ar
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

الذهاب إلى القناة على Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

إظهار المزيد
6 729
المشتركون
-1024 ساعات
-487 أيام
-16930 أيام
أرشيف المشاركات
130

129

127

125

122

120

118

115

110

108

106

TOO MUCH RISKY SENSEX 83900 PUT NEAR 105/106 BUYING AHIBO PARE 🚫 ONLY MY VIEW

PUT R PREMIUM DECAY HOISE BUT CALL R PREMIUM JEGATE ASE

Sensex expiry today✅🔆

GOOD MORNING TRADERS

LAST 3 DAYS 🔆🔆

━━━━━━━━━━━━━━━ 📊 ট্ৰেডিং শিকিবলৈ ইচ্ছা আছে নে? ━━━━━━━━━━━━━━━ ট্ৰেডিং কেৱল বাই–চেল নহয়। যিমান বেছি মাৰ্কেট চাব শিকিব, যিমান বেছি এনালাইচিছ কৰিব শিকিব, সিমানেই আপোনাৰ বাবে ট্ৰেডিংটো সহজ হৈ পৰিব। আমি মাৰ্কেট কেনেকৈ চাওঁ? ♻️ কোনটো Distribution বা Structure চাই সিদ্ধান্ত লওঁ? ♻️ কেনেকৈ এটা Trade Plan কৰোঁ? Entry, SL, Target কেনেকৈ ফাইনেল কৰোঁ? ♻️ এই গোটেই বিষয়বোৰ আমি ক্লাছত একদম সহজ আৰু ধুনীয়াকৈ বুজাই দিম। ━━━━━━━━━━━━━━━ 📍 আমাৰ ক্লাছত কি কি থাকিব? ━━━━━━━━━━━━━━━ ▸ আমি কেতিয়া ট্ৰেড লওঁ ▸ কোনটো ট্ৰেড লওঁ ▸ কিমানত Entry লওঁ ▸ কিহৰ Logic ত লওঁ ▸ Daily Update গ্ৰুপত শ্বেয়াৰ কৰা হ'ব ▸ আপুনি নিজে Practice কৰি শিকিব পাৰিব যিসকলে সঁচাকৈ ট্ৰেডিং শিকিম বুলি ভাবিছে — এই ক্লাছ তেওঁলোকৰ বাবেই। ━━━━━━━━━━━━━━━ 💰 ক্লাছ ডিটেইলছ ━━━━━━━━━━━━━━━ ▪️ ফীঃ মাত্ৰ ₹3000 ▪️ সময়ঃ ৰাতি 9টা – 10টা ▪️ Daily নহয় (এদিন বাদ দি এদিন / 2 দিন বাদ দি এদিন) ▪️ Gap থকাৰ কাৰণে আপুনি নিজ কামো কৰিব পাৰিব ♐ ৰাতিয়ে ক্লাছ কৰাৰ কাৰণ — দিনত বহুতো মানুহ ব্যস্ত থাকে, আমিও ব্যস্ত থাকোঁ। যদি কোনোবাই Live Attend কৰিব নোৱাৰে — 🔹 Full Recording দিয়া হ'ব 🔹 পিছত যিকোনো সময়ত চাই পাৰিব ━━━━━━━━━━━━━━━ ⚠️ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় ━━━━━━━━━━━━━━━ ট্ৰেডিঙত সৰ্বাধিক Important Part হৈছে — ▪️ Risk Management ▪️ Fund Management ▪️ Risk Reward Ratio এইবোৰ নুবুজিলে — মাৰ্কেটত বাৰম্বাৰ লছ খাব লাগিব। ভুল কৰি শিকিব পাৰি, কিন্তু সঠিক পথ নাপালে বহুত সময় নষ্ট হয়। 🎬 যিজনে ইতিমধ্যে সেই স্তৰ পাৰ কৰিছে, তেওঁৰ পৰা শিকিলে আপুনি আগবাঢ়িব পাৰে। ━━━━━━━━━━━━━━━ 📌 Disclaimer ━━━━━━━━━━━━━━━ অনেকেই সুধে — “কোৰ্চ কৰিলে কিমান Profit পাম?” “আপোনালোক কিমান Income কৰি আছে?” স্পষ্টকৈ কৈ দিছোঁ — ▪️ আমি কোনো Profit Amount disclose নকৰোঁ ▪️ কোনো Profit/Loss ৰ Guarantee নিদিওঁ ▪️ এইটো Only for Educational Purpose আমি লেভেল শ্বেয়াৰ কৰোঁ, লজিক শ্বেয়াৰ কৰোঁ, System শিকাওঁ। ✅🤑🤑🤑 কিন্তু — “আমাৰ লগত আহক, লাখ লাখ টকা উপাৰ্জন কৰক” এনে কথা আমি কেতিয়াও নকওঁ। ট্ৰেডিং লোভ বা সপোন দেখি শিকিবলগীয়া বিষয় নহয়। 🚫 এইটো ধৈৰ্য, অনুশাসন আৰু নিয়ম মানি কৰিবলগীয়া কাম।🙏 ━━━━━━━━━━━━━━━ 📲 আগ্ৰহী নেকি? ━━━━━━━━━━━━━━━ যদি আপুনি সঁচাকৈ শিকিম বুলি ভাবিছে — এই ID ত নিজৰ Id : @pritom93 ▪️ নাম ▪️ মোবাইল নম্বৰ Send কৰি দিব। ⚡ আৰু তিনি দিনৰ পিছতেই ক্লাছ আৰম্ভ হ'ব শান্তভাৱে শিকো, নিয়মেৰে আগবাঢ়ো। 🚀

