ch
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 784
订阅者
-1124 小时
-457
-14230
帖子存档
NIFTY 24000 CALL ABOVE 84 MOVE EXPECTED MY VIEW ONLY ✅

EXPIRY NIFTY ASE SO PREMIUM BHUT KOMT PAM. TRADE CAREFULLY ..

আমি কোনো Call Tips বা Direct Investment Advice প্ৰদান নকৰোঁ। আমি যিবোৰ Levels, Charts বা Setups share কৰোঁ, সেইবোৰ কেৱল আৰু কেৱল Educational Purpose ৰ বাবেহে। আমি নিজে যিবোৰ Levels আৰু Trade Setups observe কৰোঁ, সেইবোৰেই আপোনালোকৰ লগত Family Member হিচাপে share কৰোঁ যাতে আপুনিও শিকিব পাৰে কেনেকৈ Levels mark কৰিব লাগে, Trades find কৰিব লাগে আৰু নিজৰ mobile ত charts analyze কৰিব লাগে। Share Market সদায় Risky হয় আৰু ইয়াত কোনো Positive Return বা Profit ৰ Guarantee নাথাকে। সেইবাবে যিকোনো Investment কৰাৰ আগতে নিজৰ Financial Advisor ৰ সৈতে আলোচনা কৰাটো বহুত জরুৰী। আমি কেতিয়াও Guaranteed Profit, Fixed Return বা Committed Income ৰ কথা নকওঁ। লগতে আমাৰ কোনো Paid Calls বা Tips Channel নাই। ভৱিষ্যতে যদি কিবা Official Update থাকে, তেন্তে আমি ইয়াতেই আপোনালোকক জনাম। আমি সম্পূৰ্ণভাৱে SEBI Guidelines follow কৰোঁ আৰু আমাৰ মূল উদ্দেশ্য হৈছে আপোনালোকক শিকিবলৈ সহায় কৰা। আপুনি আমাৰ share কৰা Levels ত Paper Trading আৰু Practice কৰিব পাৰে, কিন্তু যদি Large Capital লৈ Trading কৰিব বিচাৰে, তেন্তে আগতে ভালদৰে শিকা আৰু Risk Management বুজাটো বহুত প্ৰয়োজনীয়।

Have a great day 🍀🍀

GOOD MORNING TRADERS 🙏🙏

语音消息00:45

OPEN KORISU ARU.. 😀
OPEN KORISU ARU.. 😀

Movement e nai aji

Just spike ba olp movement ahibo pare But confirmation candle nai
Just spike ba olp movement ahibo pare But confirmation candle nai

Setup not active.

I think candle closing nidibo sage. 20 second ase aru

But setup tu eman strong nhy eitut

SPIKE OLP AHIBO PARE.

24000 put nifty watch only

NIFTY NEAR RESISTANCE
NIFTY NEAR RESISTANCE

Market range bound hoi ase.. premium sai lobo lagibo.. small small point t focus rokha val hbo. Jdi break out nidie

📊 আপুনি নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰিব লাগে। চাওক, কোনোবাই এটা মাহত ২ টা Loss কৰে, কোনোবাই ৩ টা কৰে, আৰু কোনোবাই তাৰো বেছি কৰিব পাৰে। এইটো একেবাৰে normal কথা। কিন্তু আমি কি কৰোঁ? 👇 ✅ Over Trading নকৰোঁ ✅ দিনটো বহি বহি trade কৰা আমাৰ habit নহয় ✅ Risk Management follow কৰোঁ ✅ Risk Reward Ratio follow কৰোঁ আমাৰ এটা fixed target থাকে — নিৰ্দিষ্ট Profit হ’লেও দিনটো close কৰি দিওঁ। ঠিক সেইদৰে নিৰ্দিষ্ট Loss হ’লেও দিনটো close কৰি দিওঁ। কাৰণ “আজি কেনেকৈও profit ত আনিবই লাগিব” বুলি revenge trade কৰিবলৈ গ’লে, সেইদিনাই আপোনাৰ গোটেই Capital শেষ হৈ যাব পাৰে। ⚠️ বিশেষকৈ Beginner trader সকলে এই ভুলটো বেছি কৰে। কিন্তু ভাবকচোন — Beginner হিচাপে বাৰে বাৰে Capital ক’ত পাব আপুনি? ধৰি লওক, আপুনি ২ লাখ টকাৰ Capital লৈ trade কৰিছে। এটা trade ত ৫ হাজাৰ টকা Risk লৈছে। দুটা ভুল trade হ’ল — ১০ হাজাৰ Loss। ইয়াৰ পিছত মাথা গৰম কৰি revenge trade ল’লে — আজি আৰু ১০ হাজাৰ গ’ল। কাইলৈও তেনেকুৱা হ’ল। ৩ দিনত ৩০ হাজাৰ টকা শেষ। 💸 কিন্তু যদি discipline maintain কৰে, তেন্তে সেই ৩০ হাজাৰ profit হিচাপে ঘূৰি আহিব পাৰে। সেইকাৰণে — আজি যিটো Loss হ’ল, সেইটো আজিয়েই recover কৰিবলৈ চেষ্টা নকৰিব। Wait কৰক next proper opportunity লৈ। Market এ clear setup দিলে, আপোনাৰ system অনুযায়ী entry আহিলে তেতিয়াহে trade ল’ব। ✅ মই নিজৰ record ও আপোনালোকক দেখুৱাই দিছোঁ — মাহটোৰ সকলো দিন Profit হোৱা নাই। কেতিয়াবা Loss হৈছে, কেতিয়াবা break even হৈছে, কেতিয়াবা Profit হৈছে। এজন trader মানে সদায় profit কৰা মানুহ নহয়। এজন trader মানে নিজৰ emotions control কৰিব পৰা মানুহ। 💯 সেইকাৰণে নিজৰ setup ৰ wait কৰক। Trade আহিলে ল’ব। Loss হ’লে accept কৰি stop কৰক। Profit হ’লে সেইটোও accept কৰি দিনটো close কৰক। এই Discipline টোৱেই এজন trader ক দীঘলীয়া সময় market ত survive কৰাই ৰাখে। 📈

Etia saok 👆👆 100% WIN RATE BA ACCURACY KOTU NATHAKE . Mosa koi lav nai . Sl amaru jai aru jaboi .