E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 301
مشترکین
اطلاعاتی وجود ندارد24 ساعت
-217 روز
-11330 روز
آرشیو پست ها
এই বাতৰিয়ে Nifty-ত সাধাৰণতে Positive (Upward/Bullish) প্ৰভাৱ পেলাব পাৰে।
ইয়াৰ মূল কাৰণসমূহ হ'ল:
কোম্পানীসমূহৰ লাভ (Profit Margins): Wholesale Price Index (WPI) কমিল মানে উদ্যোগ বা কোম্পানীসমূহৰ কেঁচা মাল (raw materials) আৰু উৎপাদন খৰচ সামান্য হ্ৰাস পাব, যিয়ে কোম্পানীসমূহৰ Profitability বৃদ্ধি কৰাত সহায় কৰে।
সুদৰ হাৰ (Interest Rates): মুদ্ৰাস্ফীতি (Inflation) নিয়ন্ত্ৰণলৈ আহিলে RBI-ৰ ওপৰত সুদের হার বঢ়োৱাৰ চাপ কমে, যিটো শ্বেয়াৰ বজাৰৰ বাবে এক যোগাত্মক সংকেত।
মনত ৰাখিবলগীয়া কথা: WPI Inflation ৯.৮৭% ৰ পৰা ৯.৭৮% লৈ অতি সামান্যহে কমিছে (Marginal Decline)। সেয়েহে কেৱল এই এটা বাতৰিৰ বাবেই বজাৰত ডাঙৰ ৰেলী (Big Jump) নহ'বও পাৰে—বজাৰৰ মূল Trend টো Slightly Positive/Neutral থাকিব পাৰে। বজাৰৰ গতিৰ বাবে Global Cues আৰু Technical Chart Level-ও সমান গুৰুত্বপূৰ্ণ।
Too much risky analysis..
24350 put watch..
Move expected ..📌
But still support break kora nai.⛔
Momentum u oha nai market t okk ⛔
Cmp now 88/87
Lets see what happen ..
Bortoman market sideways ase.
24300 r uprt strong closing dilehe call side momentum ahibo pare .
Buying pressure komi ahi ase. Jodi lastt buyers e interest noloi gir jabo
✅ FIXED YOUR DAILY LOSS
✅ FIXED YOUR DAILY TARGET PROFIT
✅ DON'T OVERTRADE
✅ STAY WITH DISCIPLINE
✅ FOCUS ON LEARNING , NOT EARNING
✅ DON'T TRY TO FIGHT WITH MARKET
✅ ALWAYS FOLLOW YOUR SYSTEM
✅ FOLLOW YOUR RISK MANAGEMENT PROPERLY
✅ DON'T ENTER IN FOMO
✅ TRADE WITHOUT EMOTIONS
✅ IF LOSS, PLEASE ACCEPT AND CLOSE
✅ IF PROFIT , PLEASE CLOSE YOUR SYSTEM
👆 RULES OF SUCCESSFUL TRADER
📢 অসমৰ সমূহ ৰিটেইল ট্রেডাৰসকলৰ দৃষ্টিগোচৰৰ বাবে এটা জৰুৰী বাৰ্তা! 📢
আজি ১২ আগষ্ট, দেশৰ বহুসংখ্যক ৰিটেইল ট্রেডাৰে আজিৰ দিনটোত 'No Trading Day' পালন কৰি ট্রেডিং নকৰাৰ সিদ্ধান্ত লৈছে।
কিন্তু কিয়? ইয়াৰ মূল কাৰণ কি? 🤔
আমাৰ চৰকাৰে ৰিটেইল ট্রেডাৰসকলৰ বাবে অলপমানো সুবিধা কৰি দিয়া নাই। বৰঞ্চ প্ৰতিটো ক্ষেত্ৰতে চাৰ্জ আৰু টেক্স (STT, Stamp Duty, GST, Exchange Charges) ইমান বঢ়াই দিছে যে আজিৰ দিনত এজন ৰিটেইল ট্রেডাৰে উপাৰ্জন কৰাতকৈ চৰকাৰক টেক্স আৰু ফীজ দিওঁতেই বেছি পইচা শেষ হয়।
⚠️ মন কৰিবলগীয়া কথা:
হয়তো আপুনি এতিয়াও এই বিষয়টো গভীৰভাৱে অনুভৱ কৰা নাই! কিন্তু মনত ৰাখিব—আজি যদি আমি ইয়াৰ প্ৰতিবাদ নকৰোঁ, তেন্তে অহা দিনবোৰত এই ফীজ আৰু টেক্সবোৰ আৰু বেছি বঢ়াই দিয়া হ’ব।
💡 হিচাপটো অলপ ভালদৰে বুজি লওঁ আহক:
যেতিয়া আমি এটা ট্ৰেড লওঁ, ব্রকাৰে কিনোঁতে ২০ টকা আৰু বিকোঁতে ২০ টকা—মুঠ ৪০ টকা ব্রকৰেছ লয়।
কিন্তু ট্ৰেডটো কমপ্লিট হোৱাৰ পিছত কণ্ট্ৰেক্ট নোটত চাৰ্জ আৰু ফীজবোৰ চাইছেনে?
মাত্ৰ ১ টা লটত কাম কৰিলে চাৰ্জ প্ৰায় ৫০-৬০ টকা বা তাতকৈ বেছি হয়।
লট ছাইজ বঢ়াৰ লগে লগে এই চাৰ্জ ক্ৰমান্বয়ে বহুত বেছি হৈ যায়!
যদি আপুনি ডাঙৰ লটত ট্ৰেড কৰে, তেন্তে সেই ৪০ টকাৰ ব্রকৰেছটো একেবাৰে সাধাৰণ হৈ পৰে—তাৰ বিপৰীতে এক বহুত ডাঙৰ অংকৰ টেক্স আৰু চাৰ্জ আপোনাৰ পকেটৰ পৰা কাটি নিয়া হয়।
📌 আচল সত্যটো কি?
আমাৰ ২০+২০ = ৪০ টকাখিনহে ব্রকাৰৰ ওচৰলৈ যায়। বাকী সিংহভাগ টকাই চৰকাৰৰ ঘৰলৈ (টেক্স আৰু ফীজ হিচাপে) যায়! চৰকাৰে সময়ে সময়ে এই চাৰ্জসমূহ বঢ়াই গৈয়েই আছে।
🔥 আজিৰ প্ৰতিবাদৰ উদ্দেশ্য:
আজি ট্রেডাৰসকলে ট্রেডিং নকৰি চৰকাৰক কেৱল এইটোকে দেখুৱাব বিচাৰিছে যে ৰিটেইল ট্রেডাৰসকল অবিহনে শ্বেয়াৰ বজাৰ অচল! আমি যদি এদিনো ট্রেডিং নকৰোঁ, তেন্তে এদিনীয়া ব্ৰকৰেছ, STT আৰু চাৰ্জৰ পৰা চৰকাৰে লাখ-কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হ’ব।
⚖️ এতিয়া সিদ্ধান্ত আপোনাৰ:
আজিৰ দিনটোত আপুনি ট্রেডিং কৰি চৰকাৰক টেক্স দি থাকিব নে ট্রেডিং নকৰি ৰিটেইল ট্রেডাৰসকলৰ ঐক্যবদ্ধ একতাৰ অংশ হ’ব?
