ch
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 729
订阅者
-1024 小时
-487
-16930
帖子存档
🟡 আজিৰ এই Trade টো অলপ ডিটেইলত বুজাই দিওঁ — কাৰণ বহুতে Screenshot দেখিছে কিন্তু লজিকটো সম্পূৰ্ণ বুজা নাই। আপোনালোকে যিখন Screenshot দিছোঁ , তাত Market এ এটা clear Resistance create কৰিছিল। সেই Resistance area ৰ পৰা Market বাৰে বাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিছিল যদিও ওপৰত hold কৰিব পৰা নাই। মানে Resistance face কৰাৰ পিছত Market এ ডাউন চাইডে প্ৰেছাৰ পাই আছিল। 🟢 যদি অলপ পিচলৈ চাওঁ previous day ত কি হৈছিল — Market এটা খুব ধুনীয়া uptrend ত আছিল। তাৰ মাজতে এটা retracement আহি ঠিক ৰেড কালাৰৰ Support বুলি লিখা জেগাখিনিৰ পৰা খুব ধুনীয়াকৈ Pin bar / Doji টাইপ Candle বনাই ওপৰলৈ react কৰিছিল। ইয়াৰ মানে সেই জেগাখিনিত Buyers active হৈছিল। য’ত Buyers active হয়, সেই জেগাখিনিক আমি Support Demand zone বা Order block হিচাপে ধৰিব পাৰোঁ। ━━━━━━━━━━━ 🔆━━━━━━━━━━━ 🔵 তাৰ পিছত যিটো মেইন observation আছিল — Market সেই একেই জেগালৈ আহি multiple times rejection লৈছে। এটা Candle নহয় — বাৰে বাৰে touch কৰি Pin / Doji / Hammer টাইপ formation বনাইছে। ইয়াৰ অৰ্থ Selling pressure লাহে লাহে কমি গৈছিল আৰু Buyers পুনৰ active হৈছিল। সেই কাৰণেই মই এই জেগাখিনিত Entry ল’লোঁ। 🟡 আমাৰ plan কি আছিল — Stoploss আছিল Yellow zone ৰ অলপমান তলত। First Target হিচাপে retracement area ধৰিছিলোঁ কিয়নো Market সেই জেগালৈকে গৈ আকৌ react কৰাৰ chance আছিল। Risk Reward হিচাপে 1:2 / 1:1.5 বা previous Resistance লৈকে Target প্লেন কৰিছিলোঁ। Market এ অলপ টাইম ল’লে কিন্তু শেষত খুব ধুনীয়াকৈ Target দি দিলে। ━━━━━━━━━━━ 📊━━━━━━━━━━━ 🟢 এতিয়া Trade ৰ exact data টো চাওঁ — Nifty 25,650 Call Option share কৰিছিলোঁ। Premium chart ত মোৰ Entry আছিল 159 ত, Stoploss আছিল 147 ত আৰু First TP আছিল 176। মানে প্ৰায় 12 টকাৰ risk লৈ 17 টকাৰ gain — proper Risk Management আৰু Risk Reward Ratio follow কৰি TP book কৰা হৈছে। 🔵 এই Trade share কৰাৰ মেইন উদ্দেশ্য কি — কেৱল profit দেখুওৱা নহয়, লজিক বুজোৱা। কাৰণ নুবুজাকৈ কেৱল follow কৰিলে short term ত অলপ পইচা বনাব পাৰিব কিন্তু long term ত consistency নাথাকিব। ━━━━━━━━━━━ 🎯━━━━━━━━━━━ 🟡 এতিয়া নিজৰ মনত এটা question কৰক — যিসকলে Entry আৰু Stoploss দুয়োটা দেখিছিল, তেওলোকৰ মাজত কিমানজন 1:1+ লৈকে wait কৰিব পাৰিলে? যদি Stoploss 12 point থাকে তেনেহ’লে অন্তত তাৰ সমান বা তাতকৈ বেছি point capture কৰিবলৈ ধৈৰ্য্য থাকিব লাগিব। 🟢 এইটোহে Trading ৰ main rule — ধৈৰ্য্য, Risk Management আৰু Discipline। ইয়াতেই পাৰ্থক্য থাকে gambler আৰু Trader ৰ মাজত 🚀 ━━━━━━━━━━━ 🔥━━━━━━━━━━━

DAMANI . DIBRUGARH
DAMANI . DIBRUGARH

✅ এনেদৰে trade কৰিবৰ বাবে একাউণ্ট open কৰি লব - https://huf.dhan.co/?join=PRITOM

Now all members,, PLEASE SEND ME YOUR SCREEN SHOTS @pritom93

17 POINT DONE 🤑 3k++

1st TP HIT ✅✅🔰🚀🔥
1st TP HIT ✅✅🔰🚀🔥

High risky
High risky

MORNING TRADERS

语音消息03:10

📌 যদি আপুনি Tradingত Successful হ’ব বিচাৰে, তেন্তে এই কেইটামান কথা সদায় মনত ৰাখিব লাগে — 🔹 আপুনি যি শিকিছে, যি Practice কৰিছে, সেইটো এৰি কেতিয়াও নতুন বা বেলেগ Setupত Trade নকৰিব। 🔹 চকুৰ আগত ডাঙৰ Red Candle বা Green Candle বনিলেও, বা আপুনি দেখা ঠাইত Setup বনাই থকা যেন লাগিলেও — সেই ঠাইত হঠাতে Entry নিদিব। 🔹 সদায় মনত ৰাখিব 👉 Entry লোৱাৰ বাবে আটাইতকৈ Safest place হৈছে Main Support আৰু Main Resistance area। ⚠️ Main Support/Resistance এৰিয়াৰ মাজৰ অংশত যদি কোনো Candle বা Pattern দেখা যায়, সেইবোৰ Avoid কৰিব লাগে। 📸 আমি Upload কৰা Screenshotবোৰত আপুনি স্পষ্টকৈ দেখিব পাৰিব — 1️⃣ এটা Screenshotত Sell side setup বনিছিল আৰু Entry লোৱা হৈছিল, কিন্তু সেই Entry ভুল হৈছিল। তাত SL hit হোৱাৰ chance বহুত বেছি থাকে। 2️⃣ আনটো Screenshotত দেখা যায় — Level break হোৱাৰ পিছত Fake breakout হৈছিল, তাৰ পিছতেই Proper Entry মিলিছিল। ✔️ এইটো সদায় মনত ৰাখিব — যেতিয়ালৈকে Proper entry নাপাব, তেতিয়ালৈকে কোনো Tradeত Entry নিদিব। ❌ যদি ধৈৰ্য্য নধৰি Entry লয়, সেইটোয়ে ডাঙৰ ভুল হৈ পৰে। 💎 Real trader সকলে কেতিয়াও বিভিন্ন ঠাইত Entry নিদিয়ে। তেওঁলোকে নিজৰ Mark কৰা Level লৈ Market আহিবলৈ Wait কৰে। 🧠 সেইবাবে সদায় এই Mindset ৰাখিব — “যেতিয়ালৈকে Market মোৰ Levelলৈ নাহে, তেতিয়ালৈকে NO TRADE.” এই Mindset লৈ আগবাঢ়িলে, Simple setupতো আপুনি Successful হ’ব পাৰিব।

75 to 135 🔥🚀
75 to 135 🔥🚀

13 POINTS WITH TRAIL SL
13 POINTS WITH TRAIL SL

75 TO 101 high

NIFTY 25800 PUT ABOVE 75 MOVE EXPECTED