E-Learn ( STOCK MARKET KNOWLEDGE )
前往频道在 Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
显示更多6 782
订阅者
无数据24 小时
-427 天
-14130 天
帖子存档
📈 আজি যদি ১ হাজাৰ প্ৰফিট পালোঁ, সেই ১ হাজাৰটো কেপিটেলত যোগ কৰি আকৌ লগাই দিলোঁ… ৫ হাজাৰ হ’ল, ১০ হাজাৰ হ’ল, ২০ হ’ল, ৪০ হ’ল… শুনিবলৈ বৰ সহজ লাগে।
কিন্তু বাস্তৱত ট্ৰেডিং এনেকুৱা “এদিনতে ধনী” হোৱাৰ গেম নহয়।
বৰ্তমান ছ’চিয়েল মিডিয়াত গাড়ী, বাংলো, প্ৰাইভেট জেট, লাখ লাখ প্ৰফিটৰ স্ক্ৰীণশ্বট দেখি বহু নতুন ট্ৰেডাৰৰ মনত এটা ভুল ধাৰণা সোমাই গৈছে — যেন ট্ৰেডিং মানেই তৎক্ষণাত ধনী হোৱা।
কিন্তু বাস্তৱত ট্ৰেডিং এটা Long-Term Process, এটা Journey।
যদি আপুনি এই মাৰ্কেটত বহুদিন টিকি থাকিব বিচাৰে, তেনেহ’লে প্ৰথমে “প্ৰচেছ” শিকিব লাগিব।
২-৩ হাজাৰ Strategy বা Setup শিকিলেই সফল হ’ব নোৱাৰি।
📌 Setup বা Strategy মানে কি?
যিটো টেকনিক বা নিয়ম অনুসৰি এজন Trader এ Trade লয়, সেইটোৱেই Setup বা Strategy।
এটা সহজ Example দিওঁ 👇
ধৰক Diabetes ৰোগী এজন বিভিন্ন Doctor ৰ ওচৰলৈ যায়।
প্ৰতিজন Doctor ৰ মূল উদ্দেশ্য একেই — ৰোগীজন সুস্থ কৰি Diabetes Control ত ৰখা।
কিন্তু সকলো Doctor ৰ পৰামৰ্শ একে নহয় —
কিছুমানে ক’ব “ভাত কম খাওক”
কিছুমানে ক’ব “Strict Diet Follow কৰক”
কিছুমানে ক’ব “Tablet খাওক, খোজ কাঢ়ক”
আকৌ কিছুমানে ক’ব “Intermittent Fasting কৰক”
মানে Method বেলেগ বেলেগ, কিন্তু Goal একেই।
ঠিক তেনেকৈ Trading তো —
প্ৰতিজন Trader ৰ Market চোৱাৰ দৃষ্টিভংগী, Setup, Psychology সকলো বেলেগ।
কিন্তু সকলোৰে Goal একেই — Consistent Profit আৰু Survival।
⚠️ এতিয়া যদি আপুনি সকলোৰে পৰা অলপ অলপকৈ লৈ সকলো একেলগে Apply কৰিবলৈ আৰম্ভ কৰে…
তেতিয়া কি হ’ব?
খিচিৰি হ’ব 😄
হাঁহ, কুকুৰা, গাহৰি, মাছ, কণী, ভেজিটেবল, ইডলি-চাম্বাৰ — সব ভাল পোৱা মানুহ আছে । বা আপুনিও ভাল পাব পাৰে । কিন্তু সকলো একেলগে মিক্স কৰি দিলে যেনেকুৱা খাব নোৱাৰা অৱস্থা হয়, Trading তো ঠিক তেনেকুৱাই।
সেইকাৰণে —
✅ এটা Strategy বাছক
✅ সেইটো Deeply শিকক
✅ Notes Follow কৰক
✅ Process Follow কৰক
✅ Discipline ৰাখক
৪ বছৰৰ Experience ত মই এটা কথা শিকিলোঁ —
Trading মানে Shortcut নহয়।
ই এটা Journey।
ই এটা Process।
বহুত বেছি শিকাৰ প্ৰয়োজন নাই।
আপুনি যিটো Strategy Follow কৰি গৈছে, সেই Process টো Consistently Follow কৰি থাকিলে…
Automaticly আপুনি সেইটোত Improve কৰা আৰম্ভ কৰি দিব। 📊🔥
Hello Traders 👋
সকলোকে আমাৰ E - Learn ৰ Group লৈ স্বাগতম 🙏
📊 এই Groupটোত আপোনালোকে Option Trading ৰ বিষয়ে Level বিলাক ফ্ৰীতে আপডেট পাই থাকিব
🔥 High Accuracy কিছু Setup আপোনালোকে ফ্ৰী অফ কষ্ট Daily পাই যাব
💡 যিবিলাক আমি আপোনালোকৰ লগত Share কৰোঁ, সেইবোৰৰ পৰা আপুনি বহুত কিছু শিকিব পাৰিব
⏳ যদি আপোনাৰ ওচৰত Time আছে আৰু আপুনি Time দিব পাৰে —
তেন্তে এই Groupৰ পৰা আপুনি Freeতে বহুত Knowledge ল’ব পাৰিব
📚 একদম New হলেও Problem নাই —
মাত্ৰ ২ দিন মান Time দিলে আপুনি নিজেই বুজি যাব আৰম্ভ কৰিব পাৰিব
━━━━━━━━━━━━━━━
📊 আমি যিবিলাক Daily Level Share কৰোঁ,
সেইবোৰৰ পৰা আপুনি শিকি যাব পাৰে
📺 আমাৰ Live Session আৰু YouTube Video চাইও আপুনি Freeতে বহুত কিছু শিকিব পাৰিব
👉 আমাৰ ফালৰ পৰা Best দিবলৈ চেষ্টা কৰিছোঁ
AJI SENSEX R EXPIRY ASE.
OLP PASOR PORA PREMIUM KOMA START HOBO..
NEW TRADERS , HODAI IN THE MONEY OPTION T TRADE KORIBO OKK
现已上线!2025 年 Telegram 研究 — 年度关键洞察 
