ru
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Открыть в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Больше
6 741
Подписчики
-1124 часа
-357 дней
-15030 день
Архив постов
ONLY MY VIEW 👆

High risky analysis NIFTY 24950 PUT ABOVE 138 MOVE EXPECTED

🔴🔥 কেপিটেল Protect কৰিব নোৱাৰিলে Trading ত টিকি থাকিব নোৱাৰিব! 🔥🔴 আপোনালোক যদি কেৱল Profit চিন্তা কৰে কিন্তু Capital Protect কৰিব নিশিকে, তেনেহ’লে আগলৈ গৈ আপুনি Depression লৈ যাব, Demotivate হৈ যাব আৰু আপোনাৰ Psychology বেয়া হৈ যাব। 🎯 গতিকে আহক আজি আমি Capital Protection ৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা শিকোঁ। 👇 ━━━━━━━━━━━━━━━━━━ 🟢🟢 ① Market সদায় Long Term ৰ বাবে চিন্তা কৰক 🟢🟢 ✨ Market কম দিনৰ বাবে নহয়, Trading হৈছে Long Term Game। 💰 একে দিনতে বহুত টকা Income কৰিব লাগিব বুলি চিন্তা নকৰিব। 📈 Continuous ভাবে সৰু সৰু Profit লৈ গৈ থাকক — সেইটো যথেষ্ট। ━━━━━━━━━━━━━━━━━━ 🔵🔵 ② High Volatility দিনত Trading Avoid কৰক 🔵🔵 ⚡ যেতিয়া দেখিব – 🔹 Trade বহুত বেছি হৈছে 🔹 Volatility অতি ডাঙৰ 🔹 Candle যাহা তাহা move কৰিছে 🔹 News effect আছে 🚫 সেই দিনা যিমান পাৰে Trading avoid কৰক। ❗ নহ’লে আপোনাৰ Capital wipe out হৈ যাব পাৰে। ━━━━━━━━━━━━━━━━━━ 🟣🟣 ③ আগতে Loss চিন্তা কৰক, পিছত Quantity Decide কৰক 🟣🟣 ❓ Trade লোৱাৰ আগতে নিজকে সুধিব – 👉 “ইয়াত মোৰ কিমান Loss হ’ব পাৰে?” 📊 তাৰ পিছতহে Quantity decide কৰক। ⚠️ Risk manage নকৰিলে Market এ সুধিবলৈ সময় নিদিয়ে। ━━━━━━━━━━━━━━━━━━ 🟡🟡 ④ Sideways / Range Bound Market ত সাৱধান 🟡🟡 📉 Sideways market 📦 Range bound condition ⏳ Premium eating / Premium decay 🚷 এনেকুৱা দিনবোৰত Trading পৰা আঁতৰি থাকক। 🧘 Patience ধৰা মানেই Best strategy। ━━━━━━━━━━━━━━━━━━ 🟠🟠 ⑤ গোটেই মাহ Trading কৰিব নালাগে 🟠🟠 👀 মাহটো Market চাওক 📚 Chart practice কৰক 🎯 কিন্তু Trading কেৱল ভাল Setup থকা কেইদিনমান কৰক 🛡️ বেয়া চলা দিনত Capital বচাই ৰাখাটোৱেই আপোনাৰ কাম। ━━━━━━━━━━━━━━━━━━ 🔴🔴 ⑥ ভুল হল বুলি গম পালে সিমানতেই Stop কৰক 🔴🔴 ❌ ১–২টা Trade লৈ ভুল বুজি পালে 🛑 তৎক্ষণাত Trading বন্ধ কৰক 🚫 Ego লৈ Trading কৰিলে Capital নাথাকে। ━━━━━━━━━━━━━━━━━━ 🟢🟢 ⑦ Profit হ’লে Book কৰি Stop কৰক 🟢🟢 💵 যিদিনা ধুনীয়া Profit হৈছে — সেইদিনাই Book কৰি Stop কৰক 🌤️ Market কালিও থাকিব 📌 যদি একেৰাহে ৪–৫ দিন Profit ত আছে, 👉 আগন্তুক দিনবোৰত কেৱল 30–40% Profit লৈহে Risk ল’ব।প্ৰফিটৰ ━━━━━━━━━━━━━━━━━━ 🚨⚠️ এনেকুৱা একো কাম নকৰিব য’ত এটা ভুলে আপোনাৰ ডাঙৰ Capital উড়াই নিয়ে। 💎 মনত ৰাখিব — Capital থাকিলে সুযোগ আহিব। Capital নাথাকিলে সুযোগ দেখিও লাভ নাই। 🔰 Stay disciplined 🔰 Stay consistent 🔰 Protect your Capital 💚

Just wait and watch

Val movement nai oha
Val movement nai oha

Like ajir market.

