uk
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Відкрити в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Показати більше
6 731
Підписники
-1024 години
-407 днів
-15930 день
Архів дописів
176

173

170

166

165

162

160

🚨 MORNING MARKE IS TOO FAST OKK BHUT BESI TIME MARKE T NIDIBO . Entry ba exit r babe

153 ABOVE JODI SUSTAIN KORE

25650 CALL NIFTY WATCH ✅ move expected

DONT HOLD IN LOSS ALWAYS FOLLOW YOUR RISK MANAGEMENT AVOID OVERTRADING

🟢 নমষ্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ join কৰিছে তেওঁলোকক জনাব বিচাৰিছোঁ — এই গ্ৰুপটোত আমি trading related কথাবিলাক আলোচনা কৰোঁ। Trade কৰিলেও লজিকবিলাক বুজাব চেষ্টা কৰোঁ। Free of cost আমি tradingৰ mindset, psychology, pattern আদিবিলাক শিকাই যাওঁ। 🔷 আমি যিবিলাক trade নিজৰ বাবে চাওঁ, যিবিলাক নিজে লওঁ সেই tradeবিলাক আমি ইয়াতে share কৰোঁ educational purposeত। কোনো ধৰণৰ buy sell tips বা advice আমি নিদিওঁ। এটা কথা জনা উচিত — share marketত কোনো ধৰণৰ positive returnৰ guarantee নাথাকে। গতিকে অকল positive returnৰ কথা ভাবি যাতে কোনোয়ে ইয়াতে invest নকৰে। 🟡 আমি যি real levelবিলাক দিওঁ আপুনি follow কৰিব পাৰে practice বা educational purposeৰ কাৰণে, যাতে আপোনালোকে শিকিব পাৰে কোনটো levelত buying zone থাকে, কোনটো levelত selling zone থাকে, ক’ৰ পৰা ক’লে কেনেকৈ market যাব পাৰে — এইবোৰ নিজে practice কৰিব পাৰে। 🟣 ইয়াৰ বাবে আপোনালোকে ভাল broker লোৱা উচিত। মই আপোনালোকক দুটা broker দি দিছোঁ — এটা হৈ গ’ল Bajaj Broking - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302 আৰু এটা হৈ গ’ল Dhan - https://huf.dhan.co/?join=PRITOM ইচ্ছা কৰিলে দুয়োটাতে account খুলি আপোনালোকে trade আৰম্ভ কৰিব পাৰে। যদি কিবা problem পায় তেনেহ’লে মোক contact কৰিব। ID — @pritom93 🟠 ইয়াতে আহি একেইদিনেই trading শিকা সম্ভৱ নহয় যদিও long termত যদি থাকে daily basisত যথেষ্ট কথা আপোনালোকে শিকিব পাৰিব। 🔵 তাৰোপৰি যদি কোনোবাই ভাবে মই trading A to Z শিকিব লাগে — আমি কেনেকৈ analysis কৰোঁ, কেনেকৈ trade লওঁ, কেনেকৈ market চাওঁ, কোন setup use কৰোঁ, entry, SL, target কি processত দিওঁ — এইবোৰ শিকিব বিচাৰে তেনেহ’লে আমাৰ class join কৰিব পাৰে। মাজে মাজে class হয়। Recentলি এটা batch শেষ হৈছে, এইটো শেষ হোৱাৰ পিছত next month আকৌ update দিম। 🟤 গ্ৰুপতো আপোনালোকে যথেষ্ট কথা শিকিব পাৰিব। বহুতো বস্তু share কৰা হয় — video, voice note, লিখিতভাবেও। সেইবোৰ ভালকৈ পঢ়িলে বহুত সুবিধা হ’ব বুলি মই ভাবোঁ। 🔶 এতিয়ালৈকে যিসকলে Bajaj Broking বা Dhanত account খোলা নাই, খুলি trade কৰি চাব পাৰে। কিয়নো চাই থাকিলে যিমান বুজিব, এটা trade কৰি experience ল’লে বহুত বস্তু শিকিব পাৰিব। Share marketখন practical knowledgeৰ ওপৰত চলে — theoretical knowledge এৰি marketত নামি নাহিলে শিকিব নোৱাৰিব। 🟥 এটা video link দিয়া আছে য’ত Bajaj Brokingত account কেনেকৈ খুলিব লাগে দেখা পাব। যদি account খোলা নাই খুলি ল’ব পাৰে, আৰু যদি account খুলি complete কৰিছে তেনেহ’লে মোক ID পঠাই দিব — মই আপোনালোকক এটা groupত add কৰি দিম। Video link - https://youtu.be/pU-_w5b1efg?si=k0l5x6hPc2Dno20i ⭐ তাত আমি try কৰিম সপ্তাহত এবাৰকৈ সকলোৱে একেলগে liveত বহিম। কিন্তু তাৰ বাবে Bajaj Broking বা Dhanত account থকা আৰু তাতে trade কৰাটো mandatory হ’ব।

GOOD MORNING TRADERS

Already told u.. pullback r pasot val entry pabo
Already told u.. pullback r pasot val entry pabo

✅ 12 bajil so ami closing dilu .. see u tomorrow

Eta val pull back r pasot doji ba pinbarr t pale val .. okk

CMP @169 SOLI ASE.. aru move ahibo pare

NIFTY 25600 CALL WATCH..

