en
Feedback

Don't get caught by a cheater! Telemetrio finds and tags such channels 👉 If you want to see the tag, subscribe

Assamese GK & Mock Test

Assamese GK & Mock Test

Open in Telegram

Assamese GK & Mock Test is a channel which helps you to prepare for all Competitive exams. Here , we discuss everything you need to know for any Competitive Exams, especially for Assam. Official websites: www.assamupdate.online

Show more
3 977
Subscribers
+124 hours
-57 days
-3030 days
Attracting Subscribers
Oct '26
October '26
+27
in 0 channels
September '260
in 0 channels
Get PRO
August '260
in 0 channels
Get PRO
July '260
in 0 channels
Get PRO
June '260
in 0 channels
Get PRO
May '260
in 0 channels
Get PRO
April '260
in 0 channels
Get PRO
March '260
in 0 channels
Get PRO
February '260
in 0 channels
Get PRO
January '260
in 0 channels
Get PRO
December '250
in 0 channels
Get PRO
November '250
in 0 channels
Get PRO
October '250
in 0 channels
Get PRO
September '250
in 0 channels
Get PRO
August '250
in 0 channels
Get PRO
July '250
in 0 channels
Get PRO
June '25
+26
in 0 channels
Get PRO
May '25
+25
in 0 channels
Get PRO
April '25
+17
in 0 channels
Get PRO
March '25
+57
in 0 channels
Get PRO
February '25
+51
in 0 channels
Get PRO
January '25
+136
in 0 channels
Get PRO
December '24
+288
in 0 channels
Get PRO
November '24
+252
in 0 channels
Get PRO
October '24
+333
in 0 channels
Get PRO
September '24
+467
in 0 channels
Get PRO
August '24
+503
in 0 channels
Get PRO
July '24
+562
in 0 channels
Get PRO
June '24
+388
in 0 channels
Get PRO
May '24
+281
in 0 channels
Get PRO
April '24
+245
in 0 channels
Get PRO
March '24
+258
in 0 channels
Get PRO
February '24
+929
in 0 channels
Date
Subscriber Growth
Mentions
Channels
29 October0
28 October+5
27 October+2
26 October+2
25 October+1
24 October+1
23 October+4
22 October0
21 October+2
20 October0
19 October0
18 October0
17 October0
16 October0
15 October+3
14 October+1
13 October+3
12 October+2
Channel Posts
🛕 অযোধ্যাৰ ৰাম মন্দিৰে লাভ কৰিলে FSSAI-ৰ ‘Eat Right Place of Worship’ প্ৰমাণপত্ৰ! 🇮🇳 অযোধ্যাৰ ৰাম মন্দিৰে খাদ্য সুৰক্ষা আৰ
🛕 অযোধ্যাৰ ৰাম মন্দিৰে লাভ কৰিলে FSSAI-ৰ ‘Eat Right Place of Worship’ প্ৰমাণপত্ৰ! 🇮🇳 অযোধ্যাৰ ৰাম মন্দিৰে খাদ্য সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (FSSAI)-এ মন্দিৰটোক ‘Eat Right Place of Worship’ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। 📌 এই স্বীকৃতিয়ে মন্দিৰ চৌহদত খাদ্যৰ গুণগত মান, পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ নিয়মসমূহ মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 📅 প্ৰকাশিত বাতৰি অনুসৰি, এই প্ৰমাণপত্ৰৰ বৈধতা দুবছৰ। 🙏 ধৰ্মীয় স্থানসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিৰাপদ খাদ্য ব্যৱস্থা নিশ্চিত কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

