en
Feedback
Assamese GK & Mock Test

Assamese GK & Mock Test

Open in Telegram

Assamese GK & Mock Test is a channel which helps you to prepare for all Competitive exams. Here , we discuss everything you need to know for any Competitive Exams, especially for Assam. Official websites: www.assamupdate.online

Show more
4 348
Subscribers
No data24 hours
-17 days
-1830 days
Posts Archive
Q. চিপাহী বিদ্ৰোহৰ প্ৰথম স্বহীদ কোন?
Anonymous voting

Q. ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ কোন ঠাইত আৰম্ভ হৈছিল?
Anonymous voting

Q. কোনে দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰি ১৮৫৭ চনৰ বিদ্ৰোহৰ সূচনা কৰিছিল?
Anonymous voting

Q. ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম?
Anonymous voting

Q. মধ্যযুগীয় ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল?
Anonymous voting

Q. কোনখন ঠাইক "মানচেষ্টাৰ অৱ ইষ্ট" নামে জনা যায়?
Anonymous voting

Q. প্ৰথম অসমীয়া চনেট কবিতাটো কি?
Anonymous voting

Q. "জন্ম ৰহস্য" ভক্তি মূলক গ্ৰন্থখন কাৰ ৰচনা?
Anonymous voting

Q. "অসমীয়া ভাষা-সাহিত্যৰ ওজা" আখ্যা কাক দিয়া হয়?
Anonymous voting

photo content

Q. ২০২৩ বৰ্ষৰ "সাহিত্য অকাডেমি বঁটা" কোনে লাভ কৰে? (Current affairs)
Anonymous voting

Q. "শ্ৰীকৃষ্ণ কীৰ্তন" গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল?
Anonymous voting

Q. "বৰপাত্ৰগোঁহাই" পদবীটো কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল?
Anonymous voting

Q. কাক "দিহিঙীয়া ৰজা" বুলি জনা যায়
Anonymous voting

Q. অসমৰ কোনজন খেলুৱৈৰ জন্ম দিনটো "অভিৰুচি ক্ৰীড়া দিৱস" হিচাপে পালন কৰা হয়?
Anonymous voting

Q. মাধৱদেৱে সৃষ্টি কৰা ভটিমাটো হ'ল-
Anonymous voting

Q. "বুকুনি পাতনি" কোনটো জনজাতিৰ এবিধ পৰম্পৰাগত সাজপাৰ?
Anonymous voting

Q. শেষতীয়াকৈ প্ৰকাশ পোৱা বিশ্বৰ প্ৰদূষণ ৰেংকিঙত কোন খন চহৰে শীৰ্ষস্থান অধিকাৰ কৰিছে?
Anonymous voting

Q. আমাৰ Channel ত Mock Test ৰ বাবে দৈনিক কিমানটাকৈ Questions দিয়াটো বিচাৰে?
Anonymous voting

Q. ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছে? (Current affairs)
Anonymous voting