E-Learn ( STOCK MARKET KNOWLEDGE )
前往频道在 Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
显示更多6 286
订阅者
-724 小时
-187 天
-10830 天
帖子存档
CRYPTO LIVE ON GOOGLE MEET
✅ join fast
https://meet.google.com/hvs-crzv-eue
5400 manor risk asile
24000 manor target asile
. Alohi ghorot asuhi je. Lhabo matute sl tu c to c r usrt rakhi goisilu. 😢😢😢
114 manot ENTRY LOISILU.
120 man jaote cat khabole matile. Moi sl tu c to c logai vat khabo golu.
Target logua asile. 140 t
But sl tu c to c r usrt manot di golu.
Etia saisu matha bea mur . C to c nologua hole aji moja pai jao
910 quantity asile saok
114 manot ENTRY LOISILU.
120 man jaote cat khabole matile. Moi sl tu c to c logai vat khabo golu.
Target logua asile. 140 t
But sl tu c to c r usrt manot di golu.
Etia saisu matha bea mur . C to c nologua hole aji moja pai jao
910 quantity asile saok
+1
114 manot ENTRY LOISILU.
120 man jaote cat khabole matile. Moi sl tu c to c logai vat khabo golu.
Target logua asile. 140 t
But sl tu c to c r usrt manot di golu.
Etia saisu matha bea mur . C to c nologua hole aji moja pai jao
910 quantity asile saok
Hello Traders, 👋
As a Trader আপুনি আগবাঢ়িবলৈ হ’লে আচলতে আপোনাৰ Setup, Accuracy আৰু Mindset আটাইতকৈ বেছি Strong হ’ব লাগিব।
আৰু এজন Trader-ৰ Mindset তেতিয়াহে ভাল হৈ থাকে, যেতিয়া তেওঁ নিজৰ Rules বনাই সেইবিলাক Follow কৰিব পাৰে। কিয়নো নিয়ম এনেকুৱা এটা বস্তু, যিটোৱে আমাৰ গোটেই সমাজখনকে সঠিকভাৱে চলিবলৈ সহায় কৰে। বিনা নিয়মে যিকোনো এখন সমাজ কেতিয়াও ভালদৰে চলিব নোৱাৰে।
ঠিক তেনেদৰে Trading-তো যদি কোনো ধৰণৰ Rules নাথাকে, তেনেহ’লে আপুনিও কেতিয়াও Consistent হ’ব নোৱাৰিব।
তেন্তে আহক, কিছুমান Golden Rules চাওঁ, যিবিলাক প্ৰতিজন Trader-এ মানি চলাটো অতি জৰুৰী—
1️⃣ Market প্ৰথমে Identify কৰক।
যদি আপুনি বুজিব পৰা নাই যে Market Up যাব নে Down যাব, বা কোন Side-এ Move দিব পাৰে, তেনেহ’লে সেইদিনা Trade কৰাৰ কোনো প্ৰয়োজন নাই। আৰামছে Wait কৰক। আজি নহ’লে কাইলৈ, কাইলৈ নহ’লে পৰহিলৈও সুযোগ আহিব। আপুনি যিখন Market বুজি পায়, কেৱল সেইখন Market-তেই Trade কৰক।
প্ৰথম কামেই হৈছে Identify কৰা—আপোনাৰ Trade-টো Up Side-ত হ’ব নে Down Side-ত।
2️⃣ নিজৰ Setup সম্পূৰ্ণ হোৱালৈ Wait কৰক।
অলপো যদি Setup মিলা নাই, কেৱল Random Movement দিছে, বা Trendline Break কৰিব যেন লাগিছে, কিন্তু সেইটো যদি আপোনাৰ Original Setup নহয়, তেনেহ’লে সেইটো Trade কেতিয়াও নকৰিব।
3️⃣ FOMO-ত কেতিয়াও Entry নিদিব।
বৰ ডাঙৰ Candle বনাই গ’ল, আপুনি ভাবিলে “লোৱা হ’লে ভাল আছিল”—এই ভাবনাৰ বাবে পিছত গৈ Entry নিদিব। এইটোৱেই FOMO Entry।
গতিকে Wait কৰক, পুনৰ নিজৰ Setup আহিবলৈ দিয়ক।
4️⃣ সদায় Risk Management Follow কৰক।
Trade লোৱাৰ আগতে Risk Calculate কৰক আৰু চেষ্টা কৰক অন্ততঃ 1:1.5 Risk Reward থকা Tradeহে ল’বলৈ।
5️⃣ Over Trading-ৰ পৰা সদায় দূৰত থাকিব।
বেছি Trade মানেই বেছি Profit নহয়। বহু সময়ত বেছি Trade-এ Lossহে বঢ়ায়।
6️⃣ Capital Protection-ই আটাইতকৈ Main।
কেতিয়াবা Back to Back Loss আহিব পাৰে। যদি মনটো অলপো খেলিমেলি লাগিছে বা Emotion Control কৰিব পৰা নাই, তেনেহ’লে দুদিনমান Break লৈ দিয়ক। কিন্তু নিজৰ Capital Protect কৰিব শিকিব লাগিব।
7️⃣ সদায় Market-ৰ Direction-ত Trade কৰক।
Market-ৰ Against-ত Trade নকৰিব।
Sideways Market-ত অযথা Trade নকৰিব।
Range Bound Market-ত তলৰ পৰা Buy আৰু ওপৰৰ পৰা Sell কৰাৰ Setup বিচাৰিব।
Downtrend-ত Down Side-ত আৰু Uptrend-ত Up Side-ত Trade কৰিবলৈ চেষ্টা কৰক।
এইকেইটা একেবাৰে Simple & Golden Rules। এই Rules-বোৰ Follow কৰিলে আপোনাৰ অযথা Trade কমিব, অৰ্থাৎ Losses কমিব আৰু আপুনি Consistentভাৱে ভাল Trade কৰিব পাৰিব।
শেষত এটা অতি গুৰুত্বপূৰ্ণ কথা—
Trade এনেকুৱা Size-ত ল’ব, যিটো Risk আপুনি মানসিকভাৱে সহ্য কৰিব পাৰে।
যদি ₹10,000 Loss হওঁতে আপুনি শান্তভাৱে বহি থাকিব পাৰে, কিন্তু Profit ₹3,000 হওঁতেই Exit কৰি দিয়ে, তেনেহ’লে আপোনাৰ Risk-Reward কেতিয়াও ঠিক নহ’ব।
গতিকে সদায় নিজৰ সামৰ্থ্য অনুসৰি Risk ল’ব, Emotion Control কৰি Plan অনুযায়ী Trade কৰিব।
Discipline + Patience + Risk Management = Long Term Success in Trading. 📈🔥
