E-Learn ( STOCK MARKET KNOWLEDGE )
Kanalga Telegram’da o‘tish
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Ko'proq ko'rsatish6 780
Obunachilar
-524 soatlar
-427 kunlar
-13930 kunlar
Postlar arxiv
SL SHIFT NEAR C TO C ..
Sao ki hoi . Movement slow hoi gol olp
Red t wick nuhuake closing dia hole cal asil
📈 আজি share কৰা trade setup টো target hit কৰিলে ✅
কিন্তু এটা কথা মনত ৰাখিব লাগিব — Trading কেতিয়াও setup বা strategy ৰ game নহয়।
Trading আচলতে Mindset, Discipline আৰু Process ৰ game।
নতুন traders সকলে বা যিসকলে improve কৰিব বিচাৰিছে, তেওঁলোকৰ বাবে কিছুমান important point 👇
1️⃣ Trading ক সীমিত সময় দিয়ক
দিনটোত ২ ঘন্টা বা ২.৫ ঘন্টা focus কৰি trade কৰক।
গোটেই দিন chart চাই বহি থাকিলে mind tired হৈ যায় আৰু unnecessary trade লোৱাৰ chance বেছি হয়।
2️⃣ Trading ৰ বাহিৰেও income source ৰাখক
কাম কৰক, skill develop কৰক বা অন্য জায়গাৰ পৰা income ৰাখক।
ইয়াৰ ফলত trading capital manage কৰাটো সহজ হয় আৰু mentally pressure কম থাকে।
Target hit হ’লেও ঠিক আছে, SL hit হ’লেও accept কৰি market ৰ পৰা ওলাই আহিব শিকক।
3️⃣ সকলো strategy শিকক, কিন্তু শেষত নিজৰ এটা setup fix কৰক
সকলো logic, setup আৰু strategy বুজিবলৈ চেষ্টা কৰক।
কিন্তু practice কৰাৰ পিছত যিটো setup আপোনাৰ বাবে সহজ আৰু comfortable লাগে, সেইটোকেই follow কৰক consistently।
4️⃣ Basics clear কৰক
Candlestick pattern, chart pattern, support-resistance, market movement — এই basic জিনিসবোৰ ভালদৰে শিকক।
কাৰণ একে strategy এজনৰ বাবে best হ’ব পাৰে, আন এজনৰ বাবে totally useless হ’ব পাৰে।
Trading সম্পূৰ্ণভাবে trader ৰ mindset ওপৰত depend কৰে।
5️⃣ Over Trading কেতিয়াও নকৰিব
দিনটোত ১-২ টা quality trade যথেষ্ট।
সকলো move ধৰিবলৈ চেষ্টা নকৰিব।
Market এ প্ৰতিদিন opportunity দিবই।
6️⃣ Market ৰ লগত fight নকৰিব
যদি market unclear লাগে, candle random move কৰি থাকে বা trap কৰাৰ chance বেছি লাগে — তেন্তে trade avoid কৰক।
Clear setup নাথাকিলে patience ৰাখক।
7️⃣ Continuous loss হ’লেও confidence নেহেৰুৱাব
৩ দিন, ৫ দিন বা ১০ দিনো loss হ’ব পাৰে।
ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি bad trader।
Market condition সকলো দিন একে নাথাকে।
নিজৰ process আৰু learning ওপৰত trust ৰাখক।
8️⃣ Risk Management আটাইতকৈ important
এনে risk লওক যাতে এটা trade ৰ বাবে আপোনাৰ life disturb নহয়।
Small risk লৈ consistency build কৰাটো long-term success ৰ key।
শেষত এটা কথাই ক’ম ❤️
“Trading ত fast profit নহয়, long-term consistency টো important।”
Discipline আৰু patience থাকিলে market এ এদিন নিশ্চয় reward দিব। 📊🔥
Endi mavjud! Telegram Tadqiqoti 2025 — yilning asosiy insaytlari 
