E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 784
مشترکین
-1124 ساعت
-457 روز
-14230 روز
آرشیو پست ها
BIG SCAM ✅
এইবোৰ কোনো অসমীয়া মানুহ নহয় দেই ।
চব বাহিৰৰ মানুহ, AI use কৰি বনাই এইবোৰ । কথা খিনি পঢ়িলে গম পাবই লাগে ।
Bodnam amar hoi pasot.
FACEBOOK R ADD VORI ASE EIBURE...
যেতিয়ালৈকে verify nhy eiburot najabo 🙏🙏
Hello everyone 👋
আশা কৰোঁ আপোনালোকে আমাৰ group টোৰ পৰা যথেষ্ট নতুন বস্তু শিকিবলৈ পাইছে।
Trading setup, high accuracy strategy, লগতে educational purpose ত share কৰা level বোৰো হয়তো practice কৰিব পাৰিছে।
আমি সদায় চেষ্টা কৰোঁ Trading ৰ কেৱল entry-exit নহয়, তাৰ লগতে mainly psychology, trading rules, behavior, discipline আৰু risk management ৰ দৰে important বিষয়বোৰো সহজকৈ বুজাবলৈ।
কাৰণ market ত long term survive কৰিবলৈ এইবোৰেই আটাইতকৈ বেছি প্রয়োজন।
সময় পালে আমি advanced বিষয়বোৰো মাজে মাজে share কৰি যাওঁ। কিন্তু এটা free group ত A to Z সকলো systematic ভাবে cover কৰা সদায় possible নহয়।
কাৰণ সদায় নতুন মানুহ join কৰে, বহুতে মাজতে leave ও লয়।
সেইবাবে যিসকলে একেবাৰে beginning ৰ পৰা advance level লৈ step by step শিকিব বিচাৰে, তেওঁলোকৰ বাবে আমি এটা properly structured batch/class design কৰিছোঁ।
য’ত আমাৰ প্ৰায় ৪ বছৰৰ experience আৰু market understanding একেলগ কৰি বিষয়বোৰ খুব simple আৰু practical ভাবে explain কৰা হ’ব।
ইয়াত কোনো “rocket science” নাই, কোনো secret formula নাই।
Market ক straightforward আৰু practical ভাবে বুজাবলৈ চেষ্টা কৰা হ’ব — একেবাৰে basic ৰ পৰা advance level লৈ।
বিশেষকৈ যিসকল নতুন trader, যিসকলে market ত repeatedly loss খাই আছে, confuse হৈ আছে বা proper direction বিচাৰি পাই নাই — তেওঁলোকৰ বাবে এই class টো helpful হ’ব পাৰে।
📌 Admission Fee: মাত্র ₹3000
📌 Mode: Online Google Meet Live Class
📌 Time: ৰাতি 9 PM – 10 PM
📌 Limited Seats Only
আমি unlimited student নলওঁ, যাতে সকলোকে proper attention দি ভালদৰে বুজাব পাৰি।
Live class ত আমি screen share কৰি practical ভাবে বুজাওঁ।
আপুনি feel কৰিব যেনে front seat ত বহি live market শিকি আছে। Limited seat হোৱাৰ বাবে class চলি থাকোঁতেই নিজৰ question সুধিবলৈও সুবিধা পাব।
লগতে প্ৰতিটো class ৰ recorded version ও provide কৰা হ’ব, যাতে পিছত revision দিব পাৰে বা miss হোৱা class পুনৰ চাই ল’ব পাৰে।
Normally সম্পূৰ্ণ batch টো শেষ কৰিবলৈ প্ৰায় ১ – ১.৫ মাহ সময় লাগে। আমি week ত ২–৩ দিন class ৰাখোঁ, আৰু আগতেই সকলো schedule group ত share কৰি দিওঁ।
আমি কেতিয়াও এইটো claim নকৰোঁ যে “profit guarantee” দিব বা overnight successful বনাই দিব। আমাৰ উদ্দেশ্য কেৱল educational purpose ত market ক সঠিকভাবে বুজাবলৈ সহায় কৰা।
যদি আপুনি seriously trading শিকিব বিচাৰে, আৰু ইমানদিনে আমাৰ analysis, process আৰু explanation ভাল পাই আহিছে — তেনেহ’লে এই নতুন batch আপোনাৰ বাবে ভাল opportunity হ’ব পাৰে।
📩 Admission ল’বলৈ নিজৰ
Name + Phone Number
আমাৰ দিয়া ID/Inbox ত send কৰি দিব।
নতুন batch খুব সোনকালেই start হ’ব।
ধন্যবাদ ❤️
@pritom93
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
Link 1 = https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
Link 2- https://join.dhan.co/?invite=UHSBC22792
How to open trading account - https://youtu.be/guXQ2dNG3l4?si=Vf8bRk7C6bZmpS7K
Trading কৰিবৰ বাবে ভাল ট্রেডিংacount lage
Ei duatr pora account open koribo pare . Best borttoman
1. Quick order place
2. Hang namare
3. Slippage নহয় ইয়াতে ।
Specifically bajaj broking.
4. Free account opening .
Send me your PRACTICE SCREEN SHOT @pritom93
আপোনালোকৰ কিবা থাকিলে ও মোক মেছেজ দিব এইটোত । reply দিয়া দেৰি হলে বেয়া নাপাব দেই। দুই এজনক দিয়া হৈছে । বাকী অলপ reply আছে । দিম
Mur kunu vem nai, mur kunu lebel nai, mur kunu ohongkar nai..
Moiei নগণ্য ,
মই এজন সাধাৰণ মানুহ , লৰা বুলি কলেও আপত্তি নাই । 😀
Enjoy your day traders 🙏✅🧿
I hope বুকু কঁপাই meli holeu hold কৰিব পৰিলেনে 😀😀
কাৰণ একেবাৰে নাইজোৱা 103 । jam najam koi he gol 😀🙏
اکنون در دسترس! پژوهش تلگرام ۲۰۲۵ — مهمترین بینشهای سال 
