ru
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Открыть в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Больше
6 724
Подписчики
-624 часа
-487 дней
-16930 день
Архив постов
164

162

160

155

153

150

148

144

SENSEX 83500 PUT WATCH ABOVE 190 SPIKE AHIBO PARE 🚫 RISKY

NIFTY 25700 PUT WATCH ABOVE 144 MOVE EXPECTED 🚫 RISKY

SENSEX EXPIRY AJI DON'T HOLD IN LOSS

📊 আমাৰ ট্ৰেডিং মাইণ্ডছেট আৰু ৰিছ্ক ডিসক্লেইমাৰ 🔹 আমি যিবিলাক ট্ৰেড লওঁ ➡️ সেই সকলো ট্ৰেড আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। 🔹 ট্ৰেড শ্বেয়াৰ কৰাৰ মূল উদ্দেশ্য ➡️ আমাৰ মাইণ্ডছেট, থিংকিং প্ৰচেছ আৰু ➡️ আমি কেনেকৈ মাৰ্কেট বুজোঁ — সেইটো আপোনালোকক দেখুওৱা। 🔹 আমি লোৱা ট্ৰেডসমূহ চাই ➡️ আপোনালোকে নিজে পে’ৰ ট্ৰেড (Paper Trade) কৰি ➡️ শিকিব আৰু অভ্যাস গঢ়িব পাৰে। ⚠️ ৰিছ্কৰ কথা মনত ৰাখিব 🔸 শ্বেয়াৰ মাৰ্কেট সদায়ে ৰিছ্কি। 🔸 ইনভেষ্টমেণ্ট কৰাৰ আগতে ➡️ নিজ নিজ ৰিছ্ক কেপাচিটি ভালদৰে বুজি লওক। 🔸 ৰিছ্ক নল’লে ➡️ শ্বেয়াৰ মাৰ্কেটত ভাল ৰিটাৰ্ণ আশা কৰিব নোৱাৰি। ❌ গেৰান্টিৰ সত্যতা 🚫 শ্বেয়াৰ মাৰ্কেটত ➡️ কোনো ধৰণৰ পজিটিভ ৰিটাৰ্ণৰ গেৰান্টি নাথাকে। 🚫 য’ত আপোনালোকক ➡️ “গেৰান্টি ৰিটাৰ্ণ” ➡️ “সহজে ধনী হোৱা” ➡️ “সোনকালে টকা ডাবল” এইবোৰ কোৱা হয় — ⚠️ সেইধৰণৰ জাগাৰ পৰা ➡️ সদায় সাৱধান থাকিব ➡️ আৰু সজাগ হৈ থাকিব।

Have a great day 🔥

GOOD MORNING TRADERS

Голосовое сообщение00:51

👉 যদি আপুনি Crypto Trading কৰিব বিচাৰে, 👉 কম টকাতেই আৰম্ভ কৰিব পাৰিব 🔹 Government Registered Platform সেয়ে সম্পূৰ্ণ সুৰক্
👉 যদি আপুনি Crypto Trading কৰিব বিচাৰে, 👉 কম টকাতেই আৰম্ভ কৰিব পাৰিব 🔹 Government Registered Platform সেয়ে সম্পূৰ্ণ সুৰক্ষিত। 🔹 UPI Deposit সুবিধা 🔹 Minimum Deposit মাত্ৰ ₹100 মাত্ৰ ১০০ টকাৰ পৰাই ট্ৰেডিং আৰম্ভ কৰিব পাৰিব। 🎁 আমাৰ লিংকৰ পৰা Register কৰিলে বিশেষ সুবিধা ➡️ ট্ৰেডিং ফীজ / ব্ৰোকেৰেজত ➡️ ২০% Discount লাভ কৰিব। ⏰ 24 × 7 Market Open যিসকলে দিনত ট্ৰেডিং কৰিব নোৱাৰে, তেওঁলোকৰ বাবে Crypto একেবাৰে উপযুক্ত। 💰 কম Capital থাকিলেও ট্ৰেডিং সম্ভৱ ₹100, ₹300, ₹400 বা ₹500 টকাৰে আপুনি ট্ৰেডিং আৰম্ভ কৰিব পাৰিব। 📲 Download কৰক আৰু আপোনাৰ Account Open কৰি লওক- 🔁 Already Account আছে নে? ➡️ নতুন Email ID ➡️ নতুন নাম ➡️ নতুন Mobile Number ➡️ আৰু Aadhaar ব্যৱহাৰ কৰি পুনৰ Account খুলিব পাৰিব। 🛡️ Government Registered হোৱাৰ বাবে ➡️ কোনো ধৰণৰ Problem নাহে ➡️ সম্পূৰ্ণ Safe & Secure 📉 Crypto Derivatives (Futures) Trading ইয়াত আমি Future ত ট্ৰেড কৰোঁ, সেয়ে Crypto Tax ও নালাগে। 👥 Crypto Group ত ➡️ তলত দিয়া লিংকৰ পৰা Join কৰিব পাৰে ⚠️ কিন্তু তাৰ আগতে আপোনাৰ Account Open কৰা বাধ্যতামূলক।

