ch
Feedback

不要被骗子欺骗!Telemetrio 会找到并标记这些频道 👉 如果想查看标记,请订阅

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 205
订阅者
-524 小时
-57 天
-9130 天
吸引订阅者
11月 '26
十一月 '26
+4
在0个频道中
十月 '26
+47
在1个频道中
Get PRO
九月 '26
+35
在1个频道中
Get PRO
八月 '26
+37
在0个频道中
Get PRO
七月 '26
+32
在0个频道中
Get PRO
六月 '26
+49
在1个频道中
Get PRO
五月 '26
+168
在1个频道中
Get PRO
四月 '26
+70
在1个频道中
Get PRO
三月 '26
+26
在1个频道中
Get PRO
二月 '26
+127
在2个频道中
Get PRO
一月 '26
+203
在2个频道中
Get PRO
十二月 '25
+61
在1个频道中
Get PRO
十一月 '25
+89
在0个频道中
Get PRO
十月 '25
+109
在1个频道中
Get PRO
九月 '25
+111
在2个频道中
Get PRO
八月 '25
+184
在2个频道中
Get PRO
七月 '25
+69
在1个频道中
Get PRO
六月 '25
+87
在0个频道中
Get PRO
五月 '25
+74
在0个频道中
Get PRO
四月 '25
+58
在0个频道中
Get PRO
三月 '25
+60
在0个频道中
Get PRO
二月 '25
+63
在0个频道中
Get PRO
一月 '25
+53
在1个频道中
Get PRO
十二月 '24
+66
在0个频道中
Get PRO
十一月 '24
+51
在1个频道中
Get PRO
十月 '24
+72
在0个频道中
Get PRO
九月 '24
+74
在1个频道中
Get PRO
八月 '24
+337
在1个频道中
Get PRO
七月 '24
+667
在0个频道中
Get PRO
六月 '24
+804
在0个频道中
Get PRO
五月 '24
+765
在0个频道中
Get PRO
四月 '24
+991
在0个频道中
Get PRO
三月 '24
+2 448
在0个频道中
Get PRO
二月 '24
+332
在0个频道中
Get PRO
一月 '24
+435
在0个频道中
Get PRO
十二月 '23
+2 674
在1个频道中
日期
订阅者增长
提及
频道
12 十一月0
11 十一月0
10 十一月0
09 十一月0
08 十一月0
07 十一月0
06 十一月0
05 十一月0
04 十一月+1
03 十一月+2
02 十一月+1
01 十一月0
频道帖子
Koisilune nai. Sideways hbo buli 👆👆
Koisilune nai. Sideways hbo buli 👆👆

2
语音消息
323
3
BLUE PRINT FOR THE DAY ..
BLUE PRINT FOR THE DAY ..
348
4
📊 NIFTY 50 Market Update & Multi-Timeframe Analysis (1D & 5m) ব্যক্তিগত কামৰ/ সমস্যাৰ বাবে অহা কেইটামান দিন মই গ্ৰুপত বেছি সক্ৰিয় (Active) থাকিব নোৱাৰিম। সেয়েহে বৰ্তমানৰ চাৰ্ট ষ্ট্ৰাকচাৰ (Daily আৰু 5-Minute Timeframe) অনুসৰি আগন্তুক দিনকেইটাত মাৰ্কেটত কি হ'ব পাৰে, কোনবোৰ লেভেল গুৰুত্বপূৰ্ণ আৰু ক'ত ট্ৰেড লোৱাটো সুৰক্ষিত হ'ব—তাৰ সম্পূৰ্ণ বিৱৰণ তলত দিয়া হ'ল: ১. সামগ্ৰিক মাৰ্কেট ষ্ট্ৰাকচাৰ (Overall Bias): Daily Timeframe (1D): বজাৰ ২২,১৭৫ স্তৰত এটা শক্তিশালী Double Bottom বনাই তীব্ৰ গতিৰে V-Shape Recovery কৰি ওপৰলৈ উঠি আহিছে। বৰ্তমান Nifty প্ৰায় ২৫,৩৪০ স্তৰত ট্ৰেড হৈ আছে। সামগ্ৰিক ট্ৰেণ্ড (Macro Trend) সম্পূৰ্ণ Bullish। 