2
জানি থওঁ আহক ধলা-শদিয়া দলং (ডঃ ভূপেন হাজৰিকা সেতু) হৈছে লোহিত নদীৰ ওপৰত নিৰ্মিত ভাৰতৰ আটাইতকৈ দীঘল নদী দলং, যাৰ দৈৰ্ঘ্য প্ৰায় ৯.১৫ কিলোমিটাৰ। অসমৰ তিনিচুকীয়া জিলাৰ ধলাক শদিয়াৰ লগত সংযোগ কৰাৰ লগতে ই অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দূৰত্ব আৰু যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিছে। ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই দলংখনে কেৱল যাতায়াতৰ ক্ষেত্ৰতে নহয়, সীমান্তৱৰ্তী অঞ্চলত প্ৰতিৰক্ষা তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশটো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
314
3
🏆🔬 ২০২৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ ফ্ৰান্সিছ হালজেনৰ! বিশিষ্ট পদাৰ্থবিজ্ঞানী ফ্ৰান্সিছ হালজেন (Francis Halzen)-এ ২০
🏆🔬 ২০২৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ ফ্ৰান্সিছ হালজেনৰ! বিশিষ্ট পদাৰ্থবিজ্ঞানী ফ্ৰান্সিছ হালজেন (Francis Halzen)-এ ২০২৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে। 🌌 কিয় এই সন্মান? দক্ষিণ মেৰুত অৱস্থিত IceCube Neutrino Observatory নিৰ্মাণ আৰু মহাজাগতিক উৎসৰ পৰা অহা উচ্চ-শক্তিৰ নিউট্ৰিনো আৱিষ্কাৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে। নিউট্ৰিনো হৈছে অতি ক্ষুদ্ৰ উপ-পাৰমাণৱিক কণা, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ দূৰৱৰ্তী আৰু শক্তিশালী মহাজাগতিক ঘটনাৰ বিষয়ে জানিবলৈ বিজ্ঞানীসকলক সহায় কৰে। 🌠 👏 বিজ্ঞানৰ জগতলৈ এই অসামান্য অৱদানৰ বাবে ফ্ৰান্সিছ হালজেনলৈ আন্তৰিক অভিনন্দন!
485
4
https://www.facebook.com/share/v/1E9Bfxt6uH/
419
5
🏅 এছিয়ান গেমছ ২০২৬ — আইচি-নাগোয়া 🇯🇵 এছিয়ান গেমছ ২০২৬ৰ পদক তালিকাত ভাৰতৰ শক্তিশালী প্ৰদৰ্শন! 🇮🇳🔥 ভাৰতে ২১টা সোণ, ২৭টা
🏅 এছিয়ান গেমছ ২০২৬ — আইচি-নাগোয়া 🇯🇵 এছিয়ান গেমছ ২০২৬ৰ পদক তালিকাত ভাৰতৰ শক্তিশালী প্ৰদৰ্শন! 🇮🇳🔥 ভাৰতে ২১টা সোণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জসহ মুঠ ৮৫টা পদক লাভ কৰি ৪ৰ্থ স্থান দখল কৰিছে। 🥇🥈🥉 চীন, জাপান আৰু দক্ষিণ কোৰিয়াই শীৰ্ষ তিনিটা স্থান দখল কৰিছে। ভাৰতীয় খেলুৱৈসকলৰ এই অসাধাৰণ প্ৰদৰ্শনে দেশবাসীৰ গৌৰৱ বৃদ্ধি কৰিছে। 🇮🇳❤️ জয় হিন্দ! 🇮🇳 ভাৰতৰ খেলুৱৈসকললৈ আন্তৰিক অভিনন্দন! 👏🏆
544
6
🌿 অসমৰ বন্যপ্ৰাণী জগতত এক উল্লেখযোগ্য সংযোজন! 🦚 ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত প্ৰথমবাৰৰ বাবে ভাৰতীয় ময়ূৰ (In
🌿 অসমৰ বন্যপ্ৰাণী জগতত এক উল্লেখযোগ্য সংযোজন! 🦚 ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত প্ৰথমবাৰৰ বাবে ভাৰতীয় ময়ূৰ (Indian Peafowl – Pavo cristatus)-ৰ উপস্থিতি আনুষ্ঠানিকভাৱে নথিভুক্ত কৰা হৈছে। 📸 বন্যপ্ৰাণী আলোকচিত্ৰশিল্পী নেজিব আহমেদ আৰু চিনেমাট’গ্ৰাফাৰ চন্দন শইকীয়াই উদ্যানখনৰ ভিতৰত ময়ূৰটোৰ উপস্থিতি কেমেৰাত বন্দী কৰে। ইয়াৰ পূৰ্বে ৰৌমাৰী আৰু হাজৰিকাবাৰী Anti-Poaching Campৰ ওচৰত বনকৰ্মীসকলেও ময়ূৰৰ সদৃশ চৰাই দেখা পোৱাৰ তথ্য দিছিল। 📷 পিছত সংগ্ৰহ কৰা আলোকচিত্ৰই ওৰাঙত ভাৰতীয় ময়ূৰৰ উপস্থিতি নিশ্চিত কৰাত সহায় কৰে। এই নতুন নথিভুক্তকৰণে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য আৰু অসমৰ সংৰক্ষিত বনাঞ্চলসমূহৰ প্ৰাকৃতিক গুৰুত্বক আকৌ এবাৰ উজলাই তুলিছে। 🌳💚 🦚 অসমৰ বন্যপ্ৰাণীৰ ভঁৰালত সংযোজিত হ’ল আন এটা সুন্দৰ অধ্যায়!
