E-Learn ( STOCK MARKET KNOWLEDGE )
Ir al canal en Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Mostrar más6 779
Suscriptores
-524 horas
-427 días
-13930 días
Archivo de publicaciones
⚠️ এটা কথা মনত ৰাখিব
Indicatorয়ে মাত্ৰ আমাক direction বুজাত আৰু tradeটো confirm কৰাত সহায় কৰে।
অকল indicator চাই trade লোৱা ঠিক নহয়।
Indicator মানে একধৰণৰ support — final decision নহয়।
যেতিয়া indicator লগত আন confirmation মিলি যায়, তেতিয়া trade লওঁতে confidence বাঢ়ে আৰু ঠিক entry point বুজি পোৱা যায়।
🧠 শেষত simple কথা
মই আপোনালোকক মাত্ৰ এটা idea দিবলৈ চেষ্টা কৰিলোঁ — কোন indicator কিয় use কৰা হয়।
এই indicatorবোৰে ডেইলি basisত বেছিভাগ trader এ use কৰে।
এইবোৰ ঠিককৈ বুজি ল’লে trading আগৰ তুলনাত বহুত clear লাগিব 👍
⃣ Pivot Point (Intraday trader ৰ বাবে best)
Pivot Point সাধাৰণতে intraday trading ত বহুত কাম লাগে।
ইয়াত automatically support আৰু resistance level আহে:
Pivot, R1, R2, S1, S2 ইত্যাদি।
👉 কেনেকৈ ব্যৱহাৰ কৰিব?
• Price যদি Pivot ৰ ওপৰত থাকে → bullish mood
• Price যদি Pivot ৰ তলত থাকে → bearish mood
👉 Entry idea:
Pivot বা R/S level ত price reaction আহিলে trade চিন্তা কৰিব পাৰে।
👉 সহজকৈ বুজক:
Pivot = Market ৰ daily roadmap 🗺️
⃣ RSI
Market overbuy না oversell হৈছে নে, সেইটো বুজায়।
👉 70 ওপৰত → Overbought
👉 30 তলত → Oversold
➡️ Simple :
RSI = Market tired নে fresh
⃣ EMA (9 & 15)
Trend বুজিবলৈ একদম সহজ indicator।
👉 9 EMA > 15 EMA → Uptrend
👉 9 EMA < 15 EMA → Downtrend
👉 Price যদি EMA touch কৰি bounce কৰে, entry chance হয়।
➡️ Simple :
EMA = Trend direction + support/resistance
⃣ Fibonacci
Trend থাকিলে Fibonacci বহুত useful হয়।
👉 Uptrend হলে: low পৰা high লৈ draw কৰক
👉 Downtrend হলে: high পৰা low লৈ draw কৰক
👉 Main level: 0.5 আৰু 0.618
এই zoneত price reaction পালে, trend continue হোৱাৰ chance থাকে।
➡️ Simple :
Fibonacci = Retracement zone ধৰা
Hello Everyone 👋
আজি আমি কিছু basic indicator আলোচনা কৰিম, যিবোৰ আসলে tradingত কিয় ব্যৱহাৰ কৰা হয় আৰু কেনেকৈ সহজে use কৰিব পাৰি।
Fibonacci / EMA / RSI / PIVOT POINT
📊 Evening Star Pattern (Bearish Reversal)
.
Traders , আজি মই এটা important candlestick pattern explain কৰিম —
Evening Star।
Beginner হলে এইটো ভালকৈ বুজি লওক, কাৰণ এইটো market reversal চিনাক্ত কৰিবলে বহুত useful।
🔴 Evening Star কি হয়?
Evening Star এটা bearish reversal pattern
মানে → Uptrend শেষ হোৱাৰ সংকেত দিয়ে 📉
এইটো 3টা candleৰে বনে :
1️⃣ First Candle → Strong bullish (Green)
👉 Buyers controlত থাকে
2️⃣ Second Candle → Small body (Doji / small candle)
👉 Market confusion (buyers vs sellers equal)
3️⃣ Third Candle → Strong bearish (Red)
👉 Sellers control লৈ লয়
⏰ কেতিয়া এইটো valid হয়?👇👇
✔️ Must be in Uptrend
✔️ Resistance zoneত হলে strongest signal
✔️ Third candle first candleৰ body ভিতৰত close কৰিলে best
🎯 Entry কেতিয়া লব?👇👇👇
👉 Third red candle close হোৱাৰ পাছত entry লব
👉 Aggressive হলে breakdownৰ লগে লগে entry
📍 Stop Loss
→ Second candle (star) ৰ high ওপৰত
📍 Target
→ Previous support level বা risk-reward 1:2 maintain কৰক
❌ কেতিয়া trade নকৰিব?
