ru
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Открыть в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Больше
6 779
Подписчики
-524 часа
-427 дней
-13930 день
Архив постов
Again Our Special Setup
Again Our Special Setup

Our Special Setup Today Live Setup analysis
Our Special Setup Today Live Setup analysis

NIFTY
NIFTY

HAVE A GREAT DAY 🍀🍀

GOOD MORNING TRADERS

Голосовое сообщение01:11

⚠️ এটা কথা মনত ৰাখিব Indicatorয়ে মাত্ৰ আমাক direction বুজাত আৰু tradeটো confirm কৰাত সহায় কৰে। অকল indicator চাই trade লোৱা ঠিক নহয়। Indicator মানে একধৰণৰ support — final decision নহয়। যেতিয়া indicator লগত আন confirmation মিলি যায়, তেতিয়া trade লওঁতে confidence বাঢ়ে আৰু ঠিক entry point বুজি পোৱা যায়। 🧠 শেষত simple কথা মই আপোনালোকক মাত্ৰ এটা idea দিবলৈ চেষ্টা কৰিলোঁ — কোন indicator কিয় use কৰা হয়। এই indicatorবোৰে ডেইলি basisত বেছিভাগ trader এ use কৰে। এইবোৰ ঠিককৈ বুজি ল’লে trading আগৰ তুলনাত বহুত clear লাগিব 👍

⃣ Pivot Point (Intraday trader ৰ বাবে best) Pivot Point সাধাৰণতে intraday trading ত বহুত কাম লাগে। ইয়াত automatically suppor
⃣ Pivot Point (Intraday trader ৰ বাবে best) Pivot Point সাধাৰণতে intraday trading ত বহুত কাম লাগে। ইয়াত automatically support আৰু resistance level আহে: Pivot, R1, R2, S1, S2 ইত্যাদি। 👉 কেনেকৈ ব্যৱহাৰ কৰিব? • Price যদি Pivot ৰ ওপৰত থাকে → bullish mood • Price যদি Pivot ৰ তলত থাকে → bearish mood 👉 Entry idea: Pivot বা R/S level ত price reaction আহিলে trade চিন্তা কৰিব পাৰে। 👉 সহজকৈ বুজক: Pivot = Market ৰ daily roadmap 🗺️

⃣ RSI Market overbuy না oversell হৈছে নে, সেইটো বুজায়। 👉 70 ওপৰত → Overbought 👉 30 তলত → Oversold ➡️ Simple : RSI = Market
⃣ RSI Market overbuy না oversell হৈছে নে, সেইটো বুজায়। 👉 70 ওপৰত → Overbought 👉 30 তলত → Oversold ➡️ Simple : RSI = Market tired নে fresh

⃣ EMA (9 & 15) Trend বুজিবলৈ একদম সহজ indicator। 👉 9 EMA > 15 EMA → Uptrend 👉 9 EMA < 15 EMA → Downtrend 👉 Price
⃣ EMA (9 & 15) Trend বুজিবলৈ একদম সহজ indicator। 👉 9 EMA > 15 EMA → Uptrend 👉 9 EMA < 15 EMA → Downtrend 👉 Price যদি EMA touch কৰি bounce কৰে, entry chance হয়। ➡️ Simple : EMA = Trend direction + support/resistance

⃣ Fibonacci Trend থাকিলে Fibonacci বহুত useful হয়। 👉 Uptrend হলে: low পৰা high লৈ draw কৰক 👉 Downtrend হলে: high পৰা low লৈ
⃣ Fibonacci Trend থাকিলে Fibonacci বহুত useful হয়। 👉 Uptrend হলে: low পৰা high লৈ draw কৰক 👉 Downtrend হলে: high পৰা low লৈ draw কৰক 👉 Main level: 0.5 আৰু 0.618 এই zoneত price reaction পালে, trend continue হোৱাৰ chance থাকে। ➡️ Simple : Fibonacci = Retracement zone ধৰা

Hello Everyone 👋 আজি আমি কিছু basic indicator আলোচনা কৰিম, যিবোৰ আসলে tradingত কিয় ব্যৱহাৰ কৰা হয় আৰু কেনেকৈ সহজে use কৰিব পাৰি। Fibonacci / EMA / RSI / PIVOT POINT

