~~S ÆÇÃDÊMY~~
Open in Telegram
~~✓S ÆÇÃDÊMY✓~~ This is education chenel Education Ctet GK General knowledge 2020 Quize Hindi current affairs Current affairs 2020 Assamese Current affairs Assamese GK Hindi GK English speaking English grammar অসমীয়া সাধাৰণ জ্ঞান
Show more999
Subscribers
No data24 hours
-47 days
-2130 days
Data loading in progress...
Similar Channels
No data
Any problems? Please refresh the page or contact our support manager.
Tags Cloud
No data
Any problems? Please refresh the page or contact our support manager.
Incoming and Outgoing Mentions
---
---
---
---
---
---
Attracting Subscribers
December '24
December '240
in 0 channels
November '24
+1
in 0 channels
Get PRO
October '240
in 0 channels
Get PRO
September '24
+3
in 0 channels
Get PRO
August '24
+1 049
in 0 channels
| Date | Subscriber Growth | Mentions | Channels | |
| 01 December | 0 |
Channel Posts
| 2 | No text... | 102 |
| 3 | No text... | 136 |
| 4 | No text... | 125 |
| 5 | No text... | 125 |
| 6 | No text... | 74 |
| 7 | No text... | 87 |
| 8 | No text... | 95 |
| 9 | No text... | 95 |
| 10 | Study with Pobitra pdf.pdf | 84 |
| 11 | No text... | 96 |
| 12 | *ৰুদ্ৰ সিংহ*
👉 আহোম নাম *চ্যুখ্ৰংফা*
👉 *মাতৃ জয়মতী* কুঁৱৰীৰ স্মৃতিত ৰংপুৰত *জয়সাগৰ পুখুৰী* খন্দাইছিল।
👉 *জয়দৌল নিৰ্মাণ* কৰিছিল।
👉 সাতমহলীয়া *কাৰেং ঘৰটো* তেওঁৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল।
👉 আহোম ৰাজ্যৰ ৰাজধানী *ৰংপুৰলৈ স্থানান্তৰিত* কৰিছিল।
👉 *খৰিকটীয়া* আৰু *মেটেকা* আলি নিৰ্মাণ কৰিছিল।
👉 *বিহুক* ৰাজকীয় পৃষ্ঠপোষকতা দিছিল।
👉 *বৈৰাগী নাম খেল* প্ৰণালী সৃষ্টি কৰিছিল।
👉 বাঁহ আৰু কাঠেৰে *ৰংঘৰ নিৰ্মাণ* কৰিছিল।
👉 ১৭০৩ চনত *নামদাং শিলৰ সাঁকো* নিৰ্মান কৰিছিল।
👉 ৰুদ্ৰ সিংহৰ *ৰাজসভাৰ কবি* আছিল *কবিৰাজ চক্ৰৱৰ্তী* ।
👉 কবিৰাজ চক্ৰৱৰ্তীয়ে *অভিজ্ঞান শকুন্তলম* আৰু *ব্ৰহ্মবৈবৰ্ত পুৰাণ* অনুবাদ কৰিছিল।
👉 কবিৰাজ চক্ৰৱৰ্তীয়ে *শংখচূড় বধ* কাব্য ৰচনা কৰিছিল। | 94 |
| 13 | No text... | 105 |
| 14 | No text... | 95 |
| 15 | No text... | 94 |
| 16 | *লক্ষ্মী সিংহ*
👉 লক্ষ্মী সিংহই আহোম সিংহাসনত আৰোহণ কৰাৰে পৰা *আহোম ৰাজ্যৰ পতন আৰম্ভ হয়* ।
👉 ১৭৬৯ চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হয়
*গৌৰীনাথ সিংহ*
👉 তেওঁৰ শাসনকালত যোৰহাট চহৰ নিৰ্মাণ কৰা হৈছিল
👉 যোৰহাটত আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল।
👉 *যোৰহাটেই* আছিল আহোম ৰাজ্যৰ *শেষ ৰাজধানী*
👉 তেওঁৰ শাসনকালত ১৭৮২ চনত দ্বিতীয় মোৱামৰীয়া আৰু ১৭৮৬ চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হয়। | 97 |
| 17 | *চন্দ্ৰকান্ত সিংহ*
👉 চন্দ্ৰকান্ত সিংহক পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে স্বৰ্গদেউ হিচাপে মনোনীত কৰিছিল।
👉 তেওঁ ৰাজসিংহাসনত বহোতে একেবাৰে কম বয়সীয়া আছিল।
👉 চন্দ্ৰকান্ত সিংহক ডাঙৰ নোহোৱালৈকে ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত আছিল।
👉 *বদন চন্দ্ৰ বৰফুকন* এই সময়ছোৱাত আছিল বৰফুকন।
👉 বদন চন্দ্ৰ বৰফুকনেই *মানক অসমলৈ আনিছি* ল।
👉 ১৮১৭ চনত মানে প্ৰথম অসম আক্ৰমণ কৰে
👉 ঘিলাধাৰীত যুদ্ধ সংঘটিত হৈছিল
👉 মানৰ প্ৰথম আক্ৰমণৰ সময়ত মান ৰজা আছিল
*বডৌপায়া*
👉 বদন চন্দ্ৰ বৰফুকনক *ৰূপ সিং চুবেদাৰে* হত্যা কৰিছিল।
*পুৰন্দৰ সিংহ*
👉 *আহোম সকলৰ শেষ ৰজা পুৰন্দৰ সিংহ*
👉 তেওঁক দুবাৰ ৰজা পতা হৈছিল।
👉 ১৮২৪ চনৰ ১৭ জানুৱাৰীত কাছাৰৰ বিক্ৰমপুৰত *ব্ৰিটিছ আৰু মানৰ প্ৰথম যুদ্ধ* সংঘটিত হৈছিল।
👉 *১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী* তাৰিখে *ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত* হয় *ব্ৰিটিছ আৰু মানসকলৰ* মাজত
👉 ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা এংলো -বাৰ্মিজ যুদ্ধ আনুষ্ঠানিক ভাৱে অন্ত পৰে।
👉 ইয়াণ্ডাবু সন্ধিৰ ফলতে *৬০০ বছৰীয়া আহোম শাসনৰ সমাপ্তি* ঘটে আৰু অসমত *ব্ৰিটিছ শাসনৰ আৰম্ভণি* হয়। | 98 |
| 18 | No text... | 100 |
| 19 | No text... | 117 |
| 20 | So, follow kori dibo 🙏🙏🙏 | 116 |