482
7
🏅 এছিয়ান গেমছ ২০২৬ — মেডেল তালিকা 🏆 এছিয়ান গেমছ ২০২৬ৰ বৰ্তমানৰ মেডেল তালিকাত চীনে ১৫৫টা সোণৰ পদকেৰে শীৰ্ষস্থান দখল কৰিছে।
🏅 এছিয়ান গেমছ ২০২৬ — মেডেল তালিকা 🏆 এছিয়ান গেমছ ২০২৬ৰ বৰ্তমানৰ মেডেল তালিকাত চীনে ১৫৫টা সোণৰ পদকেৰে শীৰ্ষস্থান দখল কৰিছে। জাপান দ্বিতীয় আৰু দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে। 🇮🇳 ভাৰত ৭ম স্থানত — 🥇 সোণ: ১১ 🥈 ৰূপ: ২৩ 🥉 ব্ৰঞ্জ: ৩৩ 🏅 মুঠ: ৬৭টা পদক ভাৰতীয় খেলুৱৈসকললৈ আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে আন্তৰিক শুভেচ্ছা। 🇮🇳❤️ আপোনাৰ মতে ভাৰতৰ পদকৰ সংখ্যা আৰু কিমান বৃদ্ধি পাব? 💬 🏅 Asian Games 2026 — Medal Table 🏆 Here’s the current Asian Games 2026 medal table. China leads the standings with an impressive 155 gold medals, followed by Japan in second and South Korea in third. 🇮🇳 India is currently ranked 7th with: 🥇 Gold: 11 🥈 Silver: 23 🥉 Bronze: 33 🏅 Total: 67 medals Best wishes to all the Indian athletes for the upcoming events! 🇮🇳❤️ How many more medals do you think India will add? 💬
591
8
No text...
487
9
+4
No text...
612
10
No text...
1 396
11
No text...
3 496
12
No text...
3 377
13
No text...
3 118
14
No text...
3 197
15
(১) 'ভাৰত ভ্ৰমণ' শীর্ষক অসমীয়া ভ্রমণ সাহিত্যৰ ৰচক কোন? উত্তব: হৰিনাৰায়ণ দত্তবৰুৱা। (২) ধর্ম দত্ত শর্মাই লিখা ভ্রমণ সাহিত্যখনৰ নাম কি? উত্তৰঃ দক্ষিণাৱতী। (৩) মুস্তাফিজুৰ ৰহমানে লিখা অসমীয়া ভ্রমণ সাহিত্যখনৰ নাম কি? উত্তৰঃ তুষাৰ মৰুৰ প্ৰান্তত। (৪) হেমন্ত কুমাৰ শৰ্মাই লিখা ভ্রমণ সাহিত্যখনৰ নাম কি? উত্তৰঃ কাবেৰীৰ পাৰে পাৰে। (৫) ৰমা বৰঠাকুৰৰ ভ্ৰমণ সাহিত্য কোনখন? উত্তৰঃ ভাৰত দৰ্শন। (৬) খগেন্দ্রনাথ দাসে ৰচনা কৰা ভ্রমণ কাহিনীখন কি? 'উত্তৰঃ ভাৰত দর্শন। (৭) আটাওৰ ৰহমানে লিখা ভ্রমণ কাহিনীখনৰ নাম কি? উত্তৰ: ভাৰত ভ্ৰমিলো। (৮) ৰোহিনী কুমাৰ কাকতিৰ ভ্ৰমণ সাহিত্যখনৰ নাম কি? উত্তৰঃ হিম কন্যা। (৯) অনু বৰুৱাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি? উত্তৰঃ দিল্লীৰ ডুখৰীয়া ছবি। (১০) হেম বৰুৱাৰ ভ্ৰমণ কাহিনীসমূহ কি কি? উত্তৰঃ সাগৰ দেখিছো (১৯৫৪), ৰঙা কৰবীৰ ফুল (১৯৬৯), ইজৰাইল (১৯৬৫), মেকং নৈ দেখিলোঁ।
2 791
16
পলকতে ১০টা জানিবলগীয়া জানি কথা! ১. অসমৰ সৰ্বপ্ৰথম ৰঞ্জীট্ৰফী খেল অনষ্ঠিত হৈছিল - যোৰহাট চিনামৰাৰ জিমখাত খেলপথাৰত ২. আটাইতকৈ কম বয়সৰ আহোম ৰজাজন চুলিকফা ৩. হাজোৰ পোৱামক্কা মছজিদটো নির্মাণ কৰিছিল - ছুজাউদ্দিন মহম্মদ শ্বাহ ৪. কোন ভিটামিনৰ অভাৱৰ ফলত স্কার্ভি ৰোগ হয় ভিটামিন চি ৫. নীতি আয়োগৰ অধ্যক্ষ প্রধানমন্ত্রী ৬. ভাৰতৰ সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন - ৭. 'চিৰাজ' নাটকখনৰ নাট্যকাৰজনৰ নাম- ফণী শৰ্মা ৮. প্রথম অসমীয়া গল্প সংকলনখনৰ নাম - সুৰভি ৯. প্রথম অসমীয়া ব্যাকৰণ লিখিছিল উইলিয়াম ৰবিনছন ১০. ভাৰতত ব্ৰহ্মপত্ৰ নদীৰ দৈর্ঘ্য প্রায় ৯০০ কিলোমিটাৰ
2 345
17
+5
No text...
2 345
18
Important GK.pdf
2 302
19
জানি লওঁ আহকচোন...Most Important 🔥
2 504
20
Q. জুবিন গাৰ্গৰ অন্তিমখন চিনেমা "ৰৈ ৰৈ বিনালে" কেতিয়া মুক্তি লাভ কৰিছিল?
3 293