Soo.... KAILE TENEHOLE বৰমুৰীয়া সকলৰ result দিব । 😀🙏🙏

Голосовое сообщение07:03

📊 Evening Star Pattern (Bearish Reversal) . Traders , আজি মই এটা important candlestick pattern explain কৰিম — Evening Star। Beginner হলে এইটো ভালকৈ বুজি লওক, কাৰণ এইটো market reversal চিনাক্ত কৰিবলে বহুত useful। 🔴 Evening Star কি হয়? Evening Star এটা bearish reversal pattern মানে → Uptrend শেষ হোৱাৰ সংকেত দিয়ে 📉 এইটো 3টা candleৰে বনে : 1️⃣ First Candle → Strong bullish (Green) 👉 Buyers controlত থাকে 2️⃣ Second Candle → Small body (Doji / small candle) 👉 Market confusion (buyers vs sellers equal) 3️⃣ Third Candle → Strong bearish (Red) 👉 Sellers control লৈ লয় ⏰ কেতিয়া এইটো valid হয়?👇👇 ✔️ Must be in Uptrend ✔️ Resistance zoneত হলে strongest signal ✔️ Third candle first candleৰ body ভিতৰত close কৰিলে best 🎯 Entry কেতিয়া লব?👇👇👇 👉 Third red candle close হোৱাৰ পাছত entry লব 👉 Aggressive হলে breakdownৰ লগে লগে entry 📍 Stop Loss → Second candle (star) ৰ high ওপৰত 📍 Target → Previous support level বা risk-reward 1:2 maintain কৰক ❌ কেতিয়া trade নকৰিব? 🚫 Sideways marketত ignore কৰক 🚫 Volume low হলে entry avoid কৰক 🚫 Strong supportৰ ওপৰত থাকিলে trade risky 🚫 News timeত blindly trade নকৰিব 📊 Extra Confirmation (Important) Only candlestickৰ ওপৰত depend নকৰিব👇 ✔️ Volume increase (red candleত) ✔️ RSI overbought (70+) ✔️ Resistance zone ✔️ Trendline breakdown ✔️ Moving Average rejection ⚡ Scalpingত কেনেকৈ use কৰিব ? ⏱️ Timeframe → / 5min 👉 Quick confirmation লাগিব 👉 Small SL use কৰক 👉 Fast exit strategy ৰাখক Example: Evening Star + resistance + volume spike = High probability trade 💪 এইটো কিমান powerful? 👉 Alone use কৰিলে 60-65% accuracy 👉 Confirmation লগালে 75-85% possible 🧠 Final Tip Marketত patience ই best weapon। Every Evening Star trade নকৰিব — only high quality setup লব । যদি এইটো useful লাগে, save কৰি ৰাখক আৰু practice কৰক 🔥

photo content

GOOD EVENING TRADERS

📊 Hello Traders… আজিৰ মাৰ্কেট Closed আছে। সাধাৰণতে আমি ভাবো—যিদিনা মাৰ্কেট Open থাকে, সেইদিনাই ট্ৰেডাৰৰ কাম বেছি থাকে। 👉 Market Analysis 👉 Trade Plan 👉 Execution 👉 Target Achieve হ’লে Wait কৰা 👉 Mindset Control 👉 Loss/Profit Handle কৰা 👉 Trade Management Right? ✅ কিন্তু সত্যটো কি জানেনে… 👉 Market Closed দিনবোৰত এজন Beginner বা Profitable Trader ৰো যথেষ্ট কাম থাকে। 📌 মই কি কৰোঁ (My Experience): মই ডাঙৰ মানুহ নহয় যে সকলোকে গাইড কৰিম… কিন্তু মোৰ experience আপোনালোকৰ লগত share কৰিব পাৰোঁ। 👉 বন্ধৰ দিনত মই প্ৰথমে এইটো কৰোঁঃ ✔️ আগৰ দিনবোৰত কৰা Mistake analyze কৰোঁ ✔️ যি কৰিব ভাবিছিলোঁ কিন্তু কৰা নহ’ল—সেইবোৰ note কৰোঁ ✔️ Over Trading, Revenge Trading, Greed—এইবোৰ চিনাক্ত কৰোঁ 📉 Common Problems: ❌ Over Trading ❌ Loss হোৱাৰ পিছত revenge লোৱা ❌ Profit আহিলেও Greed কৰি Loss কৰা ❌ Strategy follow নকৰা 👉 এইবোৰ লিখি ৰাখক (Make a list) তেতিয়া আপোনাৰ ভুলবোৰ স্পষ্ট দেখা যাব। 📊 Important কথা এটা: প্ৰতিটো Trade SL hit হ’লে মানে এইটো আপোনাৰ ভুল নহ’ব পাৰে। 👉 কেতিয়াবা Market নিজেও SL লৈ যায়। কিন্তু— ❌ Random entry ল’লে ❌ Logic নাথাকিলে 👉 সেইটো নিশ্চিত আপোনাৰ ভুল ❗ 🎯 Real Learning কি? মই আপোনালোকক Level, Setup share কৰোঁ— 👉 Educational purpose ৰ বাবে 👉 যাতে আপুনি Logic বুজিব পাৰে কিন্তু আটাইতকৈ জৰুৰী হৈছে👇 ✔️ Discipline ✔️ Mindset ✔️ Risk Management ✔️ Risk-Reward Ratio 👉 এইবোৰ নুবুজিলে— Strategy থাকিলেও কোনো লাভ নাই। ⏳ Reality Check: যিসকলে শিকিবলৈ আহিছে—Welcome 🙌 কিন্তু 2-5 দিনতে আপুনি একো শিকিব নোৱাৰিব। 👉 Trading এটা Long-Term Game 👉 Patience লাগে 👉 Consistency লাগে আমি চেষ্টা কৰোঁ— ✔️ Weekend ত কিছু শিকোৱা ✔️ Weekdays ত Voice/Screenshot দিয়াৰ কিন্তু… 👉 আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। 🔥 শেষত: 👉 Success ৰ কোনো Shortcut নাই 👉 Discipline + Patience = Growth

GOOD MORNING TRADERW