NIFTY
NIFTY

🟢 নমষ্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ join কৰিছে তেওঁলোকক জনাব বিচাৰিছোঁ — এই গ্ৰুপটোত আমি trading related কথাবিলাক আলোচনা কৰোঁ। Trade কৰিলেও লজিকবিলাক বুজাব চেষ্টা কৰোঁ। Free of cost আমি tradingৰ mindset, psychology, pattern আদিবিলাক শিকাই যাওঁ। 🔷 আমি যিবিলাক trade নিজৰ বাবে চাওঁ, যিবিলাক নিজে লওঁ সেই tradeবিলাক আমি ইয়াতে share কৰোঁ educational purposeত। কোনো ধৰণৰ buy sell tips বা advice আমি নিদিওঁ। এটা কথা জনা উচিত — share marketত কোনো ধৰণৰ positive returnৰ guarantee নাথাকে। গতিকে অকল positive returnৰ কথা ভাবি যাতে কোনোয়ে ইয়াতে invest নকৰে। 🟡 আমি যি real levelবিলাক দিওঁ আপুনি follow কৰিব পাৰে practice বা educational purposeৰ কাৰণে, যাতে আপোনালোকে শিকিব পাৰে কোনটো levelত buying zone থাকে, কোনটো levelত selling zone থাকে, ক’ৰ পৰা ক’লে কেনেকৈ market যাব পাৰে — এইবোৰ নিজে practice কৰিব পাৰে। 🟣 ইয়াৰ বাবে আপোনালোকে ভাল broker লোৱা উচিত। মই আপোনালোকক দুটা broker দি দিছোঁ — এটা হৈ গ’ল Bajaj Broking আৰু এটা হৈ গ’ল Dhan। ইচ্ছা কৰিলে দুয়োটাতে account খুলি আপোনালোকে trade আৰম্ভ কৰিব পাৰে। যদি কিবা problem পায় তেনেহ’লে মোক contact কৰিব। ID — @pritom93 🟠 ইয়াতে আহি একেইদিনেই trading শিকা সম্ভৱ নহয় যদিও long termত যদি থাকে daily basisত যথেষ্ট কথা আপোনালোকে শিকিব পাৰিব। 🔵 তাৰোপৰি যদি কোনোবাই ভাবে মই trading A to Z শিকিব লাগে — আমি কেনেকৈ analysis কৰোঁ, কেনেকৈ trade লওঁ, কেনেকৈ market চাওঁ, কোন setup use কৰোঁ, entry, SL, target কি processত দিওঁ — এইবোৰ শিকিব বিচাৰে তেনেহ’লে আমাৰ class join কৰিব পাৰে। মাজে মাজে class হয়। Recentলি এটা batch শেষ হৈছে, এইটো শেষ হোৱাৰ পিছত next month আকৌ update দিম। 🟤 গ্ৰুপতো আপোনালোকে যথেষ্ট কথা শিকিব পাৰিব। বহুতো বস্তু share কৰা হয় — video, voice note, লিখিতভাবেও। সেইবোৰ ভালকৈ পঢ়িলে বহুত সুবিধা হ’ব বুলি মই ভাবোঁ। 🔶 এতিয়ালৈকে যিসকলে Bajaj Broking বা Dhanত account খোলা নাই, খুলি trade কৰি চাব পাৰে। কিয়নো চাই থাকিলে যিমান বুজিব, এটা trade কৰি experience ল’লে বহুত বস্তু শিকিব পাৰিব। Share marketখন practical knowledgeৰ ওপৰত চলে — theoretical knowledge এৰি marketত নামি নাহিলে শিকিব নোৱাৰিব। 🟥 এটা video link দিয়া আছে য’ত Bajaj Brokingত account কেনেকৈ খুলিব লাগে দেখা পাব। যদি account খোলা নাই খুলি ল’ব পাৰে, আৰু যদি account খুলি complete কৰিছে তেনেহ’লে মোক ID পঠাই দিব — মই আপোনালোকক এটা groupত add কৰি দিম। ⭐ তাত আমি try কৰিম সপ্তাহত এবাৰকৈ সকলোৱে একেলগে liveত বহিম। কিন্তু তাৰ বাবে Bajaj Broking বা Dhanত account থকা আৰু তাতে trade কৰাটো mandatory হ’ব।