E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 729
Підписники
-1024 години
-487 днів
-16930 день
Архів дописів
🟡 আজিৰ এই Trade টো অলপ ডিটেইলত বুজাই দিওঁ —
কাৰণ বহুতে Screenshot দেখিছে কিন্তু লজিকটো সম্পূৰ্ণ বুজা নাই।
আপোনালোকে যিখন Screenshot দিছোঁ , তাত Market এ এটা clear Resistance create কৰিছিল। সেই Resistance area ৰ পৰা Market বাৰে বাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিছিল যদিও ওপৰত hold কৰিব পৰা নাই। মানে Resistance face কৰাৰ পিছত Market এ ডাউন চাইডে প্ৰেছাৰ পাই আছিল।
🟢 যদি অলপ পিচলৈ চাওঁ previous day ত কি হৈছিল — Market এটা খুব ধুনীয়া uptrend ত আছিল।
তাৰ মাজতে এটা retracement আহি ঠিক ৰেড কালাৰৰ Support বুলি লিখা জেগাখিনিৰ পৰা খুব ধুনীয়াকৈ Pin bar / Doji টাইপ Candle বনাই ওপৰলৈ react কৰিছিল। ইয়াৰ মানে সেই জেগাখিনিত Buyers active হৈছিল। য’ত Buyers active হয়, সেই জেগাখিনিক আমি Support Demand zone বা Order block হিচাপে ধৰিব পাৰোঁ।
━━━━━━━━━━━ 🔆━━━━━━━━━━━
🔵 তাৰ পিছত যিটো মেইন observation আছিল — Market সেই একেই জেগালৈ আহি multiple times rejection লৈছে।
এটা Candle নহয় — বাৰে বাৰে touch কৰি Pin / Doji / Hammer টাইপ formation বনাইছে। ইয়াৰ অৰ্থ Selling pressure লাহে লাহে কমি গৈছিল আৰু Buyers পুনৰ active হৈছিল। সেই কাৰণেই মই এই জেগাখিনিত Entry ল’লোঁ।
🟡 আমাৰ plan কি আছিল — Stoploss আছিল Yellow zone ৰ অলপমান তলত।
First Target হিচাপে retracement area ধৰিছিলোঁ কিয়নো Market সেই জেগালৈকে গৈ আকৌ react কৰাৰ chance আছিল।
Risk Reward হিচাপে 1:2 / 1:1.5 বা previous Resistance লৈকে Target প্লেন কৰিছিলোঁ। Market এ অলপ টাইম ল’লে কিন্তু শেষত খুব ধুনীয়াকৈ Target দি দিলে।
━━━━━━━━━━━ 📊━━━━━━━━━━━
🟢 এতিয়া Trade ৰ exact data টো চাওঁ — Nifty 25,650 Call Option share কৰিছিলোঁ।
Premium chart ত মোৰ Entry আছিল 159 ত,
Stoploss আছিল 147 ত
আৰু First TP আছিল 176।
মানে প্ৰায় 12 টকাৰ risk লৈ 17 টকাৰ gain —
proper Risk Management আৰু Risk Reward Ratio follow কৰি TP book কৰা হৈছে।
🔵 এই Trade share কৰাৰ মেইন উদ্দেশ্য কি — কেৱল profit দেখুওৱা নহয়, লজিক বুজোৱা।
কাৰণ নুবুজাকৈ কেৱল follow কৰিলে short term ত অলপ পইচা বনাব পাৰিব কিন্তু long term ত consistency নাথাকিব।
━━━━━━━━━━━ 🎯━━━━━━━━━━━
🟡 এতিয়া নিজৰ মনত এটা question কৰক — যিসকলে Entry আৰু Stoploss দুয়োটা দেখিছিল, তেওলোকৰ মাজত কিমানজন 1:1+ লৈকে wait কৰিব পাৰিলে?
যদি Stoploss 12 point থাকে তেনেহ’লে অন্তত তাৰ সমান বা তাতকৈ বেছি point capture কৰিবলৈ ধৈৰ্য্য থাকিব লাগিব।
🟢 এইটোহে Trading ৰ main rule — ধৈৰ্য্য, Risk Management আৰু Discipline।
ইয়াতেই পাৰ্থক্য থাকে gambler আৰু Trader ৰ মাজত 🚀
━━━━━━━━━━━ 🔥━━━━━━━━━━━
📌 যদি আপুনি Tradingত Successful হ’ব বিচাৰে, তেন্তে এই কেইটামান কথা সদায় মনত ৰাখিব লাগে —
🔹 আপুনি যি শিকিছে, যি Practice কৰিছে, সেইটো এৰি কেতিয়াও নতুন বা বেলেগ Setupত Trade নকৰিব।
🔹 চকুৰ আগত ডাঙৰ Red Candle বা Green Candle বনিলেও, বা আপুনি দেখা ঠাইত Setup বনাই থকা যেন লাগিলেও — সেই ঠাইত হঠাতে Entry নিদিব।
🔹 সদায় মনত ৰাখিব 👉 Entry লোৱাৰ বাবে আটাইতকৈ Safest place হৈছে Main Support আৰু Main Resistance area।
⚠️ Main Support/Resistance এৰিয়াৰ মাজৰ অংশত যদি কোনো Candle বা Pattern দেখা যায়, সেইবোৰ Avoid কৰিব লাগে।
📸 আমি Upload কৰা Screenshotবোৰত আপুনি স্পষ্টকৈ দেখিব পাৰিব —
1️⃣ এটা Screenshotত Sell side setup বনিছিল আৰু Entry লোৱা হৈছিল, কিন্তু সেই Entry ভুল হৈছিল। তাত SL hit হোৱাৰ chance বহুত বেছি থাকে।
2️⃣ আনটো Screenshotত দেখা যায় — Level break হোৱাৰ পিছত Fake breakout হৈছিল, তাৰ পিছতেই Proper Entry মিলিছিল।
✔️ এইটো সদায় মনত ৰাখিব —
যেতিয়ালৈকে Proper entry নাপাব, তেতিয়ালৈকে কোনো Tradeত Entry নিদিব।
❌ যদি ধৈৰ্য্য নধৰি Entry লয়, সেইটোয়ে ডাঙৰ ভুল হৈ পৰে।
💎 Real trader সকলে কেতিয়াও বিভিন্ন ঠাইত Entry নিদিয়ে। তেওঁলোকে নিজৰ Mark কৰা Level লৈ Market আহিবলৈ Wait কৰে।
🧠 সেইবাবে সদায় এই Mindset ৰাখিব —
“যেতিয়ালৈকে Market মোৰ Levelলৈ নাহে, তেতিয়ালৈকে NO TRADE.”
এই Mindset লৈ আগবাঢ়িলে, Simple setupতো আপুনি Successful হ’ব পাৰিব।
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
