ch
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 786
订阅者
-1124 小时
-457
-14230
帖子存档
NIFTY 5 minutes chart 📊
NIFTY 5 minutes chart 📊

Sideways hoi goise.

Above 170 /175✅

Nifty 23450 put watch.. big move expected

NIFTY RESISTANCE T ASE

Near breakout

HAVE A GREAT DAY 🧿🙏🙏

GOOD MORNING TRADERS

🎓 যিসকল নতুন আছে আৰু Trading ভালদৰে শিকিব বিচাৰে, তেওঁলোকৰ বাবে— যদি আপুনি ভাবিছে— ❓ Trade ক’ত ল’ব লাগে? ❓ ক’ত Entry কৰিব লাগে? ❓ ক’ত Buy বা Sell কৰিব লাগে? ❓ Stop Loss কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে? ❓ Target কেনেকৈ বাছি উলিয়াব লাগে? ❓ Capital কেনেকৈ Manage কৰিব লাগে? ❓ Psychology কেনেকৈ Develop কৰিব লাগে? ❓ Discipline আৰু Trading Rules কি? ❓ এটা Setup Valid নে Invalid কেনেকৈ বুজিব? তেনে হ’লে আমি আৰম্ভ কৰা Live Class-ত এই সকলো বিষয় A to Z Detail-ত শিকোৱা হ’ব। 📚 ইয়াত আপুনি শিকিব— ✔️ Market Structure ✔️ Support & Resistance ✔️ Entry & Exit Planning ✔️ Risk Management ✔️ Capital Management ✔️ Trading Psychology ✔️ Discipline Building ✔️ Real Market Analysis ✔️ Proper Trade Execution 🖥️ Class-ত আমি Live Screen Share কৰি Step-by-Step বুজাম। ⏰ সময় : ৰাতি ৯ বজাৰ পৰা ১০ বজালৈ 📅 সপ্তাহত ৩-৪ দিন 💰 Admission Fee : মাত্ৰ ₹3000 🎥 Recording-ও Available থাকিব। অলৰেডি কেইবাজনেও Admission লৈছে। আৰু কেইজনমান Confirm হ’লেই অহা ২-৩ দিনৰ ভিতৰত নতুন Batch আৰম্ভ কৰা হ’ব। 📩 Interested হলে মোক Direct Message কৰিব পাৰে। ⚠️ এটা কথা সদায় মনত ৰাখিব— নিশিকাকৈ কৰা Trading বিপদজনক হ’ব পাৰে। বেছিভাগ মানুহে Market-ত Loss কৰাৰ মূল কাৰণ হৈছে Knowledge-ৰ অভাৱ, Strategy-ৰ অভাৱ আৰু Discipline-ৰ অভাৱ। সেইকাৰণেই প্ৰথমে শিকক, তাৰ পিছত Earn কৰাৰ চেষ্টা কৰক। 📈🔥 Message for class : @pritom93

📈 হেল্ল’ ট্ৰেডাৰ্ছ আৰু লাৰ্নাৰ্ছ, এই গ্ৰুপটোৰ পৰা আপোনালোকে শিকিবলৈ যথেষ্ট মূল্যৱান বস্তু পাব। ✅ মই নিয়মীয়াকৈ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ লেভেলসমূহ শ্বেয়াৰ কৰোঁ। ✅ মাৰ্কেটক লৈ মোৰ ভিউ শ্বেয়াৰ কৰোঁ। ✅ কোনবোৰ মুভ মই কেপচাৰ কৰিব পাৰিলোঁ আৰু কোনবোৰ মিছ কৰিলোঁ সেইবোৰো খোলাখুলিকৈ আলোচনা কৰোঁ। ⚠️ এইবোৰ শ্বেয়াৰ কৰাৰ উদ্দেশ্য কেৱল আপোনালোকক Profit কৰোৱাটো নহয়। মূল উদ্দেশ্য হৈছে যাতে আপোনালোকে— • মাৰ্কেটক চোৱাৰ ধৰণ বুজি পায় • গুৰুত্বপূৰ্ণ এৰিয়া চিনাক্ত কৰিব পাৰে • আমি কেনেকৈ ডিসিশ্যন লওঁ সেইটো বুজি পায় • Trade Setup-ৰ পিছৰ Logic বুজি পায় সময় পালে মই লোৱা ট্ৰেডসমূহৰ সম্পূৰ্ণ লজিকো Explain কৰোঁ, যাতে আপোনালোকে বাস্তৱ উদাহৰণৰ জৰিয়তে শিকিব পাৰে। 📚 📍 উদাহৰণস্বৰূপে, শেহতীয়া ট্ৰেডটোত আমি বহুদিন ধৰি এটা নিৰ্দিষ্ট লেভেলৰ ওপৰত চকু ৰাখি আছিলোঁ। আমাৰ প্লেন স্পষ্ট আছিল— ➡️ যদি মাৰ্কেটে সেই লেভেলটো Breakout দিয়ে ➡️ তাৰ পিছত সুস্থ Retracement লয় ➡️ আৰু Consolidation কৰে তেনেহ’লে Risk-Reward Ratio আমাৰ নিয়ম অনুসৰি ফিট হ’লে আমি Trade Execute কৰিম। সেইদৰেই ঘটিল। ✅ 📌 Stop Loss : 19 Points 📌 Target : 36 Points 📌 Profit Book : 33 Points এইটোৱেই হৈছে Proper Risk Management + Discipline-ৰ ফলাফল। 💡 মনত ৰাখিব, এই Trade কোনো আচম্বিত সিদ্ধান্ত নাছিল। আমি ৰাতিপুৱাৰ পৰা ধৈৰ্য্য ধৰি বহি আছিলোঁ। বহুতো অনাৱশ্যক Trade এৰাই গৈ আমি কেৱল এটা Quality Setup-ৰ অপেক্ষা কৰিছিলোঁ। 🎯 Trading-ত প্ৰতিদিনে Trade লোৱাটো সফলতা নহয়। 🎯 সঠিক Trade-ৰ বাবে অপেক্ষা কৰিব পৰাটোহে সফলতা। আৰু এটা কথা— মই যিবোৰ Level, View আৰু Analysis শ্বেয়াৰ কৰোঁ, সেইবোৰ Blindly Follow কৰাৰ বাবে নহয়। ✔️ Chart পঢ়িবলৈ শিকক ✔️ Level চিনিবলৈ শিকক ✔️ Risk Management বুজিবলৈ শিকক ✔️ Decision Making Process বুজিবলৈ চেষ্টা কৰক কাৰণ দীৰ্ঘম্যাদত আপোনাক সহায় কৰিব আপোনাৰ Skill-এ, আনৰ Call-এ নহয়। 📊 সকলোকে শুভেচ্ছা। 🙏📈🔥

Nifty trade logic