ch
Feedback

不要被骗子欺骗!Telemetrio 会找到并标记这些频道 👉 如果想查看标记,请订阅

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 232
订阅者
-624 小时
-207 天
-10430 天
帖子存档
Market bhut slow hoi ase.. ekdm sai meli trade lobo haa. Parile enekua marke tt avoid korileu eku nhy. Val he

77900 PUT S3NSEX 457 TO 546 ✅✅🔥🔥 89 POINTS DONE IN LIVE
77900 PUT S3NSEX 457 TO 546 ✅✅🔥🔥 89 POINTS DONE IN LIVE

Done 😀🙏
Done 😀🙏

77900 PUT TU SAI ASJ SENSEX R

NO MOVEMENT..

Break koribo pare..

Sensex 5 minutes t support t ase.

Sideways opening

GOOD MORNING TRADERS

Now profile photo change
Now profile photo change

MUR NAMOT FAKE ID KHULI , mur profile photo di scam start .. hodai koi asu dei . Valkoi sai nuluai kaku eku nidibo . Double,
MUR NAMOT FAKE ID KHULI , mur profile photo di scam start .. hodai koi asu dei . Valkoi sai nuluai kaku eku nidibo . Double, triple check krok

🚀 Trading ত Successful হবলৈ ৬টা Special নিয়ম 🚀 ━━━━━━━━━━━━━━━━━━━ 🔰 1️⃣ Risk Management বুজক Trading ত লাভ কৰাতকৈ বেছি গুৰুত্বপূর্ণ হৈছে Capital Protection। প্ৰতিটো Trade ত Capital ৰ সৰু অংশহে Risk লওক। ━━━━━━━━━━━━━━━━━━━ 🧠 2️⃣ Emotion Control ৰাখক Fear 😨 আৰু Greed 🤑 হৈছে Trader ৰ আটাইতকৈ ডাঙৰ শত্ৰু। Emotion লৈ নহয়, সদায় Strategy অনুযায়ী Trade কৰক। ━━━━━━━━━━━━━━━━━━━ 📊 3️⃣ Proper Strategy ব্যৱহাৰ কৰক Random ভাবে Trade নকৰিব। সদায় এটা Backtested Strategy follow কৰক। ━━━━━━━━━━━━━━━━━━━ ⏳ 4️⃣ Patience ৰাখক Market ত প্ৰতিদিনে Opportunity নাথাকে। Right Setup আহিবলৈ অপেক্ষা কৰিব শিকক। ━━━━━━━━━━━━━━━━━━━ 📚 5️⃣ Continuous Learning কৰক Market সদায় সলনি হৈ থাকে। নতুন নতুন Concept, Analysis আৰু Knowledge শিকি থাকক। ━━━━━━━━━━━━━━━━━━━ 💎 6️⃣ Discipline বজাই ৰাখক Successful Trader হবলৈ Discipline আটাইতকৈ ডাঙৰ শক্তি। Rules follow কৰিলে Market এ আপোনাক Reward দিব। ━━━━━━━━━━━━━━━━━━━ ⚡ মনত ৰাখিব: Trading এটা Get Rich Quick Scheme নহয় ❌ ই এটা Skill ✔️ যাক শিকিবলৈ সময়, ধৈৰ্য আৰু Practice লাগে। 🔥 Smart Trader হওক, Emotional Trader নহয়।

