E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 301
مشترکین
اطلاعاتی وجود ندارد24 ساعت
-217 روز
-11330 روز
آرشیو پست ها
24400 PUT WATCH.. NEAR 69
PIN POINT T ASE..
📌 HATOT MOBILE TU HE ASE.. ALREADY KOISU JE MEDICAL T ASU. SAI LOBO
Hello Traders,
📌 ৰাতিপুৱা 10:09 AM-অত মই আপোনালোকক "Nifty Levels" বুলি এটা chart screenshot শ্বেয়াৰ কৰিছিলোঁ। তাত স্পষ্টকৈ কেইটামান Nifty levels mark কৰা আছিল:
📌24,290 Level: য'ত বৰ্তমান সময়ত market-এ sustain কৰি আছিল।
📌24,226 Level: যিটো support level তলত draw কৰা আছিল।
✅ ইয়াৰ পিছত 10:27 AM-অত Nifty-এ 24,290 level টো break কৰি তললৈ ডাউন ট্রেণ্ড ল’লে। আৰু এতিয়া যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে, Nifty-এ ঠিক 24,226 level টো touch কৰি তাত liquidity sweep কৰিলে। ইয়াৰ লগে লগে এটা ধুনীয়া Bullish Engulfing pattern বনাই market খুব ধুনীয়াকৈ বুম হৈ ওপৰলৈ গুচি গ’ল।
📌Key Takeaways / কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট:
📌Pinpoint Entry & Precise Levels:
📌আপুনি যদি chart-অত স্পষ্টকৈ key levels find out কৰিব পাৰে, তেন্তে pinpoint entry লোৱাত বহুত বেছি সুবিধা হয়। Level mark কৰা আৰু তাত ধৈর্য্যৰে অপেক্ষা কৰাটো অত্যন্ত জৰুৰী। ইয়াৰ ফলত আপোনাৰ stop loss বহুত সৰু হ’ব আৰু target বহুত ডাঙৰ পাব।
📌Confluence & Strategy Implementation:
Level find out কৰাৰ পিছত আপোনাৰ যিমান market knowledge আছে—সেয়া Liquidity concept-য়েই হওক, Support/Resistance, Trendline, Chart patterns, Candlestick patterns বা Data analysis-য়েই হওক—গোটেইখিনি ইমপ্লিমেন্ট কৰিব লাগিব। সেই নির্দিষ্ট zone-অত এনেকুৱা high-probability setup বনিছে নে নাই, য’ত আপুনি risk ল’ব পাৰে, সেইটো confirm কৰিব লাগে।
✅ Today's Setup Analysis (At 24,226 Level):
First, market-এ তললৈ আহি Support zone-অত এটা ধুনীয়া Doji candle form কৰিলে।
✅ইয়াৰ পিছত market-এ লাহেকৈ move কৰি last red candle টোক Bullish Engulfing candle-এৰে সম্পূর্ণ engulf কৰিলে।
✅confirmation পোৱাৰ পিছতেই Market boom হৈ straight ওপৰলৈ গুচি গ’ল।
✅এই বস্তুবোৰ আমাৰ ক্লাছবোৰতো বিস্তাৰভাৱে শিকোৱা হয়—কেনেকৈ সঠিক Level find out কৰিব লাগে, pinpoint entry ৰ বাবে কি কি confluence চেক কৰিব লাগে আৰু trade setup কেনেকৈ validate কৰিব লাগে।
Happy Trading!
And eitu saok.. its call label.. or level ..
📌 BULLISH ENGULFING AND BOOM 💥
দাই ওচৰতে ACCIDENT HOL .
LIVE TU CLOSE KORILU DEI. JI HKLE JOIN KORIBO PORA NAI CLOSE ASE.
JODI ALL GOOD THAKE AHI CONTINUE KORIM
Good evening all...
Admission r pending payment jar jar ase kori dibo details dia dore.
Ami humbare group t add korim 🙏🙏
Any queries message me @pritom93
19 dal candle same range .. full sideways 📌
Okl just oha news tur babe olp up sode goise ei just
এই বাতৰিয়ে Nifty-ত সাধাৰণতে Positive (Upward/Bullish) প্ৰভাৱ পেলাব পাৰে।
ইয়াৰ মূল কাৰণসমূহ হ'ল:
কোম্পানীসমূহৰ লাভ (Profit Margins): Wholesale Price Index (WPI) কমিল মানে উদ্যোগ বা কোম্পানীসমূহৰ কেঁচা মাল (raw materials) আৰু উৎপাদন খৰচ সামান্য হ্ৰাস পাব, যিয়ে কোম্পানীসমূহৰ Profitability বৃদ্ধি কৰাত সহায় কৰে।
সুদৰ হাৰ (Interest Rates): মুদ্ৰাস্ফীতি (Inflation) নিয়ন্ত্ৰণলৈ আহিলে RBI-ৰ ওপৰত সুদের হার বঢ়োৱাৰ চাপ কমে, যিটো শ্বেয়াৰ বজাৰৰ বাবে এক যোগাত্মক সংকেত।
মনত ৰাখিবলগীয়া কথা: WPI Inflation ৯.৮৭% ৰ পৰা ৯.৭৮% লৈ অতি সামান্যহে কমিছে (Marginal Decline)। সেয়েহে কেৱল এই এটা বাতৰিৰ বাবেই বজাৰত ডাঙৰ ৰেলী (Big Jump) নহ'বও পাৰে—বজাৰৰ মূল Trend টো Slightly Positive/Neutral থাকিব পাৰে। বজাৰৰ গতিৰ বাবে Global Cues আৰু Technical Chart Level-ও সমান গুৰুত্বপূৰ্ণ।
