E-Learn ( STOCK MARKET KNOWLEDGE )
Kanalga Telegram’da o‘tish
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Ko'proq ko'rsatish6 786
Obunachilar
-1124 soatlar
-457 kunlar
-14230 kunlar
Postlar arxiv
🎓 যিসকল নতুন আছে আৰু Trading ভালদৰে শিকিব বিচাৰে, তেওঁলোকৰ বাবে—
যদি আপুনি ভাবিছে—
❓ Trade ক’ত ল’ব লাগে?
❓ ক’ত Entry কৰিব লাগে?
❓ ক’ত Buy বা Sell কৰিব লাগে?
❓ Stop Loss কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে?
❓ Target কেনেকৈ বাছি উলিয়াব লাগে?
❓ Capital কেনেকৈ Manage কৰিব লাগে?
❓ Psychology কেনেকৈ Develop কৰিব লাগে?
❓ Discipline আৰু Trading Rules কি?
❓ এটা Setup Valid নে Invalid কেনেকৈ বুজিব?
তেনে হ’লে আমি আৰম্ভ কৰা Live Class-ত এই সকলো বিষয় A to Z Detail-ত শিকোৱা হ’ব।
📚 ইয়াত আপুনি শিকিব—
✔️ Market Structure
✔️ Support & Resistance
✔️ Entry & Exit Planning
✔️ Risk Management
✔️ Capital Management
✔️ Trading Psychology
✔️ Discipline Building
✔️ Real Market Analysis
✔️ Proper Trade Execution
🖥️ Class-ত আমি Live Screen Share কৰি Step-by-Step বুজাম।
⏰ সময় : ৰাতি ৯ বজাৰ পৰা ১০ বজালৈ
📅 সপ্তাহত ৩-৪ দিন
💰 Admission Fee : মাত্ৰ ₹3000
🎥 Recording-ও Available থাকিব।
অলৰেডি কেইবাজনেও Admission লৈছে। আৰু কেইজনমান Confirm হ’লেই অহা ২-৩ দিনৰ ভিতৰত নতুন Batch আৰম্ভ কৰা হ’ব।
📩 Interested হলে মোক Direct Message কৰিব পাৰে।
⚠️ এটা কথা সদায় মনত ৰাখিব—
নিশিকাকৈ কৰা Trading বিপদজনক হ’ব পাৰে।
বেছিভাগ মানুহে Market-ত Loss কৰাৰ মূল কাৰণ হৈছে Knowledge-ৰ অভাৱ, Strategy-ৰ অভাৱ আৰু Discipline-ৰ অভাৱ।
সেইকাৰণেই প্ৰথমে শিকক, তাৰ পিছত Earn কৰাৰ চেষ্টা কৰক। 📈🔥
Message for class : @pritom93
📈 হেল্ল’ ট্ৰেডাৰ্ছ আৰু লাৰ্নাৰ্ছ,
এই গ্ৰুপটোৰ পৰা আপোনালোকে শিকিবলৈ যথেষ্ট মূল্যৱান বস্তু পাব।
✅ মই নিয়মীয়াকৈ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ লেভেলসমূহ শ্বেয়াৰ কৰোঁ।
✅ মাৰ্কেটক লৈ মোৰ ভিউ শ্বেয়াৰ কৰোঁ।
✅ কোনবোৰ মুভ মই কেপচাৰ কৰিব পাৰিলোঁ আৰু কোনবোৰ মিছ কৰিলোঁ সেইবোৰো খোলাখুলিকৈ আলোচনা কৰোঁ।
⚠️ এইবোৰ শ্বেয়াৰ কৰাৰ উদ্দেশ্য কেৱল আপোনালোকক Profit কৰোৱাটো নহয়।
মূল উদ্দেশ্য হৈছে যাতে আপোনালোকে—
• মাৰ্কেটক চোৱাৰ ধৰণ বুজি পায়
• গুৰুত্বপূৰ্ণ এৰিয়া চিনাক্ত কৰিব পাৰে
• আমি কেনেকৈ ডিসিশ্যন লওঁ সেইটো বুজি পায়
• Trade Setup-ৰ পিছৰ Logic বুজি পায়
সময় পালে মই লোৱা ট্ৰেডসমূহৰ সম্পূৰ্ণ লজিকো Explain কৰোঁ, যাতে আপোনালোকে বাস্তৱ উদাহৰণৰ জৰিয়তে শিকিব পাৰে। 📚
📍 উদাহৰণস্বৰূপে, শেহতীয়া ট্ৰেডটোত আমি বহুদিন ধৰি এটা নিৰ্দিষ্ট লেভেলৰ ওপৰত চকু ৰাখি আছিলোঁ।
আমাৰ প্লেন স্পষ্ট আছিল—
➡️ যদি মাৰ্কেটে সেই লেভেলটো Breakout দিয়ে
➡️ তাৰ পিছত সুস্থ Retracement লয়
➡️ আৰু Consolidation কৰে
তেনেহ’লে Risk-Reward Ratio আমাৰ নিয়ম অনুসৰি ফিট হ’লে আমি Trade Execute কৰিম।
সেইদৰেই ঘটিল। ✅
📌 Stop Loss : 19 Points
📌 Target : 36 Points
📌 Profit Book : 33 Points
এইটোৱেই হৈছে Proper Risk Management + Discipline-ৰ ফলাফল।
💡 মনত ৰাখিব, এই Trade কোনো আচম্বিত সিদ্ধান্ত নাছিল।
আমি ৰাতিপুৱাৰ পৰা ধৈৰ্য্য ধৰি বহি আছিলোঁ। বহুতো অনাৱশ্যক Trade এৰাই গৈ আমি কেৱল এটা Quality Setup-ৰ অপেক্ষা কৰিছিলোঁ।
🎯 Trading-ত প্ৰতিদিনে Trade লোৱাটো সফলতা নহয়।
🎯 সঠিক Trade-ৰ বাবে অপেক্ষা কৰিব পৰাটোহে সফলতা।
আৰু এটা কথা—
মই যিবোৰ Level, View আৰু Analysis শ্বেয়াৰ কৰোঁ, সেইবোৰ Blindly Follow কৰাৰ বাবে নহয়।
✔️ Chart পঢ়িবলৈ শিকক
✔️ Level চিনিবলৈ শিকক
✔️ Risk Management বুজিবলৈ শিকক
✔️ Decision Making Process বুজিবলৈ চেষ্টা কৰক
কাৰণ দীৰ্ঘম্যাদত আপোনাক সহায় কৰিব আপোনাৰ Skill-এ, আনৰ Call-এ নহয়। 📊
সকলোকে শুভেচ্ছা। 🙏📈🔥
Endi mavjud! Telegram Tadqiqoti 2025 — yilning asosiy insaytlari 