5-Minute Timeframe (5m): বজাৰে আজি পুৱা ২৫,১৩৩ স্তৰৰ পৰা অত্যন্ত শক্তিশালী V-shaped buying momentum দেখুৱাই ওপৰৰ স্তৰলৈ ঘূৰি আহিছে। ২. গুৰুত্বপূৰ্ণ লেভেলসমূহ (Key Levels to Watch): ওপৰৰ বাধা (Major Resistance): ২৫,৪২৬ – ২৫,৪৫০ মাজৰ সাপোৰ্ট (Intraday Support): ২৫,২৬৬ তলৰ শক্তিশালী সাপোৰ্ট (Strong Demand Zone): ২৫,১৩৩ ৩. মাৰ্কেটত কি হ'ব পাৰে আৰু কিয়? (Scenarios): Scenario A: ব্ৰেকআউট (Bullish Breakout — সম্ভাৱনা বেছি) কিয় হ'ব পাৰে: ১-দিনৰ চাৰ্টত বায়াৰসকলৰ নিয়ন্ত্ৰণ বহুত বেছি, আৰু ৫-মিনিটত তলৰ লিকুইডিটি (২৫,১৩৩) সংগ্ৰহ কৰি ক্ষিপ্ৰ ৰিকভাৰী দিছে। কেতিয়া ট্ৰেড ল'ব: যেতিয়া মাৰ্কেটে ২৫,৪২৬-ৰ ওপৰত ১৫-মিনিট বা ১-ঘণ্টাৰ কেণ্ডেল ক্ল'জ দিব আৰু সৰু Retest ল'ব। তেতিয়া ওপৰত ২৫,৬০০ – ২৫,৭৫০ স্তৰলৈ নতুন ৰেলী দেখা যাব পাৰে। Scenario B: ব্ৰেকডাউন (Bearish Breakdown — কেৱল নিৰ্দিষ্ট চৰ্তত) কিয় হ'ব পাৰে: ২২,১৭৫-ৰ পৰা continue ওপৰলৈ অহাৰ বাবে ওপৰত অলপ Profit Booking বা Correction আহিব পাৰে। কেতিয়া ট্ৰেড ল'ব: যেতিয়ালৈকে বজাৰ ২৫,১৩৩-ৰ ওপৰত আছে, তেতিয়ালৈকে ডাঙৰ ফল (Fall) নাহে। কেৱল ২৫,১৩৩-ৰ তলত স্পষ্ট ব্ৰেকডাউন দি সাপোৰ্ট ল'লেহে তলত ২৫,০০০ বা ২৪,৮৮০ স্তৰলৈ নামি আহিব পাৰে। Scenario C: চাইডৱেজ (Range-Bound / Trap Zone) যদি মাৰ্কেট ২৫,২৬৬ ৰ পৰা ২৫,৪২৬-ৰ ভিতৰত আৱদ্ধ হৈ থাকে, তেন্তে এই জ'নটোত Option Buyers-সকলৰ প্ৰিমিয়াম ক্ষয় (Theta Decay) হ'ব আৰু বেছিভাগ সময় ফেক ব্ৰেকআউট দি ট্ৰেপ কৰিব পাৰে। ৪. (Action Plan): No-Trade Zone: ২৫,২৬৬ – ২৫,৪২৬-ৰ মাজভাগত জঁপিয়াই ট্ৰেড নল'ব। হয় সাপোৰ্টৰ ওচৰত (২৫,২৬৬ বা ২৫,১৩৩) ৰিভাৰ্ছেল কেণ্ডেল চাওক, নহয় ২৫,৪২৬ ব্ৰেকআউট হ'বলৈ দিয়ক। Trend-ৰ বিপৰীতে নাযাব: যিহেতু মেইন ট্ৰেণ্ড Bullish, সেয়েহে ব্ৰেকডাউন কনফাৰ্ম নোহোৱাকৈ আগতীয়াকৈ Short/Put পজিচন নল'ব। Risk Management: নিজৰ দৈনিক SL লিমিট কঠোৰভাৱে মানি চলিব। সঠিক কনফাৰ্মেচন নাপালে কেপিটেল সুৰক্ষিত ৰাখি মাৰ্কেট কেৱল পৰ্যবেক্ষণ (Observe) কৰিব।
361
5
5 mntr tf t scalping trade pale sabo pari .. eikeita levelot.
5 mntr tf t scalping trade pale sabo pari .. eikeita levelot.
324
6
1 DAY TF 📌 MARKET JODI SAO TENEHOLE 22000 LEVELOR PORA BHUT STRONG MOVEMENT AMI DEKHIBOLOI PALU ARU STRONG RESISTANCE BREAKO
1 DAY TF 📌 MARKET JODI SAO TENEHOLE 22000 LEVELOR PORA BHUT STRONG MOVEMENT AMI DEKHIBOLOI PALU ARU STRONG RESISTANCE BREAKOUT DILE NOW MARKET SIDEWAYS HBO PARE EITU AREAT..
