ru
Feedback

Не попадитесь на канал ботавода! Telemetrio находит и помечает такие каналы 👉 Хотите видеть метку — оформите подписку 👈

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Открыть в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Больше
6 306
Подписчики
-124 часа
-207 дней
-11030 дней
Архив постов
সফল Trader হ’বলৈ Trading Psychology নিয়ম 1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক। 2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে । 3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে । 4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়। 5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।✨ শেষ কথা:Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়। ✅ মোৰ ওপৰত যাব লাগিছে , বা মোৰ মনটোৱে তলত যাব কৈছে বোৰৰ একো কাম নাই, আপোনাৰ analysis ৰ মতেহে হব ।

Have a great day 🍀

GOOD MORNING TRADETS

Enjoy the day and enjoy expiry 🚀

70 POINTS RUNNING 🚀🔥🙏📌🏆

273📌📌🙏🧿✅

270📌🚀

260🚀📌🧿

1st tp done 🧿🧿
1st tp done 🧿🧿

257🚀📌

255🚀📌

250🚀📌

245🚀📌

240🚀📌

235📌🚀

230📌🔥

220📌🚀

215📌🚀

2010

Sensex 76600 CE ABOVE 203/204 watch 📌