E-Learn ( STOCK MARKET KNOWLEDGE )
前往频道在 Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
显示更多6 717
订阅者
-624 小时
-467 天
-16130 天
帖子存档
নমস্কাৰ 🙏🙏
✅মই যেতিয়াই কোনো এটা ট্ৰেড প্লেছ কৰোঁ, তেতিয়াই সেইটো আপোনালোকক আপডেট কৰি দিওঁ।
এইটো কোনো ধৰণৰ বায় বা চেল টিপছ বা এডভাইচ নহয়।
✅মই মোৰ লেভেলসমূহ এইকাৰণে শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও বুজি পাব পাৰে—মই ক’ত বায় কৰিছোঁ, ক’ত চেল কৰিছোঁ, আৰু মোৰ ট্ৰেড কৰাৰ পাৰপাছ কি।
এই স্ক্ৰিনশ্বটসমূহ মই এইকাৰণে দিওঁ যাতে আপোনালোকেও প্ৰেক্টিছ কৰিব পাৰে।
✅আপোনালোকেও চাব পাৰে—কোন লেভেলত বায়িং হয়, কোন লেভেলত চেলিং হয়, কোন লেভেলত টাৰ্গেট থাকে, আৰু কোন লেভেলত আমি ষ্টপ লছ লগাওঁ।
লগতে মই কিমান কোৱান্টিটি লৈছোঁ, কিমান প্ৰফিট বুক কৰিছোঁ, মোৰ টাৰ্গেট কি আছিল আৰু মই কেনেকৈ ৱেট কৰিলোঁ—এই সকলোবোৰ আপোনালোকেও কেলকুলেট কৰিব পাৰে।
✅সেইকাৰণেই মই এই সকলো তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
যদি আপোনালোকেও এইধৰণে শিকি ভাল পাইছে, তেন্তে আমাৰ চেনেলত লগত থাকিব।
✅ লগতে যদি আপোনালোকে ভাবিছে যে বেচিকৰ পৰা এডভান্সডলৈ খুব ভালদৰে ক্লাছৰ জৰিয়তে শিকিব বিচাৰে, তেন্তে আপুনি আমাৰ ক্লাছত জইন কৰিব পাৰে,
✅ যিটো ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব।
ইয়াৰ বাবে মোক ডিএম কৰক—আপোনাৰ নাম আৰু মোবাইল নম্বৰ।
@pritom93
329 TO 434
105 POINTS DONE IN SENSEX ..
Quantity kom ke loisilu . Karon olp riks asile . Andinor nisina 325 quantity lua hole ekdm rocket