🚀 আজিৰ Trade Explanation (Sensex 84,200 Put) 🔹 আজি আমি Sensex 84,200 CE/CALL লৈছিলোঁ। 🔹 মই আগতেই আপোনালোকক কৈছিলোঁ যে 265ৰ ওচৰে-পাজৰে আমাৰ Buying আহিব পাৰে। 🔹 ইয়াত আমাৰ Stoploss আছিল প্ৰায় 24 পইণ্ট। 🔹 আৰু Target আছিল 32+ পইণ্টৰ ওপৰত। 📸 যিখন Screenshot শ্বেয়াৰ কৰা হৈছিল তাত আপোনালোকে দেখিছে — 265ৰ পৰা মাৰ্কেটে 300 ক্ৰছ কৰি গৈছিল। আমাৰ Stoploss আছিল প্ৰায় 230ৰ ওচৰে-পাজৰে। 📊 এতিয়া আহোঁ Logicলৈ — 🔸 Previous candleটো যদি লক্ষ্য কৰে, মাৰ্কেটে এটা Strong Support সৃষ্টি কৰিছিল। 🔸 তাৰ পিছত Upside move হৈছিল। 🔸 তাৰ পিছত Continuous Red candle (Selling pressure) আহিছিল। 🔎 এতিয়া মন কৰক এটা গুৰুত্বপূৰ্ণ কথা — ➡️ যেতিয়া Strong Buying বা Strong Sellingৰ পিছত মাৰ্কেট Support বা Resistanceত গৈ Consolidation কৰে ➡️ আৰু Trend continue কৰিব নোৱাৰে ➡️ তাত যদি Pin Bar বা Doji টাইপ candle formation হয় 📌 তেন্তে Maximum time Probability থাকে যে মাৰ্কেটে সেই ঠাইৰ পৰা Reverse লয়। 🎯 Entry কেনেকৈ ল'ব? 🔹 যি Pin Bar বা Doji বনিব 🔹 তাৰ Body closingত Entry ল'ব পাৰি 🔹 Stoploss দিব সেই candleটোৰ তলত বা Liquidation priceৰ তলত 🔹 Target থাকিব Previous High বা Resistance areaত 📐 এতিয়া Risk-Reward চাওঁ — 🔸 Stoploss আছিল প্ৰায় 24-25 পইণ্ট 🔸 Target আছিল প্ৰায় 35-36 পইণ্ট অৰ্থাৎ — ✅ Risk কম ✅ Reward বেছি ✅ প্রায় 1:1.5 Risk-Reward Ratio এইটো এটা Healthy setup। 💼 যিহেতু আমাৰ Logic ঠিক আছিল 💼 Setup বনিছিল 💼 Risk-Reward Ratioো ঠিক আছিল গতিকে আমি Tradeটো Enter কৰিলোঁ আৰু Target hit হোৱাত Profit book কৰিলোঁ। 📘 এইটোয়ে Tradingৰ System — Emotion নহয়, Logic + Setup + Risk Management। মই সৰুকৈ বুজাই দিলোঁ, আশা কৰোঁ আপোনালোকে স্পষ্টকৈ বুজি পাইছে। 💙

265 to 300 ++
265 to 300 ++

🤑🤑🤑🤑