E-Learn ( STOCK MARKET KNOWLEDGE )
前往频道在 Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
显示更多6 751
订阅者
-424 小时
-247 天
-14530 天
帖子存档
Repost from E - LEARN CRYPTO
Hello, big update!!🚨
CoinDCX e Crypto Options t ₹0 brokerage enable kori dile for everyone🎉
Mane etia apuni BTC, ETH & SOL options trade koribo pare without paying brokerage.
Key highlights:
☑️Daily, weekly, monthly expiry
☑️Instant INR settlement
☑️24x7 Trading window
☑️Start from ₹100
Everything like equity… except the brokerage!
ACOUNT opening link - https://invite.coindcx.com/31935109
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
🔺 হেলো Everyone
🔹 Tradingত Successful হ'বলৈ কেইটামান Tips
🔸 সদায়ে Trade কৰাৰ মানসিকতা বান্ধি লওক।
যিদিনা Market ভাল হয়, Movement বিলাক সজীৱ হয়, Price Action ভালকৈ কাম কৰে আৰু আপোনাৰ নিজৰ Setup টো ভালকৈ কাম কৰা দেখে — অকল সেইদিনাহে Trade কৰক।
🔸 ভুলতে যদি আপুনি Trade লৈ পেলালে আৰু পিছত realize কৰিলে যে সেই Trade ল'ব নালাগিছিল, তেনেহ'লে সেই Trade টোৰ পৰা ওলাই আহক আৰু System Close কৰক।
🔸 যেতিয়া আপুনি দেখা পাইছে যে Market বেয়া, সেইদিনা আপুনি Marketৰ লগত যুদ্ধ কৰিবলৈ নাযাব।
এনেও আমি Marketৰ লগত যুদ্ধ কৰিব নালাগে, কিন্তু তেনে দিনত Trade নকৰাই ভাল।
🔸 মনত ৰাখিব — আপোনাৰ ওচৰত Knowledge যিমানেই নাথাকক কিয়,
Experience নোহোৱাকৈ আপুনি Tradingত কেতিয়াও Successful হ'ব নোৱাৰে।
🔸 গতিকে হাজাৰ চেষ্টা কৰাৰ পিছতো দুই তিনিদিন Loss হোৱা স্বাভাৱিক কথা।
কিন্তু গুৰুত্বপূৰ্ণ কথা এইটো নহয় যে আপুনি Loss নে Profit কৰিছে।
গুৰুত্বপূৰ্ণ কথা এইটো — আপুনি আপোনাৰ Experience কিমান বেছি Grow কৰিব পাৰিছে।
🔸 এজন Traderৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে তেওঁৰ Capital।
গতিকে Capital ধ্বংস হৈ যোৱা বা Capital শেষ হৈ যোৱা এনেকুৱা কাম কেতিয়াও নকৰিব।
🔸 উদাহৰণস্বৰূপে আজি Marketখন যদি আমি চাওঁ, তেনেহ'লে Price Action বৰ বেছি ভাল কাম কৰা দেখা নাযায়।
গতিকে আজি আমি Trade লোৱাৰ পৰা বৰ্তমানলৈকে বিৰত আছোঁ।
🔸 বহুতে Over Trading কৰি নিজৰ পইচা হেৰুৱাই পেলায়।
আপুনি সেই ভুলটো নকৰিব।
🔸 চেষ্টা কৰিব — Maximum তিনিটা বা চাৰিটা Trade তকৈ বেছি যাতে আপুনি এদিনত Trade নকৰে।
🔹 বন্ধুসকল,
আপুনি Trading কৰক, কিন্তু Tradingএ যাতে আপোনাক নকৰে — তাৰ প্ৰতি সদায় সজাগ থাকিব।
🔺 যিসকলে ভাবিছে Trading শিকিব লাগে
এই Classত আপুনি শিকিব —
📊 Price Action (Advanced Level)
📈 Chart কেনেকৈ Read কৰিব লাগে
🕯 Candlestick Pattern
📉 Chart Pattern
🎯 Marketত ঠিক কেতিয়া Trade ল'ব লাগে আৰু কেতিয়া Avoid কৰিব লাগে
🧠 Psychology Development & Mindset
⚙ Trade কেনেকৈ Manage কৰিব লাগে
💰 Money Management
⚠ Risk Management
⚖ Risk Reward Ratio
🎯 Stop Hunt কেনেকৈ বুজিব লাগে
এই গোটেইখিনি খুব সহজভাৱে Step by Step শিকোৱা হ'ব।
🔺 Next Batchৰ বাবে Admission খোলা আছে
📩 Id — @pritom93 ত Message কৰক
নিজৰ Name আৰু Mobile Number দি দিব।
⏰ Class Time — ৰাতি 9 PM – 10 PM
📅 Class Duration — প্ৰায় ১.৫ মাহ
(সদায় নহয়, মাজে মাজে ১–২ দিন Gap থাকিব)
💵 Fees — ₹3000 (One Time)
💻 Platform — Google Meet
🎥 Classত শিকোৱা সকলো বস্তুৰ Recorded Version আপুনি পাই যাব।
📊 লগতে Class শেষ হোৱাৰ পিছত ৫ দিন Live Market Session থাকিব —
য'ত আপুনি দেখা পাব শিকা বস্তুবোৰ Practicalত কেনেকৈ কাম কৰে।
⚡ লগতে 2 টা Super Fast Strategy দিয়া হ'ব —
যি আপুনি Crypto আৰু Indian Market দুয়োটাতেই ব্যৱহাৰ কৰিব পাৰিব।
✨📊🚀 Trading শিকক, নিজৰ Future Build কৰক 🚀📊✨
💎📈 Discipline + Knowledge + Experience = Success in Trading 📈💎
🔥💰 Smart Trader হওক, Capital Protect কৰক 💰🔥
Ready … aru 2 dinot free hoi jam . So reply di asu ok
Bea napabo kuneu reply deri hua babe
Done for the day 🤘
12 bojar agot ajori .
Properly follow risk reward and discipline
Call r loss tu 500 asile SL E KAM NOKORILE . So 200 holge
Group link - https://t.me/Elearntradingeducation
Apunar sinaki ba share market / trading r bikhoye janibo hikibo khuja manuhok share koribo pare
Kene lagile …. Ultimate trade
Heibabe kou, time ahibo diyok
Market t nijor setup bonaloike wait korok
And bnile fire 🔥🔥🔥🔥🔥🔥
NIFTY TRADE LOGIC + SETUP
1. 9/15 EMA
2. Trend follow
3. Rejection candle + BREAK CONFIRMATION
TP 1:3
现已上线!2025 年 Telegram 研究 — 年度关键洞察 
