E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 231
Подписчики
-624 часа
-207 дней
-10430 дней
Архив постов
Market bhut slow hoi ase.. ekdm sai meli trade lobo haa.
Parile enekua marke tt avoid korileu eku nhy. Val he
MUR NAMOT FAKE ID KHULI , mur profile photo di scam start ..
hodai koi asu dei . Valkoi sai nuluai kaku eku nidibo . Double, triple check krok
🚀 Trading ত Successful হবলৈ ৬টা Special নিয়ম 🚀
━━━━━━━━━━━━━━━━━━━
🔰 1️⃣ Risk Management বুজক
Trading ত লাভ কৰাতকৈ বেছি গুৰুত্বপূর্ণ হৈছে Capital Protection।
প্ৰতিটো Trade ত Capital ৰ সৰু অংশহে Risk লওক।
━━━━━━━━━━━━━━━━━━━
🧠 2️⃣ Emotion Control ৰাখক
Fear 😨 আৰু Greed 🤑 হৈছে Trader ৰ আটাইতকৈ ডাঙৰ শত্ৰু।
Emotion লৈ নহয়, সদায় Strategy অনুযায়ী Trade কৰক।
━━━━━━━━━━━━━━━━━━━
📊 3️⃣ Proper Strategy ব্যৱহাৰ কৰক
Random ভাবে Trade নকৰিব।
সদায় এটা Backtested Strategy follow কৰক।
━━━━━━━━━━━━━━━━━━━
⏳ 4️⃣ Patience ৰাখক
Market ত প্ৰতিদিনে Opportunity নাথাকে।
Right Setup আহিবলৈ অপেক্ষা কৰিব শিকক।
━━━━━━━━━━━━━━━━━━━
📚 5️⃣ Continuous Learning কৰক
Market সদায় সলনি হৈ থাকে।
নতুন নতুন Concept, Analysis আৰু Knowledge শিকি থাকক।
━━━━━━━━━━━━━━━━━━━
💎 6️⃣ Discipline বজাই ৰাখক
Successful Trader হবলৈ Discipline আটাইতকৈ ডাঙৰ শক্তি।
Rules follow কৰিলে Market এ আপোনাক Reward দিব।
━━━━━━━━━━━━━━━━━━━
⚡ মনত ৰাখিব:
Trading এটা Get Rich Quick Scheme নহয় ❌
ই এটা Skill ✔️ যাক শিকিবলৈ সময়, ধৈৰ্য আৰু Practice লাগে।
🔥 Smart Trader হওক, Emotional Trader নহয়।
🔺 হেলো Everyone
🔹 Tradingত Successful হ'বলৈ কেইটামান Tips
🔸 সদায়ে Trade কৰাৰ মানসিকতা বান্ধি লওক।
যিদিনা Market ভাল হয়, Movement বিলাক সজীৱ হয়, Price Action ভালকৈ কাম কৰে আৰু আপোনাৰ নিজৰ Setup টো ভালকৈ কাম কৰা দেখে — অকল সেইদিনাহে Trade কৰক।
🔸 ভুলতে যদি আপুনি Trade লৈ পেলালে আৰু পিছত realize কৰিলে যে সেই Trade ল'ব নালাগিছিল, তেনেহ'লে সেই Trade টোৰ পৰা ওলাই আহক আৰু System Close কৰক।
🔸 যেতিয়া আপুনি দেখা পাইছে যে Market বেয়া, সেইদিনা আপুনি Marketৰ লগত যুদ্ধ কৰিবলৈ নাযাব।
এনেও আমি Marketৰ লগত যুদ্ধ কৰিব নালাগে, কিন্তু তেনে দিনত Trade নকৰাই ভাল।
🔸 মনত ৰাখিব — আপোনাৰ ওচৰত Knowledge যিমানেই নাথাকক কিয়,
