ch
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

前往频道在 Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

显示更多
6 784
订阅者
-1124 小时
-457
-14230
帖子存档
TP HIT 🙏🧿🧿
TP HIT 🙏🧿🧿

215 🙌🙌🏆🏆

Toh keise ho aplog 🤘🤘😄😄😄😄🙏🙏🧿🧿🧿

Sensex 76100 PUT ABOVE 149 MOVE EXPECTED BUT TOO RISKY TRADE EITU

SENSEX RESISTANCE T ASE.. but buyers powerful hoi ase Kintu selling ahile spike eta pam sage

NIFTY GAP FILL ..
NIFTY GAP FILL ..

Sensex expiry today .. Kaile market close thakibo . So trade carefully

Good Morning Everyone ☀️ কেইটামান simple rules follow কৰক — • Market t plan ready ৰাখিব tred luar agot . Enei jot tot nolobo • Overtrade নকৰিব • Proper risk management use কৰিব • Entry miss হ’লে force trade নল’ব • Stop loss ignore নকৰিব • প্ৰথমে capital safe ৰাখিব, profit পিছত আহিব Discipline থাকিলে consistency নিজেই আহে 📈

Congratulations to all ❤️ বহুতে স্ক্ৰীণশ্বট দি আছিল, তাৰ ভিতৰত সৰু দুটা স্ক্ৰীণশ্বট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজি বহুতে খুব ভাল প্ৰেক্টিচ কৰিছে। 👏 ইয়াতে এটা কথা মই আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ — যিবিলাক লেভেল মই শ্বেয়াৰ কৰোঁ, সেইবিলাক মই অকল Educational Purpose-ৰ বাবেহে শ্বেয়াৰ কৰোঁ। এইবিলাক সম্পূৰ্ণৰূপে মোৰ নিজৰ Experience আৰু Study-ৰ ওপৰত Based। যদি আপোনালোকে প্ৰেক্টিচ কৰে, Well and Good ❤️ কিন্তু কেতিয়াও এইবিলাক আন্ধাধূন Follow নকৰিব বা চকুমুদা বিশ্বাস নকৰিব। মই অকল আপোনালোকক লেভেলবিলাক শিকাবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকে বুজি পাব পাৰে — • মোৰ Strategy-ৰ Accuracy কেনেকুৱা • ক’ত Entry লৈছোঁ • ক’ত Exit লৈছোঁ • কেনেকৈ Hold কৰিছোঁ • কিমান Target আছিল • কেতিয়া Trade লৈছোঁ • দিনটোত কেনেকৈ কাম কৰোঁ এইখিনি আপোনালোকে যাতে বুজি পাব পাৰে, তাৰ বাবেই আমি এইবিলাক শ্বেয়াৰ কৰোঁ। ❤️ বাকী, বহুতে মোক Message কৰি আছিল — “এই Strategy-বিলাক কেনেকৈ কাম কৰে?” “Pin Point Entry কেনেকৈ লোৱা হয়?” “Exact Entry/Exit কেনেকৈ বুজি পোৱা যায়?” “মাৰ্কেটখনক কেনেকৈ Analyze কৰা হয়?” বা “একদম নতুন হ’লে Share Market কেনেকৈ শিকিব পাৰি?” এই সকলোবোৰ কথা ভাবি আমি এতিয়া নতুন এটা Class Start কৰিম। 📚 আগৰ Batch-কেইটা অলম’ষ্ট শেষ হ’বলৈ গৈছে। যিসকলে Interest আছে আৰু ভাবে যে Share Market-খন ভালকৈ শিকিম, Mindset Develop কৰিম — তেওঁলোকে Admission ল’ব পাৰে। আকৌ এবাৰ কৈছোঁ — Admission নল’লেও একো আপত্তি নাই ❤️ আপোনালোকে Group-ত Free-তেই শিকক, Free-তেই Daily Level Follow কৰক, Practice কৰক। Time লাগিব, কিন্তু শিকিব পাৰিব। 🙌 কিন্তু যদি আপোনালোকে ভাবে যে অলপ Extra Time দিব লাগে, Proper Guidance আৰু Support লাগিব, তেনেহ’লে আমাৰ Class Join কৰিব পাৰে। এই Class-টো আমি আমাৰ ৪ বছৰৰ Experience-ৰ পৰা তৈয়াৰ কৰিছোঁ। গোটেই ৩ জন লগ লাগি বহুত কষ্ট কৰি এই Structure বনাইছোঁ। যদি Join কৰিব বিচাৰে, তেনেহ’লে মোক নিজৰ নাম আৰু ফোন নম্বৰ Message কৰিব। Recently কেইবাজনেও Message কৰিছে। ❤️ আমি খুব সোনকালে Class Start কৰিম। 🕘 Timing: ৰাতি ৯ বজাৰ পৰা ১০ বজালৈ 📅 সপ্তাহত ৩–৪ দিন এই Class-ত সকলো বস্তু একদম সহজ ভাষাৰে শিকোৱা হ’ব। যিবিলাক Concept থাকিব — • Candlestick • Chart Pattern • SMC • Liquidity • Market Structure • Psychology আৰু বহুতো গুৰুত্বপূৰ্ণ Topic। Basically, আপোনালোকে শিকিব — মাৰ্কেটখনক সহজ দৃষ্টিভংগীৰে kenekoi চাব লাগে আৰু আমি যি Perspective-ৰে Market Analyze কৰোঁ, সেইখিনি। আমি Google Meet-ত Live আহি Screen Share কৰি শিকাম, গতিকে আপোনালোকে খুব সহজে বুজি পাব। 💰 Fees: মাত্ৰ ₹3000 🎥 Recorded Version-ও পাই যাব 📈 Class শেষ হোৱাৰ পিছত ৫ দিন Live Market-তো বহাই লোৱা হ’ব, যাতে Practical Market কেনেকুৱা হয় সেইটো বুজি পাব পাৰে। শেষত অকল এইটোৱেই ক’ম ❤️ যদি আপোনালোকে আমাৰ Update আৰু Knowledge ভাল পাইছে, তেনেহ’লে এনেকৈয়ে Share কৰি যাম। আপোনালোকে খালি শিকিবলৈ Try কৰি থাকিব। Share Market একেদিনাই শিকা বস্তু নহয়, আৰু একেদিনাই ধনী হোৱাৰো জায়গা নহয়। ই এটা Skill ❤️ ই এটা Education ❤️ গতিকে Time দিব লাগিব। 🙌 Message quick - @pritom93

Sobei val practice korise 🙌🙌🏆🏆.. good work

2.7k++ 👆🧿🧿
2.7k++ 👆🧿🧿

1k++🧿🙏
1k++🧿🙏

1200++ 🙏
1200++ 🙏

700++🧿
700++🧿