E-Learn ( STOCK MARKET KNOWLEDGE )
Kanalga Telegram’da o‘tish
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Ko'proq ko'rsatish6 270
Obunachilar
-1124 soatlar
-307 kun
-11230 kun
Postlar arxiv
Nifty expiry today .. trade carefully
Protect your capital first
Follow your risk management properly
1:1.5 RR
1. TREND LINE BREAK
2. Ema cross ❎ over
3. Strong bullish closing
4. Retest with pinbar candle
5. Entry pinbar high
6. Sl pinbar r tolot
7. Target previous high
This is called price action
Hello Everybody 👋
I hope সকলোৰে দিনটো ভালকৈ আৰম্ভ হৈছে বা দিনটো ভালকৈ যাব।
আপোনালোকে জানেই যে মই বৰ্তমান Medicalত আছোঁ। ভাল খবৰটো হ’ল যে আজি আমাক ইয়াৰ পৰা Release দিছে। বৰ্তমান সকলো ঠিকেই আছে আৰু Doctorৰ ফালৰ পৰাও Positive update পাইছোঁ। যদিও Release process সম্পূৰ্ণ কৰি ঘৰলৈ উভতিবলৈ অলম’ষ্ট ২–২.৫ ঘণ্টামান লাগিব।
ইয়াৰ মাজতে Mobileটো লৈ এটা Scalping trade কৰিছিলোঁ। Tradeটোত মোৰ planning, MPSG, market view, entry, exit, stoploss, target, risk management আৰু risk-reward ratio কেনেকুৱা আছিল সেই সকলোখিনি Screenshotৰ জৰিয়তে আপোনালোকৰ লগত share কৰিছোঁ যাতে একদম clearly বুজি পাব পাৰে।
Index আৰু Premium chart দুয়োটাই share কৰিছোঁ। Chartবোৰ চাইলে বুজি পাব কিয় মই Callটো hold কৰা নাছিলোঁ। 24,000 এটা strong resistance zone আছিল। একেদৰে কিয় Put লোৱা নাছিলোঁ সেইটোও বুজিব পাৰিব।
কাৰণ আগদিনা Marketএ যথেষ্ট strong rally দিছিল আৰু আজিও strong gap-up opening হৈছিল। সেয়ে marketত strong buying power দেখা গৈছিল। সেইবাবে মই directly opposite sideত যোৱাৰ সলনি Call sideত setup বিচাৰি আছিলোঁ।
Openingৰ পিছত অলপ selling আহিছিল যদিও Marketএ এটা support create কৰি ল’লে। সেই support zoneতেই মই মোৰ setup আৰু entry পাই গ’লোঁ। Tradeটোত মই conservative approach লৈছিলোঁ আৰু প্ৰায় 1:1.6 risk-reward ratioৰ ওচৰত profit book কৰিলোঁ।
Screenshotবোৰ ভালকৈ study কৰিব। কেৱল Entry-Exit চোৱাৰ সলনি Tradeৰ পিছৰ Logicটো বুজিবলৈ চেষ্টা কৰিব। সেইটোৱেই long-termত improvement আনে।
ঘৰত গৈ পালেই আৰু detailত share কৰিম। যদি আৰু কিবা update থাকে, নিশ্চয় জনাই যাম।
তেতিয়ালৈকে,
Risk-Reward Ratio manage কৰি আৰু proper Risk Management follow কৰি trade কৰাটোই আটাইতকৈ গুৰুত্বপূৰ্ণ। 📈