Experience নোহোৱাকৈ আপুনি Tradingত কেতিয়াও Successful হ'ব নোৱাৰে।
🔸 গতিকে হাজাৰ চেষ্টা কৰাৰ পিছতো দুই তিনিদিন Loss হোৱা স্বাভাৱিক কথা।
কিন্তু গুৰুত্বপূৰ্ণ কথা এইটো নহয় যে আপুনি Loss নে Profit কৰিছে।
গুৰুত্বপূৰ্ণ কথা এইটো — আপুনি আপোনাৰ Experience কিমান বেছি Grow কৰিব পাৰিছে।
🔸 এজন Traderৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে তেওঁৰ Capital।
গতিকে Capital ধ্বংস হৈ যোৱা বা Capital শেষ হৈ যোৱা এনেকুৱা কাম কেতিয়াও নকৰিব।
🔸 উদাহৰণস্বৰূপে আজি Marketখন যদি আমি চাওঁ, তেনেহ'লে Price Action বৰ বেছি ভাল কাম কৰা দেখা নাযায়।
গতিকে আজি আমি Trade লোৱাৰ পৰা বৰ্তমানলৈকে বিৰত আছোঁ।
🔸 বহুতে Over Trading কৰি নিজৰ পইচা হেৰুৱাই পেলায়।
আপুনি সেই ভুলটো নকৰিব।
🔸 চেষ্টা কৰিব — Maximum তিনিটা বা চাৰিটা Trade তকৈ বেছি যাতে আপুনি এদিনত Trade নকৰে।
🔹 বন্ধুসকল,
আপুনি Trading কৰক, কিন্তু Tradingএ যাতে আপোনাক নকৰে — তাৰ প্ৰতি সদায় সজাগ থাকিব।
🔺 যিসকলে ভাবিছে Trading শিকিব লাগে
এই Classত আপুনি শিকিব —
📊 Price Action (Advanced Level)
📈 Chart কেনেকৈ Read কৰিব লাগে
🕯 Candlestick Pattern
📉 Chart Pattern
🎯 Marketত ঠিক কেতিয়া Trade ল'ব লাগে আৰু কেতিয়া Avoid কৰিব লাগে
🧠 Psychology Development & Mindset
⚙ Trade কেনেকৈ Manage কৰিব লাগে
💰 Money Management
⚠ Risk Management
⚖ Risk Reward Ratio
🎯 Stop Hunt কেনেকৈ বুজিব লাগে
এই গোটেইখিনি খুব সহজভাৱে Step by Step শিকোৱা হ'ব।
🔺 Next Batchৰ বাবে Admission খোলা আছে
📩 Id — @pritom93 ত Message কৰক
নিজৰ Name আৰু Mobile Number দি দিব।
⏰ Class Time — ৰাতি 9 PM – 10 PM
📅 Class Duration — প্ৰায় ১.৫ মাহ
(সদায় নহয়, মাজে মাজে ১–২ দিন Gap থাকিব)
💵 Fees — ₹3000 (One Time)
💻 Platform — Google Meet
🎥 Classত শিকোৱা সকলো বস্তুৰ Recorded Version আপুনি পাই যাব।
📊 লগতে Class শেষ হোৱাৰ পিছত ৫ দিন Live Market Session থাকিব —
য'ত আপুনি দেখা পাব শিকা বস্তুবোৰ Practicalত কেনেকৈ কাম কৰে।
⚡ লগতে 2 টা Super Fast Strategy দিয়া হ'ব —
যি আপুনি Crypto আৰু Indian Market দুয়োটাতেই ব্যৱহাৰ কৰিব পাৰিব।
✨📊🚀 Trading শিকক, নিজৰ Future Build কৰক 🚀📊✨
💎📈 Discipline + Knowledge + Experience = Success in Trading 📈💎
🔥💰 Smart Trader হওক, Capital Protect কৰক 💰🔥
Hi all, really sorry
Moi message burr reply dibo pora nai.
Don't worry soboke dim. 🙏
Bea napabo