🔺 হেলো Everyone 🔹 Tradingত Successful হ'বলৈ কেইটামান Tips 🔸 সদায়ে Trade কৰাৰ মানসিকতা বান্ধি লওক। যিদিনা Market ভাল হয়, Movement বিলাক সজীৱ হয়, Price Action ভালকৈ কাম কৰে আৰু আপোনাৰ নিজৰ Setup টো ভালকৈ কাম কৰা দেখে — অকল সেইদিনাহে Trade কৰক। 🔸 ভুলতে যদি আপুনি Trade লৈ পেলালে আৰু পিছত realize কৰিলে যে সেই Trade ল'ব নালাগিছিল, তেনেহ'লে সেই Trade টোৰ পৰা ওলাই আহক আৰু System Close কৰক। 🔸 যেতিয়া আপুনি দেখা পাইছে যে Market বেয়া, সেইদিনা আপুনি Marketৰ লগত যুদ্ধ কৰিবলৈ নাযাব। এনেও আমি Marketৰ লগত যুদ্ধ কৰিব নালাগে, কিন্তু তেনে দিনত Trade নকৰাই ভাল। 🔸 মনত ৰাখিব — আপোনাৰ ওচৰত Knowledge যিমানেই নাথাকক কিয়, Experience নোহোৱাকৈ আপুনি Tradingত কেতিয়াও Successful হ'ব নোৱাৰে। 🔸 গতিকে হাজাৰ চেষ্টা কৰাৰ পিছতো দুই তিনিদিন Loss হোৱা স্বাভাৱিক কথা। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটো নহয় যে আপুনি Loss নে Profit কৰিছে। গুৰুত্বপূৰ্ণ কথা এইটো — আপুনি আপোনাৰ Experience কিমান বেছি Grow কৰিব পাৰিছে। 🔸 এজন Traderৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে তেওঁৰ Capital। গতিকে Capital ধ্বংস হৈ যোৱা বা Capital শেষ হৈ যোৱা এনেকুৱা কাম কেতিয়াও নকৰিব। 🔸 উদাহৰণস্বৰূপে আজি Marketখন যদি আমি চাওঁ, তেনেহ'লে Price Action বৰ বেছি ভাল কাম কৰা দেখা নাযায়। গতিকে আজি আমি Trade লোৱাৰ পৰা বৰ্তমানলৈকে বিৰত আছোঁ। 🔸 বহুতে Over Trading কৰি নিজৰ পইচা হেৰুৱাই পেলায়। আপুনি সেই ভুলটো নকৰিব। 🔸 চেষ্টা কৰিব — Maximum তিনিটা বা চাৰিটা Trade তকৈ বেছি যাতে আপুনি এদিনত Trade নকৰে। 🔹 বন্ধুসকল, আপুনি Trading কৰক, কিন্তু Tradingএ যাতে আপোনাক নকৰে — তাৰ প্ৰতি সদায় সজাগ থাকিব। 🔺 যিসকলে ভাবিছে Trading শিকিব লাগে এই Classত আপুনি শিকিব — 📊 Price Action (Advanced Level) 📈 Chart কেনেকৈ Read কৰিব লাগে 🕯 Candlestick Pattern 📉 Chart Pattern 🎯 Marketত ঠিক কেতিয়া Trade ল'ব লাগে আৰু কেতিয়া Avoid কৰিব লাগে 🧠 Psychology Development & Mindset ⚙ Trade কেনেকৈ Manage কৰিব লাগে 💰 Money Management ⚠ Risk Management ⚖ Risk Reward Ratio 🎯 Stop Hunt কেনেকৈ বুজিব লাগে এই গোটেইখিনি খুব সহজভাৱে Step by Step শিকোৱা হ'ব। 🔺 Next Batchৰ বাবে Admission খোলা আছে 📩 Id — @pritom93 ত Message কৰক নিজৰ Name আৰু Mobile Number দি দিব। ⏰ Class Time — ৰাতি 9 PM – 10 PM 📅 Class Duration — প্ৰায় ১.৫ মাহ (সদায় নহয়, মাজে মাজে ১–২ দিন Gap থাকিব) 💵 Fees — ₹3000 (One Time) 💻 Platform — Google Meet 🎥 Classত শিকোৱা সকলো বস্তুৰ Recorded Version আপুনি পাই যাব। 📊 লগতে Class শেষ হোৱাৰ পিছত ৫ দিন Live Market Session থাকিব — য'ত আপুনি দেখা পাব শিকা বস্তুবোৰ Practicalত কেনেকৈ কাম কৰে। ⚡ লগতে 2 টা Super Fast Strategy দিয়া হ'ব — যি আপুনি Crypto আৰু Indian Market দুয়োটাতেই ব্যৱহাৰ কৰিব পাৰিব। ✨📊🚀 Trading শিকক, নিজৰ Future Build কৰক 🚀📊✨ 💎📈 Discipline + Knowledge + Experience = Success in Trading 📈💎 🔥💰 Smart Trader হওক, Capital Protect কৰক 💰🔥

TODAY MARKET AND TRAD PLANING

NIFTY EXPIRY TODAY

HAVE A GREAT DAY 🍀🍀

GOOD MORNING TRADERS

Hi all, really sorry Moi message burr reply dibo pora nai. Don't worry soboke dim. 🙏 Bea napabo