E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 724
مشترکین
-624 ساعت
-487 روز
-16930 روز
آرشیو پست ها
📊 আমাৰ ট্ৰেডিং মাইণ্ডছেট আৰু ৰিছ্ক ডিসক্লেইমাৰ
🔹 আমি যিবিলাক ট্ৰেড লওঁ
➡️ সেই সকলো ট্ৰেড আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
🔹 ট্ৰেড শ্বেয়াৰ কৰাৰ মূল উদ্দেশ্য
➡️ আমাৰ মাইণ্ডছেট, থিংকিং প্ৰচেছ আৰু
➡️ আমি কেনেকৈ মাৰ্কেট বুজোঁ — সেইটো আপোনালোকক দেখুওৱা।
🔹 আমি লোৱা ট্ৰেডসমূহ চাই
➡️ আপোনালোকে নিজে পে’ৰ ট্ৰেড (Paper Trade) কৰি
➡️ শিকিব আৰু অভ্যাস গঢ়িব পাৰে।
⚠️ ৰিছ্কৰ কথা মনত ৰাখিব
🔸 শ্বেয়াৰ মাৰ্কেট সদায়ে ৰিছ্কি।
🔸 ইনভেষ্টমেণ্ট কৰাৰ আগতে
➡️ নিজ নিজ ৰিছ্ক কেপাচিটি ভালদৰে বুজি লওক।
🔸 ৰিছ্ক নল’লে
➡️ শ্বেয়াৰ মাৰ্কেটত ভাল ৰিটাৰ্ণ আশা কৰিব নোৱাৰি।
❌ গেৰান্টিৰ সত্যতা
🚫 শ্বেয়াৰ মাৰ্কেটত
➡️ কোনো ধৰণৰ পজিটিভ ৰিটাৰ্ণৰ গেৰান্টি নাথাকে।
🚫 য’ত আপোনালোকক
➡️ “গেৰান্টি ৰিটাৰ্ণ”
➡️ “সহজে ধনী হোৱা”
➡️ “সোনকালে টকা ডাবল”
এইবোৰ কোৱা হয় —
⚠️ সেইধৰণৰ জাগাৰ পৰা
➡️ সদায় সাৱধান থাকিব
➡️ আৰু সজাগ হৈ থাকিব।
👉 যদি আপুনি Crypto Trading কৰিব বিচাৰে,
👉 কম টকাতেই আৰম্ভ কৰিব পাৰিব
🔹 Government Registered Platform
সেয়ে সম্পূৰ্ণ সুৰক্ষিত।
🔹 UPI Deposit সুবিধা
🔹 Minimum Deposit মাত্ৰ ₹100
মাত্ৰ ১০০ টকাৰ পৰাই ট্ৰেডিং আৰম্ভ কৰিব পাৰিব।
🎁 আমাৰ লিংকৰ পৰা Register কৰিলে বিশেষ সুবিধা
➡️ ট্ৰেডিং ফীজ / ব্ৰোকেৰেজত
➡️ ২০% Discount লাভ কৰিব।
⏰ 24 × 7 Market Open
যিসকলে দিনত ট্ৰেডিং কৰিব নোৱাৰে,
তেওঁলোকৰ বাবে Crypto একেবাৰে উপযুক্ত।
💰 কম Capital থাকিলেও ট্ৰেডিং সম্ভৱ
₹100, ₹300, ₹400 বা ₹500 টকাৰে
আপুনি ট্ৰেডিং আৰম্ভ কৰিব পাৰিব।
📲 Download কৰক
আৰু আপোনাৰ Account Open কৰি লওক-
🔁 Already Account আছে নে?
