ASSAM TECH HELP
Open in Telegram
5 856
Subscribers
-624 hours
-247 days
-13030 days
Posts Archive
5 856
🎁Wowo Wallet go first 🔥🤑😱
💰Get 3$ USDT ( Instant )
🎉FCFS
Sign up $3 ₹300🔥
▶️SingUp :- https://accounts.wowo.io?inviteCode=70GES8O4
- SignUp , Download App, Login
- Get 3$ Instant, Complete KYC
- DoneC
5 856
আজি ১০ তাৰিখ, অৰুণোদয়ৰ দিন। অসম চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্যৰ ৩৭ লাখ পৰিয়ালৰ মুৰব্বী মহিলাৰ একাউণ্টত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্যৰ মহিলাসকলৰ আৰ্থিক সবলীকৰণ আৰু প্ৰতিটো পৰিয়ালক স্বাৱলম্বিতাৰ দিশে আগুৱাই নিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ এই পদক্ষেপ অব্যাহত আছে। #orunodoi :- https://youtu.be/YKVjC80zpKU
https://youtu.be/YKVjC80zpKU
5 856
ৰেচন কাৰ্ডৰ পৰা নাম বাদ পৰা সদস্যৰ নাম Add কৰিবলৈ এতিয়া Online কৰক :- https://youtu.be/uUmEHVdJu1w
5 856
আহি গ'ল চৰকাৰী ঘৰৰ নতুন তালিকা ।
কেনেকৈ তালিকা ছাব পাৰিব জানিবলৈ Click কৰক :- https://youtu.be/LWLxkJkktVk
5 856
আহি আছে CMAAA 3.0
কেতিয়াৰ পৰা Online আৰম্ভ হ'ব। কি কি নথি পত্ৰ প্ৰয়োজন হ'ব।
জানি লওঁক :- https://youtu.be/G7XkjKaKKIQ
5 856
🌾 পৱিত্ৰ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। 🪔
কাতি বিহুৰ এই পৱিত্ৰ ক্ষণত সকলোৰে জীৱনলৈ সুখ-শান্তি, আনন্দ, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনক। আকাশবন্তিৰ পোহৰে প্ৰতিটো পৰিয়ালৰ জীৱন আলোকিত কৰক, পথাৰ সেউজীয়া হৈ উঠক আৰু সকলোৰে আশা-আকাংক্ষা পূৰণ হওক।
অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ এই পৱিত্ৰ উৎসৱে আমাৰ মাজত একতা, ভাতৃত্ববোধ আৰু আশাৰ নতুন পোহৰ বিলাই দিয়ক।
🙏 সকলোলৈকে কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন। 🌿✨
5 856
চৰকাৰী ট্ৰেক্টৰৰ বাবে Online আৰম্ভ হৈছে। কোনবাই কৰিব বিছাৰিলে মোৰ Telegram ত যোগাযোগ কৰক:- @Assamtechhelp0
5 856
যি সকলে Phonepe, Google pay বা Paytm আদি App's ৰ জৰিয়তে Mobile Recharge বা বিদ্যুত বিল দিয়ে সেই সাকলৰ বাবে আহিছে সু-খৱৰ। কিয়নো এতিয়া আপোনালোকে Maxpay App's জৰিয়তে কোনো ধৰণৰ চাৰ্জ নেদিয়াকৈ যিকোনো Recharge কৰিব পাৰিব। মনত ৰাখিব প্ৰতিটো Recharge ৰ বিপৰীতে 100% Cashback লাভ কৰিব।
App's Link - https://play.google.com/store/apps/details?id=com.vuvrecharge&referrer=US70023360787
Video Link -
5 856
চৰকাৰী ট্ৰেক্টৰৰ বাবে Online আৰম্ভ হৈছে।
Online আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক:- https://youtu.be/NP5cSqZCbR4
5 856
গোটৰ মহিলা সকলক 15 লাখ কৈ টকা। ব্যৱসায় কৰিবলৈ দিয়া হ'ব। Online Apply Video Link -https://youtu.be/ekpE8m8k41s
Online Register Link - https://www.asomiincubation.com
5 856
CoinDCX New Loot Instent 🔥🤑
Sign up ₹100- ₹300🔥
Refferl ₹100-₹300🔥
Link: https://invite.coindcx.com/06659149
👉 Sign up complete kyc
👉 Add bank diposit ₹250
👉 Trade BTC buy and sell instent
👉 Instent Received ₹100-₹300
Withdraw All Funds 🤑
Looto 🔥🤑
5 856
CMAAA 2.0 ৰ দ্বিতীয় কিস্তিৰ 25,000 টকা একাউণ্টত সোমোৱা আৰম্ভ হৈছে।
https://youtu.be/yl7A5mUOrcc
5 856
CMAAA 2.0 আঁচনিৰ ₹25,000 Massage আহি গ'ল। আপোনাৰ আহিছে নে নাই। যদি আহিছে Like এটা কৰক।
Video Link - https://youtu.be/19SvFh2-n1s
