uk
Feedback

Не попадись на ботовода! Telemetrio знаходить і позначає такі канали мітками 👉 Хочеш бачити мітку, оформляй підписку

E - LEARN CRYPTO

E - LEARN CRYPTO

Відкрити в Telegram
1 746
Підписники
+324 години
+67 днів
+530 днів
Архів дописів
Eman small point tur pora uthibo buli vobai nasilu.. And tar porai uthi gol Eyakei trading koi.

photo content

SL TAKING
SL TAKING

Ekdm small rejection. E kam koribo nalagisile. Lets see
Ekdm small rejection. E kam koribo nalagisile. Lets see

Xauusdt focus on short
Xauusdt focus on short

📈 অসমীয়া ট্ৰেডিং ই-বুক (Trading eBook in Assamese) হেলো ট্ৰেডাৰ্ছ! 👋 আমি যিখিনি টেকনিক আৰু কনচেপ্ট ব্যৱহাৰ কৰি প্ৰতিদিনে লাইভ মাৰ্কেটত ট্ৰেড লওঁ, সেই গোটেইখিনিয়েই এই কিতাপখনত অতি সহজ আৰু সলসলীয়াকৈ বুজাই দিয়া হৈছে। আজিও আমি যিটো ট্ৰেড ল'লোঁ, সেয়াও সম্পূৰ্ণৰূপে এই কিতাপখনৰ কনচেপ্টৰ ওপৰত ভিত্তি কৰিয়েই লোৱা হৈছে। 🎯 এই কিতাপখন কাৰ বাবে উপযোগী? যিসকলে ইতিমধ্যে মাৰ্কেটত ট্ৰেড কৰি আছে, কিন্তু মাৰ্কেটৰ গতিবিধি ভালদৰে বুজি পোৱা নাই। যিসকলে সঠিকভাৱে মাৰ্কেট ট্ৰেণ্ড (Trend) ধৰিব পৰা নাই বা এণ্ট্ৰি কেচ কৰাত সমস্যা পাইছে। যিসকলে Pinpoint Entry, Proper Stop-Loss আৰু Target বিচাৰি ফুৰিছে। যিসকলে মাৰ্কেটৰ Price Action নিখুঁতভাৱে শিকিব বিচাৰে। যিসকলে ট্ৰেডিংৰ Basic to Advanced স্তৰলৈ সম্পূৰ্ণ জ্ঞান ল'ব বিচাৰে। যিসকলে Liquidity আৰু SMC (Smart Money Concepts) বুজি কাম কৰিব বিচাৰে। এই সকলোবোৰ এডভান্স কনচেপ্ট আৰু সঠিক গাইডেন্স আমাৰ মাতৃভাষা অসমীয়াত অতি ধুনীয়াকৈ বুজাই দিয়া হৈছে। 🌐 এখন কিতাপতে সকলো মাৰ্কেট কভাৰ: ইণ্ডিয়ান মাৰ্কেট (Options & Equities) ক্ৰিপ্টো ট্ৰেডিং (Crypto) ফৰেক্স ট্ৰেডিং (Forex) আপুনি যিকোনো মাৰ্কেটতে কাম নকৰক কিয়, এই একেখিনি নিয়ম আৰু কনচেপ্টেই সকলোতে কামত আহিব। অসমীয়াত ইমান সহজ-সৰলকৈ তৈয়াৰ কৰা প্ৰথমখন সম্পূৰ্ণ ট্ৰেডিং গাইডবুক এয়াই। 🔥 লিমিটেড অফাৰ (Limited 50% Off): আমাৰ পৰিয়াল, চিনাকি আৰু ট্ৰেডিং গ্ৰুপৰ সকলোৱে যাতে সহজে সংগ্ৰহ কৰিব পাৰে, তাৰ বাবে মাত্ৰ কেইদিনমানৰ কাৰণে কিতাপখনৰ মূল্য ৫০% ৰেহাইত মাত্ৰ ১৯৯ টকাত (Only ₹199) উপলব্ধ কৰা হৈছে! ⚠️ এই মাহটো শেষ হোৱাৰ পিছত কিতাপখনৰ মূল্য বৃদ্ধি কৰা হ'ব। গতিকে পলম নকৰি এতিয়াই আপোনাৰ কপি সংগ্ৰহ কৰি লওক!