➡️ নতুন Email ID
➡️ নতুন নাম
➡️ নতুন Mobile Number
➡️ আৰু Aadhaar ব্যৱহাৰ কৰি
পুনৰ Account খুলিব পাৰিব।
🛡️ Government Registered হোৱাৰ বাবে
➡️ কোনো ধৰণৰ Problem নাহে
➡️ সম্পূৰ্ণ Safe & Secure
📉 Crypto Derivatives (Futures) Trading
ইয়াত আমি Future ত ট্ৰেড কৰোঁ,
সেয়ে Crypto Tax ও নালাগে।
👥 Crypto Group ত
➡️ তলত দিয়া লিংকৰ পৰা Join কৰিব পাৰে
⚠️ কিন্তু তাৰ আগতে
আপোনাৰ Account Open কৰা বাধ্যতামূলক।
🔹 নমস্কাৰ সকলোকে
আপোনালোকে দেখিবলৈ পাইছে যে আজি মাৰ্কেটটো ছাইডৱেজ আছিল। তথাপি আমি এটা ট্ৰেড এক্সিকিউট কৰিছিলোঁ আৰু সেই ট্ৰেডটো সফল হৈছিল।
এতিয়া মই আপোনালোকক বুজাই দিম —
কিয় ট্ৰেডটো লৈছিলোঁ,
কি ৰিজন আছিল আৰু
কেনেদৰে আমি প্ৰিমিয়ামটো চিলেক্ট কৰিছিলোঁ।
---
🔹 ছাইডৱেজ মাৰ্কেটত কি হয় ?
যেতিয়া মাৰ্কেট ছাইডৱেজ থাকে, তেতিয়া সাধাৰণতে Out Of The Money বা In The Money প্ৰিমিয়ামবোৰৰ মুভমেণ্ট খুব কম হয়।
➡️ ইয়াৰ ফলত প্ৰফিট হোৱাৰ চান্স কমি যায়
➡️ ৰিস্ক বাঢ়ি যায়
➡️ থিতা ডিকে দেখা যায়
থিতা ডিকে হ’লে কি হয় — মাৰ্কেট ওপৰলৈ গ’লেও প্ৰিমিয়াম বাঢ়ি নাযায়। অৰ্থাৎ আপুনি যি প্ৰাইচত ট্ৰেড লৈছে, সেই প্ৰাইচটো সঠিকভাৱে মুভ নকৰে।
---
🔹 ছাইডৱেজ মাৰ্কেটত কেনেকৈ ট্ৰেড ল’ব লাগে ?
ছাইডৱেজ মাৰ্কেটত ট্ৰেড ল’লে সদায় চেষ্টা কৰিব লাগে Deep In The Money প্ৰিমিয়াম ল’বলৈ।
➡️ ইয়াত প্ৰিমিয়ামৰ মুভমেণ্ট ভাল দেখা যায়
➡️ জেনুইন প্ৰফিট লোৱাৰ সম্ভাৱনা বাঢ়ে
---
🔹 ইণ্ডেক্স চাৰ্টত আমি কি দেখিলোঁ ?
ইণ্ডেক্স চাৰ্টত আমি এটা খুব শক্তিশালী Support Zone দেখা পাইছিলোঁ।
➡️ সেই Support Zone ত এটা সুন্দৰ Doji / Pin Bar Candle বনিছিল
➡️ তাৰ পিছত প্ৰিমিয়ামত এটা শক্তিশালী Buying Candle দেখা গৈছিল
আমি সেই Buying Candle ৰ High মার্ক কৰি Entry লৈছিলোঁ।
---
🔹 টাৰ্গেট আৰু ৰিস্ক মেনেজমেণ্ট
আমাৰ টাৰ্গেট ওপৰলৈ ৰাখিব পৰা আছিল, কিন্তু ৰিস্ক বাঢ়িব পাৰে বুলি আমি সৰু লাভ লৈ Scale Out কৰিছিলোঁ।
➡️ Stop Loss আছিল প্ৰায় 10-12 Points
➡️ Risk : Reward প্ৰায় 1 : 1 আছিল
---
🔹 নিউ ট্ৰেডাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ কথা
👉 যিসকলৰ Capital কম, তেওঁলোকে Sideways Market ত Trading নকৰিলে ভাল।
👉 Scalping ত ৰিস্ক বহুত বেছি থাকে।
---
🔹 ডাঙৰ Capital থকা ট্ৰেডাৰসকলৰ বাবে
✔️ সৰু Risk লৈ
✔️ কম Loss গ্ৰহণ কৰি
✔️ Controlled Scalping কৰিব পাৰে
---
✅ আমাৰ সকলো ট্ৰেড খুব Simple আৰু Logical Strategy ৰ ওপৰত লোৱা হয়।
এইদৰে Discipline আৰু Risk Management ৰাখিলে Consistent Profit সম্ভৱ।
---
اکنون در دسترس! پژوهش تلگرام ۲۰۲۵ — مهمترین بینشهای سال 
