ch
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 318
订阅者
-124 小时
-197 天
-11330 天
帖子存档
EMA (Exponential Moving Average) E হৈছে একপ্ৰকাৰৰ কাৰিকৰী সূচক (Technical Indicator) যিয়ে শেহতীয়া দামৰ পৰিৱৰ্তনক অধিক গুৰুত্ব দি বজাৰৰ গতিশীল গড় হিচাপ কৰে। সাধাৰণ Moving Average (SMA)-ৰ তুলনাত ই বজাৰৰ নতুন দামৰ প্ৰতি অতি দ্ৰুত সঁহাৰি জনায়। ​EMA কিয় ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ কাম কি? ​ট্ৰেণ্ড চিনাক্তকৰণ (Trend Identification): দাম EMA-ৰ ওপৰত থাকিলে আপট্ৰেণ্ড (Bullish) আৰু তলত থাকিলে ডাউনট্ৰেণ্ড (Bearish) বুলি ধৰা হয়। ​গতিশীল সমৰ্থন আৰু প্ৰতিৰোধ (Dynamic Support & Resistance): অনুভূমিক (Horizontal) লাইনৰ দৰে EMA স্থিৰ নহয়; দামৰ গতিৰ লগে লগে ই নিজে নিজৰ স্থান সলনি কৰি সমৰ্থন বা প্ৰতিৰোধ হিচাপে কাম কৰে। ​বজাৰৰ লেগিং (Lag) কমোৱা: SMA-ৰ দৰে ই পুৰণি ডাটাৰ ওপৰত বেছি নিৰ্ভৰ নকৰে, যাৰ বাবে নতুন ব্ৰেকআউট বা ৰিভাৰ্ছেল আগতীয়াকৈ সংকেত দিয়ে।

Hi members.. @pritom93 t ji hokole message di thoisile but reply pua nasile kindly aru ebar di dibo 🙏🙏 Some technical issue message bur napalu moi