🚫 Sideways marketত ignore কৰক
🚫 Volume low হলে entry avoid কৰক
🚫 Strong supportৰ ওপৰত থাকিলে trade risky
🚫 News timeত blindly trade নকৰিব
📊 Extra Confirmation (Important)
Only candlestickৰ ওপৰত depend নকৰিব👇
✔️ Volume increase (red candleত)
✔️ RSI overbought (70+)
✔️ Resistance zone
✔️ Trendline breakdown
✔️ Moving Average rejection
⚡ Scalpingত কেনেকৈ use কৰিব ?
⏱️ Timeframe → / 5min
👉 Quick confirmation লাগিব
👉 Small SL use কৰক
👉 Fast exit strategy ৰাখক
Example:
Evening Star + resistance + volume spike = High probability trade
💪 এইটো কিমান powerful?
👉 Alone use কৰিলে 60-65% accuracy
👉 Confirmation লগালে 75-85% possible
🧠 Final Tip
Marketত patience ই best weapon।
Every Evening Star trade নকৰিব —
only high quality setup লব ।
যদি এইটো useful লাগে, save কৰি ৰাখক আৰু practice কৰক 🔥
📊 Hello Traders…
আজিৰ মাৰ্কেট Closed আছে।
সাধাৰণতে আমি ভাবো—যিদিনা মাৰ্কেট Open থাকে, সেইদিনাই ট্ৰেডাৰৰ কাম বেছি থাকে।
👉 Market Analysis
👉 Trade Plan
👉 Execution
👉 Target Achieve হ’লে Wait কৰা
👉 Mindset Control
👉 Loss/Profit Handle কৰা
👉 Trade Management
Right? ✅
কিন্তু সত্যটো কি জানেনে…
👉 Market Closed দিনবোৰত এজন Beginner বা Profitable Trader ৰো যথেষ্ট কাম থাকে।
📌 মই কি কৰোঁ (My Experience):
মই ডাঙৰ মানুহ নহয় যে সকলোকে গাইড কৰিম…
কিন্তু মোৰ experience আপোনালোকৰ লগত share কৰিব পাৰোঁ।
👉 বন্ধৰ দিনত মই প্ৰথমে এইটো কৰোঁঃ
✔️ আগৰ দিনবোৰত কৰা Mistake analyze কৰোঁ
✔️ যি কৰিব ভাবিছিলোঁ কিন্তু কৰা নহ’ল—সেইবোৰ note কৰোঁ
✔️ Over Trading, Revenge Trading, Greed—এইবোৰ চিনাক্ত কৰোঁ
📉 Common Problems:
❌ Over Trading
❌ Loss হোৱাৰ পিছত revenge লোৱা
❌ Profit আহিলেও Greed কৰি Loss কৰা
❌ Strategy follow নকৰা
👉 এইবোৰ লিখি ৰাখক (Make a list)
তেতিয়া আপোনাৰ ভুলবোৰ স্পষ্ট দেখা যাব।
📊 Important কথা এটা:
প্ৰতিটো Trade SL hit হ’লে মানে এইটো আপোনাৰ ভুল নহ’ব পাৰে।
👉 কেতিয়াবা Market নিজেও SL লৈ যায়।
কিন্তু—
❌ Random entry ল’লে
❌ Logic নাথাকিলে
👉 সেইটো নিশ্চিত আপোনাৰ ভুল ❗
🎯 Real Learning কি?
মই আপোনালোকক Level, Setup share কৰোঁ—
👉 Educational purpose ৰ বাবে
👉 যাতে আপুনি Logic বুজিব পাৰে
কিন্তু আটাইতকৈ জৰুৰী হৈছে👇
✔️ Discipline
✔️ Mindset
✔️ Risk Management
✔️ Risk-Reward Ratio
👉 এইবোৰ নুবুজিলে—
Strategy থাকিলেও কোনো লাভ নাই।
⏳ Reality Check:
যিসকলে শিকিবলৈ আহিছে—Welcome 🙌
কিন্তু 2-5 দিনতে আপুনি একো শিকিব নোৱাৰিব।
👉 Trading এটা Long-Term Game
👉 Patience লাগে
👉 Consistency লাগে
আমি চেষ্টা কৰোঁ—
✔️ Weekend ত কিছু শিকোৱা
✔️ Weekdays ত Voice/Screenshot দিয়াৰ
কিন্তু…
👉 আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব।
🔥 শেষত:
👉 Success ৰ কোনো Shortcut নাই
👉 Discipline + Patience = Growth
¡Ya disponible! Investigación de Telegram 2025 — los principales insights del año 
