E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 729
مشترکین
-1024 ساعت
-487 روز
-16930 روز
آرشیو پست ها
TOO MUCH RISKY
SENSEX 83900 PUT NEAR 105/106
BUYING AHIBO PARE
🚫 ONLY MY VIEW
━━━━━━━━━━━━━━━
📊 ট্ৰেডিং শিকিবলৈ ইচ্ছা আছে নে?
━━━━━━━━━━━━━━━
ট্ৰেডিং কেৱল বাই–চেল নহয়।
যিমান বেছি মাৰ্কেট চাব শিকিব,
যিমান বেছি এনালাইচিছ কৰিব শিকিব,
সিমানেই আপোনাৰ বাবে ট্ৰেডিংটো সহজ হৈ পৰিব।
আমি মাৰ্কেট কেনেকৈ চাওঁ?
♻️ কোনটো Distribution বা Structure চাই সিদ্ধান্ত লওঁ?
♻️ কেনেকৈ এটা Trade Plan কৰোঁ?
Entry, SL, Target কেনেকৈ ফাইনেল কৰোঁ?
♻️ এই গোটেই বিষয়বোৰ আমি ক্লাছত একদম সহজ আৰু ধুনীয়াকৈ বুজাই দিম।
━━━━━━━━━━━━━━━
📍 আমাৰ ক্লাছত কি কি থাকিব?
━━━━━━━━━━━━━━━
▸ আমি কেতিয়া ট্ৰেড লওঁ
▸ কোনটো ট্ৰেড লওঁ
▸ কিমানত Entry লওঁ
▸ কিহৰ Logic ত লওঁ
▸ Daily Update গ্ৰুপত শ্বেয়াৰ কৰা হ'ব
▸ আপুনি নিজে Practice কৰি শিকিব পাৰিব
যিসকলে সঁচাকৈ ট্ৰেডিং শিকিম বুলি ভাবিছে —
এই ক্লাছ তেওঁলোকৰ বাবেই।
━━━━━━━━━━━━━━━
💰 ক্লাছ ডিটেইলছ
━━━━━━━━━━━━━━━
▪️ ফীঃ মাত্ৰ ₹3000
▪️ সময়ঃ ৰাতি 9টা – 10টা
▪️ Daily নহয় (এদিন বাদ দি এদিন / 2 দিন বাদ দি এদিন)
▪️ Gap থকাৰ কাৰণে আপুনি নিজ কামো কৰিব পাৰিব
♐ ৰাতিয়ে ক্লাছ কৰাৰ কাৰণ —
দিনত বহুতো মানুহ ব্যস্ত থাকে, আমিও ব্যস্ত থাকোঁ।
যদি কোনোবাই Live Attend কৰিব নোৱাৰে —
🔹 Full Recording দিয়া হ'ব
🔹 পিছত যিকোনো সময়ত চাই পাৰিব
━━━━━━━━━━━━━━━
⚠️ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়
━━━━━━━━━━━━━━━
ট্ৰেডিঙত সৰ্বাধিক Important Part হৈছে —
▪️ Risk Management
▪️ Fund Management
▪️ Risk Reward Ratio
এইবোৰ নুবুজিলে —
মাৰ্কেটত বাৰম্বাৰ লছ খাব লাগিব।
ভুল কৰি শিকিব পাৰি,
কিন্তু সঠিক পথ নাপালে বহুত সময় নষ্ট হয়।
🎬 যিজনে ইতিমধ্যে সেই স্তৰ পাৰ কৰিছে,
তেওঁৰ পৰা শিকিলে আপুনি আগবাঢ়িব পাৰে।
━━━━━━━━━━━━━━━
📌 Disclaimer
━━━━━━━━━━━━━━━
অনেকেই সুধে —
“কোৰ্চ কৰিলে কিমান Profit পাম?”
“আপোনালোক কিমান Income কৰি আছে?”
