E-Learn ( STOCK MARKET KNOWLEDGE )
Open in Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Show more6 202
Subscribers
-524 hours
-57 days
-9130 days
Posts Archive
🔰Sideways market : যেতিয়া মাৰ্কেট এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত সোমাই থাকে । আৰু move নকৰে । তেতিয়া তাক sideways বুলি কোৱা হয় ।এনেকুৱা মাৰ্কেট ত আমি ট্ৰেড নোলোৱাকৈ থকাটো ভাল । কাৰণ ইয়াত premium বোৰ কমি যায় , যাৰ ফলত আমাৰ sl হিট হয় । বা loss হৈ গৈ থাকে । এনেকুৱা মাৰ্কেট ক ৰেঞ্জ বাউণ্ড বুলিও কোৱা হয় । আমি অপেক্ষা কৰিব লাগে যাতে এইটো ৰেঞ্জ ৰ পৰা মাৰ্কেট ওলোৱাৰ পাছত হে ট্ৰেড ৰ প্লেন কৰোঁ । এনেকুৱা মাৰ্কেট ত কেণ্ডেল বোৰ সৰু সৰু হয় । ওপৰত বা তলত গলেও সৰু সৰু কেণ্ডেল বনাই বহুত লাহে লাহে যায় । কেতিয়াবা অলপ ডাঙৰ বনাই দেখুৱাই যদিও আপোনাৰ ট্ৰেড টোত প্ৰফিত হোৱা দেখা নাযায় । কাৰণ দাম টো একেই থাকি যায় , বা কমি কমি গৈ থাকে
GOOD EVENING ALL..
JANUARY CLASS AMI 10 TARIKH MANE AJIR PORA START KORAR KOTHA ASILE, OLP TECHNICAL ISSUE R BABE OLP DELAY HOL.
AJI KAILE AMI GROUP T HOKOLUKE ADD KOEIM..
SO FINAL CLASS AMI KORIM 16 R PORA.
.
BE READY , BE ACTIVE.
KUNUBA THAKI GOISE JDI 2 DINOR VIRT CLEAR KORIBO 🙏