334
7
MORNING TRADERS
313
8
কণমানি জনীৰ জ্বৰ আজি ৰাতিপুৱাৰ পৰা 7.30 মনত দৰৱ দিছিলোঁ morning. দিনটো এটিলৈকে 3 বৰ দিব লগা হলেই। । তাৰ বাবে সময় পোৱা নাই। চাব লগা হৈছে । olp busy থাকিম । So aji trade moi korai nai. May be kaileu hmy napabou paru . Level aru kiba pale share korim
420
9
Bwst entry point dintur
Bwst entry point dintur
459
10
1. দিনাটোত এটা quality ৰ ট্ৰেড ✅ প্ৰতি ডাল ৰেড গ্ৰীণ কেণ্ডেল ত buy sel Planning ❌ 2. শান্ত হৈ মাৰ্কেট analysis আৰু ট্ৰেড বনালৈ wait কৰা ✅ বহুত fast move দেখি fomo ত এণ্টৰী লোৱা ❌ 3 . প্ৰফিট হলে মাৰ্কেট close কৰি দিনটোলৈ ফ্ৰী হোৱা ✅ এটা প্ৰফিট পাই নিজকে বহুত ভাবি আৰু ট্ৰেড মাৰি থকা ❌ 4. Loss হলে মাৰ্কেট ৰ লগত fight নকৰি তাক আজিলৈ accept কৰি কত ভুল হল লিখি থোৱা , বা যদি ভুল দেখা নাই তেনেহলে এ এটা game ৰ part বুলি ধৰা আৰু দিনটোলৈ আজৰি হোৱা ✅ Loss মানি নলয় আৰু ট্ৰেড কৰি তাক জোৰ কৰি recovery কৰা ❌ 5. ট্ৰেড বনিলে নিজৰ loss লব পৰা ক্ষমতা ৰ ওপৰত নিৰ্ভৰ কৰি ট্ৰেড লোৱা আৰু শান্ত ভাবে tp বা sl লৈকে ৰোৱা ✅ ট্ৰেড পালেই প্ৰফিট ৰ আশাত heavy quantity লৈ অলপ up down দেখিয়ে book কৰা ❌ 👆 Follow this
504
11
NIFTY 300+ POINT GAPUP OPENING ALMOST
454
12
সফল Trader হ’বলৈ Trading Psychology নিয়ম 1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক। 2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে । 3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে । 4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়। 5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই। ✨ :Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়। ✅ মোৰ ওপৰত যাব লাগিছে , বা মোৰ মনটোৱে তলত যাব কৈছে বোৰৰ একো কাম নাই, আপোনাৰ analysis ৰ মতেহে হব । ✅ কেতিয়া আৰু কেনেকুৱা logic ত ট্ৰেড লব final কৰক । বনিলে just do it মনত ৰাখিব loss বা প্ৰফিট এটা part হে। loss হলেও তাক একচেপ্ট কৰিব শিকক ।
478
13
GOOD MORNING TRADERS HAVE A GREAT DAY 🌻🌻
393
14
Live end
478
15
Crypto sam aji 📌
517
16
AHOK MARKET SAO OLP MAN AND DISCUSS KORIM OLP KIBA THAKILE HUDHI LOBO - Join now live - https://meet.google.com/hvs-crzv-eue
429
17
☀️ শুভ প্ৰভাত ট্ৰেডাৰসকল! 🚀 “সফলতা তেওঁলোকেই পায় যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। বজাৰে কেৱল অপেক্ষা কৰা লোকক নহয়, সঠি
☀️ শুভ প্ৰভাত ট্ৰেডাৰসকল! 🚀 “সফলতা তেওঁলোকেই পায় যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। বজাৰে কেৱল অপেক্ষা কৰা লোকক নহয়, সঠিক পৰিকল্পনাৰে আগবঢ়া লোককহে পুৰস্কৃত কৰে। নিজৰ পৰিকল্পনাত বিশ্বাস ৰাখক, ৰিস্ক মেনেজমেণ্ট মানি চলক আৰু আজিৰ দিনটো সফল কৰি তোলক!” 💰📊
422
18
diwalir khoros ulalene sobore 😃😃🚀 Reaction nai je .. eman advance level disilu
579
19
Ultimate level 🧿🙏 FIRE ON NIFTY 🚀🚀✅
Ultimate level 🧿🙏 FIRE ON NIFTY 🚀🚀✅
587
20
75 TO 20++ 🚀🚀🚀🚀🧿🧿
593