uk
Feedback

Не попадись на ботовода! Telemetrio знаходить і позначає такі канали мітками 👉 Хочеш бачити мітку, оформляй підписку

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Відкрити в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Показати більше
6 270
Підписники
-1124 години
-307 днів
-11230 днів
Архів дописів
24000 put nifty watch only

NIFTY NEAR RESISTANCE
NIFTY NEAR RESISTANCE

Market range bound hoi ase.. premium sai lobo lagibo.. small small point t focus rokha val hbo. Jdi break out nidie

📊 আপুনি নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰিব লাগে। চাওক, কোনোবাই এটা মাহত ২ টা Loss কৰে, কোনোবাই ৩ টা কৰে, আৰু কোনোবাই তাৰো বেছি কৰিব পাৰে। এইটো একেবাৰে normal কথা। কিন্তু আমি কি কৰোঁ? 👇 ✅ Over Trading নকৰোঁ ✅ দিনটো বহি বহি trade কৰা আমাৰ habit নহয় ✅ Risk Management follow কৰোঁ ✅ Risk Reward Ratio follow কৰোঁ আমাৰ এটা fixed target থাকে — নিৰ্দিষ্ট Profit হ’লেও দিনটো close কৰি দিওঁ। ঠিক সেইদৰে নিৰ্দিষ্ট Loss হ’লেও দিনটো close কৰি দিওঁ। কাৰণ “আজি কেনেকৈও profit ত আনিবই লাগিব” বুলি revenge trade কৰিবলৈ গ’লে, সেইদিনাই আপোনাৰ গোটেই Capital শেষ হৈ যাব পাৰে। ⚠️ বিশেষকৈ Beginner trader সকলে এই ভুলটো বেছি কৰে। কিন্তু ভাবকচোন — Beginner হিচাপে বাৰে বাৰে Capital ক’ত পাব আপুনি? ধৰি লওক, আপুনি ২ লাখ টকাৰ Capital লৈ trade কৰিছে। এটা trade ত ৫ হাজাৰ টকা Risk লৈছে। দুটা ভুল trade হ’ল — ১০ হাজাৰ Loss। ইয়াৰ পিছত মাথা গৰম কৰি revenge trade ল’লে — আজি আৰু ১০ হাজাৰ গ’ল। কাইলৈও তেনেকুৱা হ’ল। ৩ দিনত ৩০ হাজাৰ টকা শেষ। 💸 কিন্তু যদি discipline maintain কৰে, তেন্তে সেই ৩০ হাজাৰ profit হিচাপে ঘূৰি আহিব পাৰে। সেইকাৰণে — আজি যিটো Loss হ’ল, সেইটো আজিয়েই recover কৰিবলৈ চেষ্টা নকৰিব। Wait কৰক next proper opportunity লৈ। Market এ clear setup দিলে, আপোনাৰ system অনুযায়ী entry আহিলে তেতিয়াহে trade ল’ব। ✅ মই নিজৰ record ও আপোনালোকক দেখুৱাই দিছোঁ — মাহটোৰ সকলো দিন Profit হোৱা নাই। কেতিয়াবা Loss হৈছে, কেতিয়াবা break even হৈছে, কেতিয়াবা Profit হৈছে। এজন trader মানে সদায় profit কৰা মানুহ নহয়। এজন trader মানে নিজৰ emotions control কৰিব পৰা মানুহ। 💯 সেইকাৰণে নিজৰ setup ৰ wait কৰক। Trade আহিলে ল’ব। Loss হ’লে accept কৰি stop কৰক। Profit হ’লে সেইটোও accept কৰি দিনটো close কৰক। এই Discipline টোৱেই এজন trader ক দীঘলীয়া সময় market ত survive কৰাই ৰাখে। 📈

Etia saok 👆👆 100% WIN RATE BA ACCURACY KOTU NATHAKE . Mosa koi lav nai . Sl amaru jai aru jaboi .

MAY RUNNING.. 14 days trade . Tare 2 loss still..
MAY RUNNING.. 14 days trade . Tare 2 loss still..

April t 12 ta only . Tare 3 ta loss
April t 12 ta only . Tare 3 ta loss

Eitu ACOUNT t march mahot 5 ta korisu tare 3tai loss Almost c to c closing
Eitu ACOUNT t march mahot 5 ta korisu tare 3tai loss Almost c to c closing

February t 20 din korisu tare 2 din loss
February t 20 din korisu tare 2 din loss

January mahor trading record 20 din korisu eitu ACOUNT t . And 3 din loss.
January mahor trading record 20 din korisu eitu ACOUNT t . And 3 din loss.

📈 বহুত মানুহে Trading কৰিবলৈ আহোঁতে ভাবি লয় যে ইয়াত সদায় Profit হ’ব, Loss বুলি একো নাই। কিন্তু বাস্তৱ কথা হ’ল — Market ত Profit যেনেকৈ আছে, ঠিক তেনেকৈ Loss ও আছে। Loss হোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে Loss হোৱাৰ পিছতো সেইটো accept নকৰি বাৰে বাৰে revenge trade লৈ গৈ নিজৰ গোটেই Capital শেষ কৰি পেলোৱা। এটা কথা সদায় মনত ৰাখিব — Successful trader সেইজন নহয় যিয়ে প্ৰতিদিনে profit কৰে। Successful trader সেইজন যিয়ে নিজৰ Risk manage কৰিব জানে। ✅ Trading কৰক, কোনো আপত্তি নাই। Profit হ’লে খুচি থাকক, কিন্তু overconfident নহ’ব। আৰু অলপ সৰু Loss হ’লেও সেইদিনা সেইটো accept কৰি শান্ত থাকক। “আজিয়েই recover কৰিব লাগিব” বুলি ভাবি বাৰে বাৰে trade লোৱা — এইটোৱেই অধিকাংশ trader ৰ আটাইতকৈ ডাঙৰ ভুল। ⚠️ মই আগলৈ আপোনালোকক কিছুমান এনেকুৱা বস্তু দেখাম যাৰ পৰা আপুনি বুজি পাব — কেনেকৈ trade কৰিব লাগে, কেনেকৈ capital safe ৰাখিব লাগে আৰু কেনেকৈ market ত দীঘলীয়া সময় টিকি থাকিব লাগে। 📊 কাৰণ Trading ত survive কৰিব পাৰিলেহে future ত profit কৰাৰ সুযোগ থাকে। 💯

NIFTY GAP UP OPENING
NIFTY GAP UP OPENING

HAVE A GREAT DAY 🍀

GOOD MORNING TRADERS

@pritom93 Eitut pothai dibo . Voice tu valke huni lobo

Голосове повідомлення07:38

Ratipuar pora eituleke bhi thakilu.. haju u holu. But last time t uthi jabo loga hol bahirole. And ahi dekhute 172 hoi asile.
Ratipuar pora eituleke bhi thakilu.. haju u holu. But last time t uthi jabo loga hol bahirole. And ahi dekhute 172 hoi asile.. 😫😫 😭😭 Ambani bnaye bante reh gaya fir se 😀

200++ 🙄

12.08 r pora roi asilu 😥😥