স্পষ্টকৈ কৈ দিছোঁ —
▪️ আমি কোনো Profit Amount disclose নকৰোঁ
▪️ কোনো Profit/Loss ৰ Guarantee নিদিওঁ
▪️ এইটো Only for Educational Purpose
আমি লেভেল শ্বেয়াৰ কৰোঁ,
লজিক শ্বেয়াৰ কৰোঁ,
System শিকাওঁ।
✅🤑🤑🤑 কিন্তু —
“আমাৰ লগত আহক, লাখ লাখ টকা উপাৰ্জন কৰক”
এনে কথা আমি কেতিয়াও নকওঁ।
ট্ৰেডিং লোভ বা সপোন দেখি শিকিবলগীয়া বিষয় নহয়। 🚫
এইটো ধৈৰ্য, অনুশাসন আৰু নিয়ম মানি কৰিবলগীয়া কাম।🙏
━━━━━━━━━━━━━━━
📲 আগ্ৰহী নেকি?
━━━━━━━━━━━━━━━
যদি আপুনি সঁচাকৈ শিকিম বুলি ভাবিছে —
এই ID ত নিজৰ
Id : @pritom93
▪️ নাম
▪️ মোবাইল নম্বৰ
Send কৰি দিব।
⚡ আৰু তিনি দিনৰ পিছতেই ক্লাছ আৰম্ভ হ'ব
শান্তভাৱে শিকো, নিয়মেৰে আগবাঢ়ো। 🚀
🚀 আজিৰ Trade Explanation (Sensex 84,200 Put)
🔹 আজি আমি Sensex 84,200 CE/CALL লৈছিলোঁ।
🔹 মই আগতেই আপোনালোকক কৈছিলোঁ যে 265ৰ ওচৰে-পাজৰে আমাৰ Buying আহিব পাৰে।
🔹 ইয়াত আমাৰ Stoploss আছিল প্ৰায় 24 পইণ্ট।
🔹 আৰু Target আছিল 32+ পইণ্টৰ ওপৰত।
📸 যিখন Screenshot শ্বেয়াৰ কৰা হৈছিল তাত আপোনালোকে দেখিছে —
265ৰ পৰা মাৰ্কেটে 300 ক্ৰছ কৰি গৈছিল।
আমাৰ Stoploss আছিল প্ৰায় 230ৰ ওচৰে-পাজৰে।
📊 এতিয়া আহোঁ Logicলৈ —
🔸 Previous candleটো যদি লক্ষ্য কৰে, মাৰ্কেটে এটা Strong Support সৃষ্টি কৰিছিল।
🔸 তাৰ পিছত Upside move হৈছিল।
🔸 তাৰ পিছত Continuous Red candle (Selling pressure) আহিছিল।
🔎 এতিয়া মন কৰক এটা গুৰুত্বপূৰ্ণ কথা —
➡️ যেতিয়া Strong Buying বা Strong Sellingৰ পিছত মাৰ্কেট Support বা Resistanceত গৈ Consolidation কৰে
➡️ আৰু Trend continue কৰিব নোৱাৰে
➡️ তাত যদি Pin Bar বা Doji টাইপ candle formation হয়
📌 তেন্তে Maximum time Probability থাকে যে মাৰ্কেটে সেই ঠাইৰ পৰা Reverse লয়।
🎯 Entry কেনেকৈ ল'ব?
🔹 যি Pin Bar বা Doji বনিব
🔹 তাৰ Body closingত Entry ল'ব পাৰি
🔹 Stoploss দিব সেই candleটোৰ তলত বা Liquidation priceৰ তলত
🔹 Target থাকিব Previous High বা Resistance areaত
📐 এতিয়া Risk-Reward চাওঁ —
🔸 Stoploss আছিল প্ৰায় 24-25 পইণ্ট
🔸 Target আছিল প্ৰায় 35-36 পইণ্ট
অৰ্থাৎ —
✅ Risk কম
✅ Reward বেছি
✅ প্রায় 1:1.5 Risk-Reward Ratio
এইটো এটা Healthy setup।
💼 যিহেতু আমাৰ Logic ঠিক আছিল
💼 Setup বনিছিল
💼 Risk-Reward Ratioো ঠিক আছিল
গতিকে আমি Tradeটো Enter কৰিলোঁ
আৰু Target hit হোৱাত Profit book কৰিলোঁ।
📘 এইটোয়ে Tradingৰ System —
Emotion নহয়, Logic + Setup + Risk Management।
মই সৰুকৈ বুজাই দিলোঁ, আশা কৰোঁ আপোনালোকে স্পষ্টকৈ বুজি পাইছে। 💙
اکنون در دسترس! پژوهش تلگرام ۲۰۲۵ — مهمترین بینشهای سال 
