E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 729
Підписники
-1024 години
-487 днів
-16930 день
Архів дописів
Very very risky analysis
Banknifty 60200 put above 370 move expected..
🔰 My view only.
Market is not good for trading today
Powerful Trading Rules 👇
🔹 মাৰ্কেট আপোনাৰ মতে ন’চলিলে জোৰকৈ Trade নল’ব
🔸 Setup নাথাকিলে No Trade, Just Wait
🔺 Trade লোৱাৰ আগতে সদায় চাওক —
কিমান টকা যাব?
সেই টকা হেৰুৱালেও আপুনি সামৰ্থ আছে নে নাই?
🔻 যদি Stop Loss সামৰ্থ নাই,
তেন্তে নলব
⬛️ সদায় Risk-Reward Ratio maintain কৰক
👉 একদম Disciplined Trader হওক
⏰ ১-২ ঘণ্টা Maximum মাৰ্কেটত বহিব।
তাৰ পৰা বেছি সময় স্ক্ৰিন আগত নাথাকিব।
💰 নিৰ্দিষ্ট Profit হ’লে দিনটোত Close কৰক।
📉 নিৰ্দিষ্ট Loss হ’লে দিনটোত Stop কৰক।
⚠️ মাৰ্কেটৰ লগত কেতিয়াও যুঁজ নিদিব।
📊 মাৰ্কেট Analysis সহজকৈ কৰক।
বেছি টাফ কৰি নিজকে Confuse নকৰিব।
📍 এটা বা দুটা Strong Zone বাছি লওক।
সেই Zoneতেহে Trading কৰাৰ চেষ্টা কৰক
🎯 Proper Stop Loss আৰু Target লৈ Wait কৰক
❗ Systemত SL লগাব লাগিবেই এনে নহয় —
Manual Control কৰিব পাৰে
☝️ আপোনাৰ আঙুলিটো আপোনাৰ Stop Loss হব লাগে
💥 যদি ভাবিছে —
২০০০ টকা Lossত ওলাম → ২০০০ হলেই Cut কৰক।
৩০০০ টকা পৰ্যন্ত Wait কৰিম ভাবিছে → Discipline maintain কৰক
🚫 য’তে ত’তে Buy-Sell নকৰিব
✔️ দিনটোত ১-২টা Good Trade যথেষ্ট
🧘♂️ ধৈৰ্য্য থাকিলে Definitely আপুনি Successful Trader হ’ব🚀
📌 ট্ৰেডিং কৰোঁতে মন কৰিবলগীয়া কথা
💚 ফাষ্ট এন্ট্ৰি আৰু ফাষ্ট এক্সিট থাকিলে
প্ৰফিট বেছি হয় আৰু লচ কম হয়।
🔵 স্ল’ বা হেং নকৰা ডিমেট একাউণ্ট ব্যৱহাৰ কৰাটো অতি জৰুৰী।
💚 স্কেল্পিং আৰু স্মুথ ট্ৰেডিংৰ বাবে
বেষ্ট ডিমেট একাউণ্ট বাছনি কৰা লাগিব।
🔵 দুটা ভাল ডিমেট একাউণ্ট –
💚 Bajaj Broking - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
And 🔰
🔵 Dhan - https://huf.dhan.co/?join=PRITOM
🔵 মোবাইল, লেপটপ আৰু ডেস্কটপ
— সকলো ডিভাইচতেই দুটাই ভালকৈ কাম কৰে।
💚 স্কেল্পিঙৰ কাৰণে দুটাই একদম বেষ্ট।
🔵 একাউণ্ট অপেন সম্পূৰ্ণ ফ্ৰী
— একো পইচা দিব নালাগে।
💚 যিয়ে এতিয়ালৈকে খোলা নাই
— আজিয়েই নিজৰ ডিমেট একাউণ্ট খুলি লওক।
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