photo content

Голосове повідомлення04:24

📢 হেল্লো ট্ৰেডাৰ্ছ (Hello Traders)! ✨ ফাইনালি আজি আমি গোল্ডত (XAUUSD) এটা প্লেনিং কৰিলোঁ আৰু ট্ৰেডটো সঠিকভাৱে এক্সিকিউট কৰি খুব ধুনীয়া প্ৰফিট বুক কৰিলোঁ। 🎯 চাবলৈ গ'লে আমাৰ প্ৰপাৰ টাৰ্গেট হিট হ'ল। কিন্তু যিহেতু মই বাহিৰত আছিলোঁ আৰু ড্ৰাইভিং কৰি আছিলোঁ, সেয়ে ভাবিলোঁ যে 1:1.5 ৰ পৰা মাৰ্কেট উভতি গ'লে বেয়া লাগিব। তদুপৰি মাজবাটত নেটৱৰ্ক নোপোৱা কিছুমান এৰিয়াও আছে— য'ত নেটৱৰ্ক গুচি গ'লে মই একো কৰিব নোৱাৰিলোঁহেঁতেন। দ্যাটচ হোৱাই ৰিস্ক নলৈ মই 1:1.5 ত প্ৰফিট বুক কৰি দিলোঁ। 💼 আজিৰ দিনটোৰ অপদেট: ☀️ ৰাতিপুৱা মোৰ ফাণ্ডিং একাউণ্টত ফ্ৰাষ্ট এটা ট্ৰেড লৈছিলোঁ য'ত প্ৰফিট বুক কৰা হৈছিল। 🚫 তাৰ পিছত দিনটোত ক্ৰিপ্টো বা গোল্ডত কোনো ধৰণৰ ট্ৰেড লোৱা হোৱা নাছিল। মা হতৰ সৈতে কিবা কাম থকা বাবে টাউনৰ ফালে ওলাই গৈছিলোঁ। ⏱️ মাৰ্কেট চাইকোলজি আৰু লাইভ আপডেট : ⏰ সন্ধিয়া 6:15 বজাত (প্ৰথম মেছেজ): মই জনাইছিলোঁ যে— XAUUSD বাই-ছাইডৰ ফাৰ্ষ্ট লিকুইডিটি ল'লে 5 মিনিটত ছেলিং আহিব পাৰে। 💡 ইয়াৰ অৰ্থ এইটো নহয় যে মই লগে লগে ছেল কৰি দিওঁ! প্ৰতিটো মেছেজৰ জৰিয়তে মই আপোনালোকক এইটোৱেই বুজাওঁ যে মাৰ্কেটত আমি কেতিয়া আৰু কেনেদৰে প্লেন কৰোঁ। লগে লগে ট্ৰেড পোৱা নাযায়, মাৰ্কেট ষ্ট্ৰাকচাৰ চিফ্ট হৈছে নে নাই, ব্ৰেক অফ ষ্ট্ৰাকচাৰ (BOS) হৈছে নে নাই— এই সকলোবোৰ ধৈৰ্য্যৰে চাব লগা হয়। ⏰ সন্ধিয়া 6:36 বজাত (দ্বিতীয় মেছেজ): মাৰ্কেটে লিকুইডিটি ল'লে ঠিকেই, কিন্তু যিটো ক্লজিং দিলে তাত সাধাৰণতে ট্ৰেপ (Trap) থাকে। গোটেই দুনিয়াক যিটো ক্লজিং দেখুওৱা হয় যে মাৰ্কেট এতিয়া ছেলিং বা বাইঙত যাব, তাত প্ৰায়ে সাধাৰণ ট্ৰেডাৰ ট্ৰেপ হয় আৰু মেইন অপাৰেটৰে খেল খেলে। গতিকে মই লিখিছিলোঁ— ক্লজিং ঠিকেই আছে, কিন্তু অলপ ডাঙৰ কেণ্ডেল, পচন্দৰ কেণ্ডেল নহয়। ⏰ সন্ধিয়া 6:47 বজাত (তৃতীয় মেছেজ): ষ্টপ লছ (🛑 SL) যদি সৰুকে বনিলেহেঁতেন তেতিয়া চালোঁহেঁতেন। কিন্তু যিহেতু কেণ্ডেল আৰু SL পছন্দ নহ'ল, আমি ট্ৰেডটো এভইড কৰিলোঁ আৰু ঠিক কৰিলোঁ যে অপাৰ লিকুইডিটি ল'লেহে পৰৱৰ্তী সময়ত চাম। 📈 ট্ৰেড চেটআপ আৰু প্ৰাইজ একচন লজিক (নিশা 8:03 বজা): মই মেছেজ দিলোঁ— ব্ৰেকআউট দিলে পুলবেকত বাই (🟢 BUY) কৰিম। এতিয়া প্ৰশ্ন হ'ল— আগতে চেলিং ভবাৰ পিছত হঠাতে বাই কিয় কৰিলোঁ? 