Assamese GK & Mock Test
Open in Telegram
Assamese GK & Mock Test is a channel which helps you to prepare for all Competitive exams. Here , we discuss everything you need to know for any Competitive Exams, especially for Assam. Official websites: www.assamupdate.online
Show more4 348
Subscribers
No data24 hours
-17 days
-1830 days
Posts Archive
Q. প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ "মেক ইন ইণ্ডিয়া" ৰ অধীনত আৰম্ভ কৰা 'মহাবলী' হৈছে:__________ (Current affairs)
Q. "চুৰাট ডায়মণ্ড ব'ৰ্চ" ৰ উদ্বোধন কোনে কৰিছিল? (Current affairs)
Q. ভাৰতৰ কোন খন নগৰক "Diamond City of India" বুলি জনা যায়?
Q. প্ৰত্যেক বছৰে কিমান তাৰিখে "ৰাষ্ট্ৰীয় মহাকাশ দিৱস" হিচাপে পালন কৰা হ'ব?
Q.‘Rashtriya Poshan Maah’ is observed in which month in India?
.ভাৰতত কোন মাহত ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ পালন কৰা হয়?
Q. Moon Sniper is the moon mission of which country ?
মুন স্নাইপাৰ কোনখন দেশৰ চন্দ্ৰ মিছন ?
Q. How many Kalash are being carried in the 'Amrit Kalash Yatra' to Delhi?
দিল্লীলৈ ‘অমৃত কলহ যাত্ৰা’ত কিমান কলহ কঢ়িয়াই নিয়া হয়?
Q. Recently ‘Mukhya Mantri Atmanirbhar Assam 2023’ scheme was launched ,its related to?
শেহতীয়াকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম ২০২৩ আঁচনি মুকলি কৰা হয় ,এই আঁচনি সম্পৰ্কীয়..
Q. ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বকালক ভাৰতীয় সোণালী যুগ বুলি কোৱা হয়?
