ch
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 770
订阅者
+324 小时
-317
-14130
帖子存档
语音消息02:47

Sideways market
Sideways market

Live practice with students ✅🚀🧿

🧿🧿

Today's My Own Trade Done.... Almost 60 Points Done
Today's My Own Trade Done.... Almost 60 Points Done

NIFTY 160 - 170 POINTS GAP DOWN SENSEX 500- 510 POINTS GAP DOWN BANKNIFTY also same near 500 points gap down

265 HIGH 🧿
265 HIGH 🧿

ZOMATO TU SHARE KORISILU JE . 1:1 + 🧿 5% POSITIVE

GOOD MORNING TRADERS HAVE A GREAT DAY 🍀

🧿 SO TRADERS......  YouTube, Indicator, Tips — একো কাম নাই 😑 Real Trading শিকিব লাগিব basic ৰ পৰা Interested নেকি? ✅ একদম সহজ ভাবে proper ENTRY SL TARGET ৰ বিষয়ে শিকোৱা হব INTERESTED PERSON MESSAGE ME YOUR PHONE NUMBER AND NANE @pritom93 Fees only 3k /- ✅ ONLINE JODIU LIMITED SEAT OKK. RATI HOBO CLASS.

语音消息01:40

Kiba thakile muk message koribo @pritom93

语音消息04:31

Sideways now
Sideways now

✅ Hello Traders, আজি ৰাতিপুৱা আমি এটা trade plan কৰিছিলোঁ আৰু খুব ধুনীয়াকৈ আমাৰ target hit হৈ গ’ল। মই সদায় এটা কথা কৈ থাকোঁ, tradingত successful হবলৈ হ’লে ধৈৰ্য্য আৰু consistency maintain কৰিব লাগিব। সদায় luwar নিচিনাকৈ same setup আৰু same price action logicত আমি আজি tradeটো লৈছোঁ। 🙏 🧿 লাষ্টত আপোনালোকক screenshotখনো দিয়া হৈছে, যাতে আপোনালোকে বুজি পাব পাৰে entry কিয় আছিল, stop loss কিয় আছিল, আৰু target আমি ক’ত আৰু কিয় ৰাখিছিলোঁ। 👆 📣 এতিয়া যদি আপোনালোকে screenshotখনত মন কৰে, price এটা rangeৰ ভিতৰত move কৰি আছিল, য’ত yellow color zoneটো দেখা পাইছে সেইটো এটা resistance zone আছিল। resistance zoneটোত marketে price break কৰি ওপৰত closing দিলে। closing দিয়াৰ পিছত আমি tradeটো লোৱা নাই, আমি wait কৰিলোঁ আমাৰ নিৰ্দিষ্ট entry candleৰ বাবে। আমাৰ কেইডালমান entry লোৱাৰ candle আছে, সেই candle কিটা বনালেহে আমি entry লওঁ।🙏🙏 তাৰ পাছতে আমি দেখা পালোঁ, priceএ যেতিয়া resistance break কৰি closing দিলে আৰু retracement কৰিলে, সেই retracementত আমাৰ setupত এটা trade বনিল আৰু সেই candleডালৰ highত আমি entry লৈছোঁ।✅ lowত অৰ্থাৎ যিটো resistance break কৰিছিল, সেইটো বৰ্তমান support হৈ গ’ল, তাতে আমি stop loss ৰাখিছোঁ। আৰু আমি target one আৰু target two ৰাখিছিলোঁ। target one আমি এনেই ৰখা নাই, সেইটো আমি সেই ঠাইত ৰাখিছোঁ য’ত আগতে priceএ rejection লোৱাৰ চিন আছিল। আৰু target two আমি সেই ঠাইত ৰাখিছোঁ য’ত priceএ আগতেও rejection দেখুৱাইছিল। আৰু আপুনি যদি চায়, খুব ধুনীয়াকৈ আমাৰ target hit হৈ গৈছে। অৱশ্যে ইয়াৰ বাবে আপোনালোকে index chartখনো follow কৰিব লাগিব আৰু লগতে priceৰ movementটো লক্ষ্য কৰিব লাগিব।🏆 trade লোৱাৰ আগতে price ঠিককৈ move কৰিছে নে নাই সেইটো চাব লাগিব। এই simple logic লৈ আমি trade লৈছিলোঁ আৰু almost 90 pointsৰ ওপৰত profit কৰিব পাৰিছোঁ।✅ গতিকে trading এইটো নহয় যে আপুনি দিনটো বহি থাকি buy sell কৰি থাকিব। trading মানে হয়তো আপুনি কেতিয়াবা গোটেই দিনটো বহিও এটা trade বিচাৰি নাপাব পাৰে, আৰু কেতিয়াবা খুব সোনকালে এটা trade পাই যাব পাৰে। ✅✅✅ এইটো নিৰ্ভৰ কৰে আপুনি কিমান দিন এটা particular setupত practice কৰিছে। I hope আপোনালোকে ভালকৈ practice কৰি আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা — এইখিনি কোনো advice বা buy sell tips নহয়। মই কেৱল মোৰ নিজা experience share কৰিছোঁ, মই কিয় trade লৈছিলোঁ, কোনটো setupত লৈছিলোঁ, target আৰু stop loss ক’ত ৰাখিছিলোঁ — এই সকলোবোৰ কেৱল educational purposeত share কৰিছোঁ যাতে আপোনালোকে practice কৰিব পাৰে আৰু বুজি পাব পাৰে।💎💎

Soo this is setup Ekdm simple and hohoj price action 🙏🧿
Soo this is setup Ekdm simple and hohoj price action 🙏🧿

360 TO 450 🧿🧿🙏 Target hit ✅

Done 🧿🙏🙏🙏
Done 🧿🙏🙏🙏

410 ✅✅ enjoy
410 ✅✅ enjoy