Видеосообщение01:00

🔹 নমস্কাৰ সকলোকে আপোনালোকে দেখিবলৈ পাইছে যে আজি মাৰ্কেটটো ছাইডৱেজ আছিল। তথাপি আমি এটা ট্ৰেড এক্সিকিউট কৰিছিলোঁ আৰু সেই ট্ৰেডটো সফল হৈছিল। এতিয়া মই আপোনালোকক বুজাই দিম — কিয় ট্ৰেডটো লৈছিলোঁ, কি ৰিজন আছিল আৰু কেনেদৰে আমি প্ৰিমিয়ামটো চিলেক্ট কৰিছিলোঁ। --- 🔹 ছাইডৱেজ মাৰ্কেটত কি হয় ? যেতিয়া মাৰ্কেট ছাইডৱেজ থাকে, তেতিয়া সাধাৰণতে Out Of The Money বা In The Money প্ৰিমিয়ামবোৰৰ মুভমেণ্ট খুব কম হয়। ➡️ ইয়াৰ ফলত প্ৰফিট হোৱাৰ চান্স কমি যায় ➡️ ৰিস্ক বাঢ়ি যায় ➡️ থিতা ডিকে দেখা যায় থিতা ডিকে হ’লে কি হয় — মাৰ্কেট ওপৰলৈ গ’লেও প্ৰিমিয়াম বাঢ়ি নাযায়। অৰ্থাৎ আপুনি যি প্ৰাইচত ট্ৰেড লৈছে, সেই প্ৰাইচটো সঠিকভাৱে মুভ নকৰে। --- 🔹 ছাইডৱেজ মাৰ্কেটত কেনেকৈ ট্ৰেড ল’ব লাগে ? ছাইডৱেজ মাৰ্কেটত ট্ৰেড ল’লে সদায় চেষ্টা কৰিব লাগে Deep In The Money প্ৰিমিয়াম ল’বলৈ। ➡️ ইয়াত প্ৰিমিয়ামৰ মুভমেণ্ট ভাল দেখা যায় ➡️ জেনুইন প্ৰফিট লোৱাৰ সম্ভাৱনা বাঢ়ে --- 🔹 ইণ্ডেক্স চাৰ্টত আমি কি দেখিলোঁ ? ইণ্ডেক্স চাৰ্টত আমি এটা খুব শক্তিশালী Support Zone দেখা পাইছিলোঁ। ➡️ সেই Support Zone ত এটা সুন্দৰ Doji / Pin Bar Candle বনিছিল ➡️ তাৰ পিছত প্ৰিমিয়ামত এটা শক্তিশালী Buying Candle দেখা গৈছিল আমি সেই Buying Candle ৰ High মার্ক কৰি Entry লৈছিলোঁ। --- 🔹 টাৰ্গেট আৰু ৰিস্ক মেনেজমেণ্ট আমাৰ টাৰ্গেট ওপৰলৈ ৰাখিব পৰা আছিল, কিন্তু ৰিস্ক বাঢ়িব পাৰে বুলি আমি সৰু লাভ লৈ Scale Out কৰিছিলোঁ। ➡️ Stop Loss আছিল প্ৰায় 10-12 Points ➡️ Risk : Reward প্ৰায় 1 : 1 আছিল --- 🔹 নিউ ট্ৰেডাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ কথা 👉 যিসকলৰ Capital কম, তেওঁলোকে Sideways Market ত Trading নকৰিলে ভাল। 👉 Scalping ত ৰিস্ক বহুত বেছি থাকে। --- 🔹 ডাঙৰ Capital থকা ট্ৰেডাৰসকলৰ বাবে ✔️ সৰু Risk লৈ ✔️ কম Loss গ্ৰহণ কৰি ✔️ Controlled Scalping কৰিব পাৰে --- ✅ আমাৰ সকলো ট্ৰেড খুব Simple আৰু Logical Strategy ৰ ওপৰত লোৱা হয়। এইদৰে Discipline আৰু Risk Management ৰাখিলে Consistent Profit সম্ভৱ। ---

👆👆
👆👆

photo content