিয়া নহয়।
Percentage ঘূৰাই দিয়া, পইচা double কৰা, Recovery কৰাই দিয়া — এইধৰণৰ কোনো Commitment আমি নিদিওঁ।
ইয়াত সকলোবোৰ কেৱল Educational Purpose কাৰণে।
আপুনি আমাৰ লগত বহি —
আমি কেনেকৈ trade কৰোঁ, ক’ত entry লওঁ, ক’ত exit কৰোঁ, কেনেকৈ discussion কৰোঁ — সেইবোৰ বুজি ল’ব পাৰিব।
যিসকলে join কৰিব বিচাৰে, তেওঁলোকে এতিয়াই Account খুলি Trading start কৰিব পাৰে।
👉 দুটা ভাল option থাকিব :
• Bajaj Broking – Scalping ৰ কাৰণে বহুত ভাল আৰু Mobile friendly।
• Dhan – Interface ভাল আৰু সহজে ব্যৱহাৰ কৰিব পাৰি।
যদি আপুনি already Account খুলি আছে আৰু ভাবিছে এতিয়া কি কৰিব, তেন্তে ঘৰৰ বেলেগ Member ৰ নামত নতুন Account খুলি ল’ব পাৰে।
Serious trader সকলকেই আমাৰ লগত আগবাঢ়ি আহিবলৈ স্বাগতম 🙌
ACCOUNT OPENING LINK 1 - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
LINK 2 - https://huf.dhan.co/?join=PRITOM
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
🔵✦━━━ নমস্কাৰ সকলোলৈকে 🙏 ━━━✦🔵
🟢➤ আমি এটা গোটত Option Trading ৰ লেভেলবিলাক share কৰোঁ আৰু লগতে শিকাবলৈও চেষ্টা কৰোঁ। কোনটো লেভেল Buying ৰ বাবে, কোনটো Selling ৰ বাবে বা ক’ত আমি trade লৈছোঁ – গোটেইখিনি বস্তু অকল educational purpose ৰ বাবেহে share কৰা হয়।
🔴✧༺ এইবোৰ কোনো ধৰণৰ tips বা buy/sell advice নহয় ༻✧🔴
যদি আপোনালোকে এই লেভেল চাই practice কৰে বা নিজৰ মতে investment কৰে, তেন্তে সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ সিদ্ধান্ত হ’ব। আমি অকল শিকিবৰ বাবে এই লেভেলবিলাক দিওঁ।
🔵➥ আজি Market Update 📊
আজি Sensex ৰ expiry আছে। Market volatile হ’ব পাৰে আৰু premium ত ডাঙৰ move অহাৰ chances আছে। গতিকে অলপ careful হৈ trade কৰিব। যদি কিবা ভাল লেভেল দেখা পাওঁ, নিশ্চয়েই share কৰিম।
🟢✦༻ New Members ৰ বাবে ༺✦🟢
যিসকল নতুন, তেওঁলোকে একেদিনাই সকলো বুজি নাপাব। দুই-তিনিদিনমান observe আৰু practice কৰিলে ধিৰে ধিৰে সকলো clear হৈ যাব।
🔴➤ Demat Account Information 💼
আমি Demat Account ৰ link আগতে দিছোঁ। এই দুটা Demat Account ত যদি account খুলি trading কৰে, তেন্তে কিছুমান selected person ক মাহত তিনি-চাৰি বাৰ আমাৰ Live session ত লগত বহাৰ সুযোগ দিয়া হ’ব। যদি daily basis ত practice কৰা দেখা যায় আৰু verified হয়, তেন্তে নিশ্চয় invite কৰা হ’ব।
🔵✧༺ Important Process ༻✧🔵
Upstox বা Dhan ত account খোলাটো বাধ্যতামূলক, যিকেইটা link আমাৰ ফালৰ পৰা provide কৰা হ’ব।
🟢➥ Live Join কেনেকৈ কৰিব? 🎯
বহুতে সুধিছিল Live ত কেনেকৈ join কৰিব পাৰি। প্ৰথমে account খুলি trade কৰিব লাগিব। যদি consistent আৰু verified দেখা যায়, তেন্তে নিশ্চয় Live session ত invite কৰা হ’ব।
🔴✦━━━ ধন্যবাদ সকলোকে ❤️ ━━━✦🔴
Stay disciplined, stay focused 📈
BROKER LINK 1 - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
broker link 2- https://huf.dhan.co/?join=PRITOM
Available now! Telegram Research 2025 — the year's key insights 