Hello traders, আজি শুক্ৰবাৰ। শুক্ৰবাৰ দিনটোৰ বিশেষ কিছুমান কথা আমি মন কৰিব লাগিব। শুক্ৰবাৰৰ দিনাখন market আন দিনতকৈ behavior টো অলপ বেলেগ কৰে। Fake breakout দিয়া, কোনো ধৰণৰ signal নিদিয়াকৈ অকল small ডাঙৰ spike মৰা, high break কৰাৰ লগে লগে নামি অহা, low break কৰাৰ লগে লগে পটকৈ ওপৰলৈ উঠি যোৱা বা premium টো decay কৰা, এনেকুৱা কিছুমান ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। শুক্ৰবাৰৰ দিনাখন আপুনি আৰু এটা কাৰণত সাৱধানে trade কৰিব লাগে, কিয়নো next দুদিন market বন্ধ থাকিব। So আপুনি যদি কিবা কাৰণত loss কৰি দিলে, আপোনাৰ মনটোত আপুনি নভবাকৈ কিছুমান কথা জাগি উঠিব— কাইলৈটো market বন্ধ, পৰহিলৈও বন্ধ, গতিকে আজি মই আৰু এবাৰ চেষ্টা কৰি চাওঁ, কিজানি মোৰ profit আহি যায়, কিজানি মই profit আনিব পাৰোঁ। এনে ধৰণৰ কিছুমান কথা আপোনাৰ মনটোত জাগি উঠিব। যাৰ বাবে আপুনি বাৰেপতি trade কৰিবলৈ চেষ্টা কৰিব আৰু recovery কৰিবলৈ চেষ্টা কৰিব। আৰু এই মানসিকতাটোৱে আপোনাক প্ৰতিবাৰে ভুল trade এটাত entry লোৱাব, যিটোৱে আপোনাৰ discipline ভাঙিব পাৰে। So সেইকাৰণে শুক্ৰবাৰৰ দিনটোত আপোনালোকে খুব clearly চাই পেলাইহে trade কৰিব, proper discipline and risk management মানি চলি। এতিয়া বহুতে message কৰি আছে, "দাদা আপুনি দুটা trade ল'লে আজি কিন্তু কিয় aji share nokorile ?? চাওক, মই যেতিয়া এটা trade চাওঁ বা trade লওঁ, সেই বস্তুটো আপোনালোকক মই definitely share কৰোঁ। আজিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি যিকেইটা signal আছিলে বা যিকেইটা signal-ত মই trade লৈছিলোঁ বা যিকেইটা logic-ত মই লৈছিলোঁ আন দিনতকৈ same যদিও, সেই logic কেইটা candle ডাল বনি complete হোৱাৰ পিছত 1 minute-ৰ candle চাই পেলাই মই তাত decision লৈছিলোঁ। আৰু 1 minute-ৰ candle-ত চাই পেলাই candle ডাল কি বনিব তাৰ পিছত যিটো decision লোৱা যায়, সেই decision টোত অকল লগত বহি থাকিলে আপুনি দেখা পাব বা আপুনি বুজি পাব। নহ'লে তাৰ আগতীয়াকৈ আপোনাক বুজাবও নোৱাৰি, বহুত আগতীয়াকৈ আপোনাক ক'বও নোৱাৰি। কিন্তু 5 minute-ত যদি চাওঁ তেনেহ'লে কিছুমান level mark থাকে, সেই level কেইটাত আমি সেই decision কেইটা ল'ব পাৰোঁ। So আজিও ক'বলৈ গ'লে মই ডাঙৰ quantity একেবাৰে মৰা নাই। এটা এটা lot-তে book কৰিছোঁ আপোনালোকে ধুনীয়াকৈ দেখা পাইছে। First যিটো আমি trade কৰিলোঁ এটা lot-তে, মই আপোনালোকক screen recording এটাও দিছিলোঁ সৰুকৈ, So তাতে আমি near about 1200 টকাৰ ওচৰে-পাজৰে profit book কৰিছোঁ। আৰু আমাৰ যিটো second trade আছিলে, second trade টো near about ২২০০ টকাৰ ওচৰে-পাজৰে profit book হৈছে। But দুইটা trade-তেই আমি এটা lot-তেই কৰিছোঁ, মানে এটা lot লৈছোঁ, চাইছোঁ আৰু ক'ৰপৰা ক'লৈকে যাব আজি ডাঙৰ quantity বা ডাঙৰ lot আমি মৰা নাই। So আজিৰ দিনটোত আপোনালোকে পুৰা discipline মানি চলি trade কৰিব। Breakout দিলে বুলি পটকৈ সোমাই নপৰিব, breakdown দিলে বুলি পটকৈ সোমাই নপৰিব। চাব কোনখিনিত market-এ আপোনাক ঠগিব পাৰে। ঠিক আছে? ধৈৰ্য্যসহকাৰে ল'ব। যদি আপুনি দিনটোত trade ল'বলৈ নেপালে তেনেহ'লে it's okay, আজিৰ দিনটোত trade নোলোৱাকৈ পাৰ কৰি দিয়ক, একো আপত্তি নাই। কিন্তু এইটো চাব যাতে আপোনাৰ ডাঙৰ loss হৈ নাযায়, আপোনাৰ যাতে মানসিকতা খেলিমেলি হৈ নাযায়, আপুনি যাতে system টো ভাঙি নেপেলায়।

2nd trade .. Sob 1 lot aji ..
2nd trade .. Sob 1 lot aji ..

Breakout
Breakout

TP🧿✅
TP🧿✅

Just one lot

Market 😄😄👆👆
Market 😄😄👆👆

Morning E learn family 🤘🤘📌

语音消息04:30

TP HIT 🧿🧿🧿🧿🧿
TP HIT 🧿🧿🧿🧿🧿

🧿🧿✅🤘
🧿🧿✅🤘

🧿🧿🧿🧿✅

ABOVE 180/182

Risky 74700 CALL SENSEX WATCH