📘 প্ৰাইজ একচনৰ মূল কাৰণ (গাইডবুক অনুসৰি যি খন মই আপোনালোকক দিছোঁ। ): 🔍 ব্ৰেক অফ ষ্ট্ৰাকচাৰ (BOS): আমাৰ লিকুইডিটি পইন্টৰ ওপৰত মাৰ্কেটে ক্লজিং দিলে। মই লগে লগে ব্ৰেকআউট বা ফেইকআউট বুলি এন্ট্ৰি লোৱা নাই। মাৰ্কেট তললৈ আহিল আৰু যিটো ৰেজিষ্টেন্স ব্ৰেক কৰিছিল, ঠিক সেই ৰেজিষ্টেন্সটোতে সুন্দৰভাৱে চাপোৰ্ট (Support) ল'লে। price action follow 🕯️ কেণ্ডেলষ্টিকে কনফাৰ্মেশ্বন: চাপোৰ্ট লৈ ধুনীয়াকৈ পিনবাৰ (Pinbar) বা ডজি (Doji) বনাই হাইটো ব্ৰেক কৰিলে— অৰ্থাৎ ব্ৰেক অফ ষ্ট্ৰাকচাৰ সম্পূৰ্ণ হ'ল। ইয়াৰ অৰ্থ মাৰ্কেট ট্ৰেণ্ড কন্টিনিউ হ'ব। jitu moi kitap khonot disu . 📉 পুলবেক আৰু এন্ট্ৰি: 3 মিনিটৰ টাইমফ্ৰেমত 9/15 EMA লৈ পুলবেক দিলে আৰু পুনৰ এটা Doji ক্ৰিয়েট কৰিলে। 🟢 Buy Entry: সেই Doji ডালৰ High ব্ৰেক কৰাৰ লগে লগে। (মেছেজত মই High Risky বুলি উল্লেখ কৰিছিলোঁ) 🛑 Stop Loss (SL): Doji ডালৰ তলৰ পইন্টত। 🎯 Target: পূৰ্বৰ মূল হাই (High) পইন্টলৈকে। next liquidty 📊 মাৰ্কেট মুভমেন্ট আৰু চাৰ্ট কম্পেৰিজ্যন: মাৰ্কেট আপ-ডাউন হোৱাৰ পিছত 1:1.5 টাৰ্গেট পোৱাৰ লগে লগে মই মোৰ প্ৰফিট লক কৰি ওলাই আহিলোঁ। jihetu moi bahirot asilu. 💡 TradingView VS CoinDCX: কেতিয়াবা এই দুয়োখন চাৰ্টৰ মাজত সামান্য পাৰ্থক্য দেখা যায়। কিন্তু যদি আপুনি লক্ষ্য কৰে— CoinDCX চাৰ্টত Doji ডালৰ হাই ব্ৰেক হোৱাৰ পিছত আমাৰ 🛑 SL হিট হোৱাই নাই, মাৰ্কেটে ডাইৰেক্টলি টাৰ্গেট দি দিছে। ঠিক একেদৰে TradingView চাৰ্টতো আমাক প্ৰায় সম্পূৰ্ণ টাৰ্গেট দি দিলে। ✅ সামৰণি: ট্ৰেডটো আমাৰ বাবে অতি চিম্পল আৰু ক্লিয়াৰ আছিল। কিন্তু এটা কথা সদায় মনত ৰখা উচিত— মাৰ্কেটত কেৱল কেণ্ডেল চালেই নহ'ব, প্ৰপাৰ ষ্ট্ৰাকচাৰ, লিকুইডিটি আৰু পেচেঞ্চ (ধৈৰ্য্য) ৰখাটো আটাইতকৈ ডাঙৰ কথা!

Coin dcx ✅🧿 tp done
Coin dcx ✅🧿 tp done

Done
Done

1:2 done ✅

photo content

Just book

Im done
Im done

photo content

90 PIPS DONE SAFE CAN START BOOKING PROFITS OKK

3 mnt time frm okk

High risky
High risky

Breakout .. pullback t buy plan
Breakout .. pullback t buy plan