en
Feedback
Assamese GK & Mock Test

Assamese GK & Mock Test

Open in Telegram

Assamese GK & Mock Test is a channel which helps you to prepare for all Competitive exams. Here , we discuss everything you need to know for any Competitive Exams, especially for Assam. Official websites: www.assamupdate.online

Show more
4 348
Subscribers
No data24 hours
-17 days
-1830 days
Posts Archive
Q. বিশ্বৰ কোন খন দেশৰ আটাইতকৈ ডাঙৰ সংবিধান আছে?
Anonymous voting

Q. "Gateway Of India" ক'ত আছে?
Anonymous voting

Q. 1 MB =?
Anonymous voting

Q. HTTP ৰ সম্পূৰ্ণ ৰূপটো কি?
Anonymous voting

Q. বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়?
Anonymous voting

Q. "Discovery of India" গ্ৰন্থখনৰ লেখক কোন?
Anonymous voting

photo content

Q. হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী?
Anonymous voting

Q. ২০২৪ চনৰ G20 ৰ বৈঠক ক'ত অনুষ্ঠিত কৰা হ'ব?
Anonymous voting

Q. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত Freedom of Press ৰ কথা উল্লেখ আছে?
Anonymous voting

Q. "চিৰ চেনেহী মোৰ ভাষা জননী" গীতটো কোনে ৰচনা কৰিছিল?
Anonymous voting

photo content
+5

Q. দেওধনী নৃত্যত কাক পূজা অৰ্চনা কৰা হয়?
Anonymous voting

Q. একেবাৰে শেষৰ চুতীয়া ৰজাজনৰ নাম কি?
Anonymous voting

Q. জাতিংগা কোন খন জিলাত অৱস্থিত?
Anonymous voting

Q. অসমৰ বাবে নতুন GI টেগ কি?
Anonymous voting

Q. অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে এক উমৈহতীয়া সীমা ভাগ বতৰা কৰিছে?
Anonymous voting

Q. "বৈশাগু" উৎসৱটো কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে?
Anonymous voting

Q. "হাইডাং" কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোক সংগীত?
Anonymous voting

Q. আলি আই লৃগাং কোন জনগোষ্ঠীৰ এটা উৎসৱ-
Anonymous voting