uk
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Відкрити в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Показати більше
6 784
Підписники
-1124 години
-457 днів
-14230 день
Архів дописів
1200++
1200++

Голосове повідомлення03:56

BIG SCAM ✅ এইবোৰ কোনো অসমীয়া মানুহ নহয় দেই । চব বাহিৰৰ মানুহ, AI use কৰি বনাই এইবোৰ । কথা খিনি পঢ়িলে গম পাবই লাগে । Bodnam am
BIG SCAM ✅ এইবোৰ কোনো অসমীয়া মানুহ নহয় দেই । চব বাহিৰৰ মানুহ, AI use কৰি বনাই এইবোৰ । কথা খিনি পঢ়িলে গম পাবই লাগে । Bodnam amar hoi pasot. FACEBOOK R ADD VORI ASE EIBURE... যেতিয়ালৈকে verify nhy eiburot najabo 🙏🙏

Hello everyone 👋 আশা কৰোঁ আপোনালোকে আমাৰ group টোৰ পৰা যথেষ্ট নতুন বস্তু শিকিবলৈ পাইছে। Trading setup, high accuracy strategy, লগতে educational purpose ত share কৰা level বোৰো হয়তো practice কৰিব পাৰিছে। আমি সদায় চেষ্টা কৰোঁ Trading ৰ কেৱল entry-exit নহয়, তাৰ লগতে mainly psychology, trading rules, behavior, discipline আৰু risk management ৰ দৰে important বিষয়বোৰো সহজকৈ বুজাবলৈ। কাৰণ market ত long term survive কৰিবলৈ এইবোৰেই আটাইতকৈ বেছি প্রয়োজন। সময় পালে আমি advanced বিষয়বোৰো মাজে মাজে share কৰি যাওঁ। কিন্তু এটা free group ত A to Z সকলো systematic ভাবে cover কৰা সদায় possible নহয়। কাৰণ সদায় নতুন মানুহ join কৰে, বহুতে মাজতে leave ও লয়। সেইবাবে যিসকলে একেবাৰে beginning ৰ পৰা advance level লৈ step by step শিকিব বিচাৰে, তেওঁলোকৰ বাবে আমি এটা properly structured batch/class design কৰিছোঁ। য’ত আমাৰ প্ৰায় ৪ বছৰৰ experience আৰু market understanding একেলগ কৰি বিষয়বোৰ খুব simple আৰু practical ভাবে explain কৰা হ’ব। ইয়াত কোনো “rocket science” নাই, কোনো secret formula নাই। Market ক straightforward আৰু practical ভাবে বুজাবলৈ চেষ্টা কৰা হ’ব — একেবাৰে basic ৰ পৰা advance level লৈ। বিশেষকৈ যিসকল নতুন trader, যিসকলে market ত repeatedly loss খাই আছে, confuse হৈ আছে বা proper direction বিচাৰি পাই নাই — তেওঁলোকৰ বাবে এই class টো helpful হ’ব পাৰে। 📌 Admission Fee: মাত্র ₹3000 📌 Mode: Online Google Meet Live Class 📌 Time: ৰাতি 9 PM – 10 PM 📌 Limited Seats Only আমি unlimited student নলওঁ, যাতে সকলোকে proper attention দি ভালদৰে বুজাব পাৰি। Live class ত আমি screen share কৰি practical ভাবে বুজাওঁ। আপুনি feel কৰিব যেনে front seat ত বহি live market শিকি আছে। Limited seat হোৱাৰ বাবে class চলি থাকোঁতেই নিজৰ question সুধিবলৈও সুবিধা পাব। লগতে প্ৰতিটো class ৰ recorded version ও provide কৰা হ’ব, যাতে পিছত revision দিব পাৰে বা miss হোৱা class পুনৰ চাই ল’ব পাৰে। Normally সম্পূৰ্ণ batch টো শেষ কৰিবলৈ প্ৰায় ১ – ১.৫ মাহ সময় লাগে। আমি week ত ২–৩ দিন class ৰাখোঁ, আৰু আগতেই সকলো schedule group ত share কৰি দিওঁ। আমি কেতিয়াও এইটো claim নকৰোঁ যে “profit guarantee” দিব বা overnight successful বনাই দিব। আমাৰ উদ্দেশ্য কেৱল educational purpose ত market ক সঠিকভাবে বুজাবলৈ সহায় কৰা। যদি আপুনি seriously trading শিকিব বিচাৰে, আৰু ইমানদিনে আমাৰ analysis, process আৰু explanation ভাল পাই আহিছে — তেনেহ’লে এই নতুন batch আপোনাৰ বাবে ভাল opportunity হ’ব পাৰে। 📩 Admission ল’বলৈ নিজৰ Name + Phone Number আমাৰ দিয়া ID/Inbox ত send কৰি দিব। নতুন batch খুব সোনকালেই start হ’ব। ধন্যবাদ ❤️ @pritom93

Голосове повідомлення05:33

Link 1 = https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302 Link 2- https://join.dhan.co/?invite=UHSBC22792 How to open trading account  - https://youtu.be/guXQ2dNG3l4?si=Vf8bRk7C6bZmpS7K Trading কৰিবৰ বাবে ভাল ট্রেডিংacount lage Ei duatr pora account open koribo pare . Best borttoman 1. Quick order place 2. Hang namare 3. Slippage নহয় ইয়াতে । Specifically bajaj broking. 4. Free account opening .

NIFTY RECENT SUPPORT AND RESISTANCE
NIFTY RECENT SUPPORT AND RESISTANCE

Голосове повідомлення04:50

Send me your PRACTICE SCREEN SHOT @pritom93 আপোনালোকৰ কিবা থাকিলে ও মোক মেছেজ দিব এইটোত । reply দিয়া দেৰি হলে বেয়া নাপাব দেই। দুই এজনক দিয়া হৈছে । বাকী অলপ reply আছে । দিম Mur kunu vem nai, mur kunu lebel nai, mur kunu ohongkar nai.. Moiei নগণ্য , মই এজন সাধাৰণ মানুহ , লৰা বুলি কলেও আপত্তি নাই । 😀

Enjoy your day traders 🙏✅🧿 I hope বুকু কঁপাই meli holeu hold কৰিব পৰিলেনে 😀😀 কাৰণ একেবাৰে নাইজোৱা 103 । jam najam koi he gol 😀🙏

TP DONE ✅🙏🧿

103

100

98

95

94

92

90

87

86