uz
Feedback

Firibgarlarga uchmang! Telemetrio bunday kanallarni topadi va belgilaydi 👉 Belgini ko‘rmoqchi bo‘lsangiz, obuna bo‘ling

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Kanalga Telegram’da o‘tish

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Ko'proq ko'rsatish
6 220
Obunachilar
Ma'lumot yo'q24 soatlar
-207 kun
-10030 kun
Postlar arxiv
NIFTYT 70 POINTS R CANDLE .. LOL 😂
NIFTYT 70 POINTS R CANDLE .. LOL 😂

NIFTY 50 BANKNIFTY DUITA EXPIRY ASE AJI.

সফল Trader হ’বলৈ Trading Psychology ৰ ৫টা সোণালী নিয়ম 1️⃣ লোভক নিয়ন্ত্ৰণ কৰক Trading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু। অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়। প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক। 2️⃣ ভয়ত সিদ্ধান্ত নলওক Loss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়। ভয়ত Trade ল’লে Strategy নষ্ট হয়। Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে । 3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব। Market প্ৰতিদিনে একেই নহয়। প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে । 4️⃣ Discipline অবিহনে Trading অসম্ভৱ Entry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক। Rule ভাঙিলে Market এ শাস্তি দিয়ে। Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়। 5️⃣ Loss ক শিক্ষা হিচাপে লওক Loss মানেই ব্যৰ্থতা নহয়। প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে। ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই। ✨ শেষ কথা: Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে। যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।

HAVE A GREAT DAY

GOOD MORNING TRADERS

GOOD MORNING

GOOD MORNING E LEARN FAMILY

@pritom93 My id for message

✅ যি সকলে নতুন কৈ গ্ৰুপত জইন কৰিছে MOST WELCOME আমি এইটো গ্ৰুপত ভাৰতীয় শ্বেয়াৰ বজাৰত ট্রেডিং ৰ বিষয়ে আলোচনা কৰো ✅ ট্রেডিং ৰ বিষয়ে সদায় শিকোৱা হয় ✅ আমি প্ৰতিদিনে ইয়াতে ভাল ট্ৰেড বোৰ প্ৰকটিচ কৰো , আমি নিজৰ বাবে চোৱা বা লোৱা ট্ৰেড বোৰ ইয়াতে শ্বেয়াৰ কৰো, EDUCATIONAL PURPOSES ত ✅ তাকে চাই আপুনি প্ৰকটিচ কৰিব পাৰে ✅ প্ৰতিদিনে মাৰ্কেট খনৰ চাই বা Analysis কৰি বুজিবৰ চেষ্টা কৰা হয় ✅ ট্রেডিং কৰিবৰ বাবে এটা ভাল Broker ত একাউণ্ট থকাটো জৰুৰী 👉 এইটোত ট্রেডিং একাউণ্ট খুলি লব - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302 ✅ কেনেকৈ খুলিব লাগে বুজি নাপালে এইটো video চাই লব - https://youtu.be/pU-_w5b1efg?si=cigY0oksxDPxoWEc ✅ ট্রেডিং একেদিনাই বুজা বা শিকা বস্তু নহয়। ইয়াতে বহুত কথা শিকিব লগা থাকে যিবোৰ আমি VIDEO , VOICE , screen shot এই দি বুজাই যাওঁ । 📣 একদম নতুন সকলে অলপ দিন নুবুজা নিচিনা লাগিব । কিন্তু অলপ দিন চালে বুজি পাব লাহে লাহে ✅ হয় সকলে আমাৰ BASIC TO ADVANCE ক্লাছ লম ভাবে , তেওঁলোকে আমাৰ live ক্লাছ লব পাৰিব, মাজে মাজে এডমিছন হৈ থাকে । update ইয়াতে পাব ।

Ovozli xabar04:13

✅ আমাৰ নাম কৈ, লিংক দি, কোনোবাই সহজে পইচা ঘটাৰ উপায় দিলে পইচা দি নিদিব ✅ পইচা কাৰোবাক দিয়াৰ আগতে 100 বৰ ভাৱক ✅ INVESTMENT ভাল
✅ আমাৰ নাম কৈ, লিংক দি, কোনোবাই সহজে পইচা ঘটাৰ উপায় দিলে পইচা দি নিদিব ✅ পইচা কাৰোবাক দিয়াৰ আগতে 100 বৰ ভাৱক ✅ INVESTMENT ভাল বস্তু। কিন্তু যদি ইয়াক সঠিক ঠাইত কৰা হয় তেতিয়া । ✅ নিজে বুজি বা জানি লৈ কৰিব, এনে কৰি দিম বুলি কলে নিদিব ✅ SCAMER ৰ পৰা সাৱধান হওক 🙏🙏 লোভ লগাব কিন্তু নিজেকে বচাই ৰাখক । Moi personal kotha patilu . Total 5,17,000/- LOI GOL. চাইবাৰ CRIME ত দিয়া হল । কিন্তু লাভ একো নহয় । Any queries please message me @pritom93

Ovozli xabar04:35

For class : @pritom93

Sideways market : যেতিয়া মাৰ্কেট এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত সোমাই থাকে । আৰু move নকৰে । তেতিয়া তাক sideways বুলি কোৱা হয় ।এনেকুৱা মাৰ্কেট ত আমি ট্ৰেড নোলোৱাকৈ থকাটো ভাল । কাৰণ ইয়াত premium বোৰ কমি যায় , যাৰ ফলত আমাৰ sl হিট হয় । বা loss হৈ গৈ থাকে । এনেকুৱা মাৰ্কেট ক ৰেঞ্জ বাউণ্ড বুলিও কোৱা হয় । আমি অপেক্ষা কৰিব লাগে যাতে এইটো ৰেঞ্জ ৰ পৰা মাৰ্কেট ওলোৱাৰ পাছত হে ট্ৰেড ৰ প্লেন কৰোঁ । এনেকুৱা মাৰ্কেট ত কেণ্ডেল বোৰ সৰু সৰু হয় । ওপৰত বা তলত গলেও সৰু সৰু কেণ্ডেল বনাই বহুত লাহে লাহে যায় ।

Now im closing ..

ANALYSIS NO 2 105 TO 115 ++ 🚀🔥

TODAY'S TRADE ANALYSIS NO 1 440 TO 500+ 🔥🔥🚀🚀