E-Learn ( STOCK MARKET KNOWLEDGE )
Ir al canal en Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Mostrar más6 270
Suscriptores
-1124 horas
-307 días
-11230 días
Archivo de publicaciones
EXPIRY NIFTY ASE
SO PREMIUM BHUT KOMT PAM.
TRADE CAREFULLY
..
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
আমি কোনো Call Tips বা Direct Investment Advice প্ৰদান নকৰোঁ।
আমি যিবোৰ Levels, Charts বা Setups share কৰোঁ, সেইবোৰ কেৱল আৰু কেৱল Educational Purpose ৰ বাবেহে।
আমি নিজে যিবোৰ Levels আৰু Trade Setups observe কৰোঁ, সেইবোৰেই আপোনালোকৰ লগত Family Member হিচাপে share কৰোঁ যাতে আপুনিও শিকিব পাৰে কেনেকৈ Levels mark কৰিব লাগে, Trades find কৰিব লাগে আৰু নিজৰ mobile ত charts analyze কৰিব লাগে।
Share Market সদায় Risky হয় আৰু ইয়াত কোনো Positive Return বা Profit ৰ Guarantee নাথাকে। সেইবাবে যিকোনো Investment কৰাৰ আগতে নিজৰ Financial Advisor ৰ সৈতে আলোচনা কৰাটো বহুত জরুৰী।
আমি কেতিয়াও Guaranteed Profit, Fixed Return বা Committed Income ৰ কথা নকওঁ।
লগতে আমাৰ কোনো Paid Calls বা Tips Channel নাই। ভৱিষ্যতে যদি কিবা Official Update থাকে, তেন্তে আমি ইয়াতেই আপোনালোকক জনাম।
আমি সম্পূৰ্ণভাৱে SEBI Guidelines follow কৰোঁ আৰু আমাৰ মূল উদ্দেশ্য হৈছে আপোনালোকক শিকিবলৈ সহায় কৰা।
আপুনি আমাৰ share কৰা Levels ত Paper Trading আৰু Practice কৰিব পাৰে, কিন্তু যদি Large Capital লৈ Trading কৰিব বিচাৰে, তেন্তে আগতে ভালদৰে শিকা আৰু Risk Management বুজাটো বহুত প্ৰয়োজনীয়।
Just spike ba olp movement ahibo pare
But confirmation candle nai