BHUT BESI GAP UP BA GAP DOWN OPENING HOLE OLP CAREFUL HBO OKK

photo content

Opening area
Opening area

MARKET AGAIN DOWN 👇👇👇👇

HAVE A GREAT DAY

GOOD MORNING TRADERS

FEBRUARY MONTH 🙏🔥✅🔰 NOW READY FOR MARCH 🍁🍁🔥🙏
FEBRUARY MONTH 🙏🔥✅🔰 NOW READY FOR MARCH 🍁🍁🔥🙏

Any questions or queries .. please message kori thobo Id : @pritom93 Moi kaile evening mane message bur sob sam. Baki ji hokole reply pua nai. Kindly wait koribo okk

HELLO TRADERS 👋 যেতিয়া আমি দেখা পাওঁ যে আপুনি শিকাৰ প্ৰতি ইচ্ছুক, আপুনি Gambling কৰা নাই, আৰু আপুনি নিয়মিতভাৱে Trading কৰিছে — তেতিয়া আমি আপোনাক আমাৰ Live Groupত join কৰিবলৈ Invitation দিম। তাত আমি একেলগে বহি market আলোচনা কৰি trade কৰোঁ। কিন্তু মনত ৰাখিব, কিছুমান Condition থাকিব 👇 Number 1️⃣ : আমি দিয়া Broker ৰ পৰা আপুনি এটা Demat Account open কৰিব লাগিব। Number 2️⃣ : আপুনি নিয়মিতভাৱে তাত Trading কৰিব লাগিব আৰু নিজৰ Consistency maintain কৰিব লাগিব। যেতিয়া আমি দেখা পাওঁ যে আপুনি serious আৰু discipline আছে, তেতিয়া আপুনি আমাৰ Live Group ত join হ’ব পাৰিব। এই Group টো মাহে মাহে join কৰাৰ সুযোগ থাকিব। ⚠️ Disclaimer : আমাৰ গ্ৰুপৰ পৰা কাকো Profit guarantee দিয়া নহয়। Percentage ঘূৰাই দিয়া, পইচা double কৰা, Recovery কৰাই দিয়া — এইধৰণৰ কোনো Commitment আমি নিদিওঁ। ইয়াত সকলোবোৰ কেৱল Educational Purpose কাৰণে। আপুনি আমাৰ লগত বহি — আমি কেনেকৈ trade কৰোঁ, ক’ত entry লওঁ, ক’ত exit কৰোঁ, কেনেকৈ discussion কৰোঁ — সেইবোৰ বুজি ল’ব পাৰিব। যিসকলে join কৰিব বিচাৰে, তেওঁলোকে এতিয়াই Account খুলি Trading start কৰিব পাৰে। 👉 দুটা ভাল option থাকিব : • Bajaj Broking – Scalping ৰ কাৰণে বহুত ভাল আৰু Mobile friendly। • Dhan – Interface ভাল আৰু সহজে ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি already Account খুলি আছে আৰু ভাবিছে এতিয়া কি কৰিব, তেন্তে ঘৰৰ বেলেগ Member ৰ নামত নতুন Account খুলি ল’ব পাৰে। Serious trader সকলকেই আমাৰ লগত আগবাঢ়ি আহিবলৈ স্বাগতম 🙌 ACCOUNT OPENING LINK 1 - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302 LINK 2 - https://huf.dhan.co/?join=PRITOM

Голосовое сообщение01:54

Голосовое сообщение01:47

🔵✦━━━ নমস্কাৰ সকলোলৈকে 🙏 ━━━✦🔵 🟢➤ আমি এটা গোটত Option Trading ৰ লেভেলবিলাক share কৰোঁ আৰু লগতে শিকাবলৈও চেষ্টা কৰোঁ। কোনটো লেভেল Buying ৰ বাবে, কোনটো Selling ৰ বাবে বা ক’ত আমি trade লৈছোঁ – গোটেইখিনি বস্তু অকল educational purpose ৰ বাবেহে share কৰা হয়। 🔴✧༺ এইবোৰ কোনো ধৰণৰ tips বা buy/sell advice নহয় ༻✧🔴 যদি আপোনালোকে এই লেভেল চাই practice কৰে বা নিজৰ মতে investment কৰে, তেন্তে সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ সিদ্ধান্ত হ’ব। আমি অকল শিকিবৰ বাবে এই লেভেলবিলাক দিওঁ। 🔵➥ আজি Market Update 📊 আজি Sensex ৰ expiry আছে। Market volatile হ’ব পাৰে আৰু premium ত ডাঙৰ move অহাৰ chances আছে। গতিকে অলপ careful হৈ trade কৰিব। যদি কিবা ভাল লেভেল দেখা পাওঁ, নিশ্চয়েই share কৰিম। 🟢✦༻ New Members ৰ বাবে ༺✦🟢 যিসকল নতুন, তেওঁলোকে একেদিনাই সকলো বুজি নাপাব। দুই-তিনিদিনমান observe আৰু practice কৰিলে ধিৰে ধিৰে সকলো clear হৈ যাব। 🔴➤ Demat Account Information 💼 আমি Demat Account ৰ link আগতে দিছোঁ। এই দুটা Demat Account ত যদি account খুলি trading কৰে, তেন্তে কিছুমান selected person ক মাহত তিনি-চাৰি বাৰ আমাৰ Live session ত লগত বহাৰ সুযোগ দিয়া হ’ব। যদি daily basis ত practice কৰা দেখা যায় আৰু verified হয়, তেন্তে নিশ্চয় invite কৰা হ’ব। 🔵✧༺ Important Process ༻✧🔵 Upstox বা Dhan ত account খোলাটো বাধ্যতামূলক, যিকেইটা link আমাৰ ফালৰ পৰা provide কৰা হ’ব। 🟢➥ Live Join কেনেকৈ কৰিব? 🎯 বহুতে সুধিছিল Live ত কেনেকৈ join কৰিব পাৰি। প্ৰথমে account খুলি trade কৰিব লাগিব। যদি consistent আৰু verified দেখা যায়, তেন্তে নিশ্চয় Live session ত invite কৰা হ’ব। 🔴✦━━━ ধন্যবাদ সকলোকে ❤️ ━━━✦🔴 Stay disciplined, stay focused 📈 BROKER LINK 1 - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302 broker link 2- https://huf.dhan.co/?join=PRITOM

Sideways market..

photo content