E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 764
Підписники
-1024 години
-317 днів
-14630 день
Архів дописів
🚀 Hello Traders...
👉 এটা কথা মই আগৰে পৰা কৈ আহিছোঁ
— marketত যি দেখা যায়, সকলো opportunity নহয়। এতিয়া যদি ভালকৈ observe কৰে, marketটো sideways চলি আছে,
কিছুমান জেগাত বহুত clean আৰু attractive candles বনিছে। আৰু ইয়াতেই বেছিভাগ new traders ভুল কৰে, candle দেখিলেই তৎক্ষণাত buy বা sell কৰি দিয়ে।
⚠️ তাৰ পিছত কি হয় — কেতিয়াবা profit হয়, তেতিয়া লাগে যেনে ঠিকেই কৰি আছোঁ, কিন্তু কেতিয়াবা lossো হয়। কিন্তু এইটো trading নহয়, gamblingলৈ convert হৈ যায়।
💡 প্ৰথমে trading বহুত interesting লাগে,
₹200, ₹500, ₹1000 এনেকুৱা profit আহিলে excitement বেছি থাকে। কিন্তু লাহে লাহে যেতিয়া loss বাঢ়ে, profitৰ দিন কমে, আৰু account কেইবাবাৰ wipeout হয়, তেতিয়া আচল pictureটো বুজা আৰম্ভ হয়।
👉 তাৰ পিছত যেতিয়া trader জনে —
বাৰে বাৰে নতুন strategy বিচৰা বন্ধ কৰে, আৰু নিজৰ এটা system বা setup বনায়।
আৰু তেতিয়া trading টো হৈ যায় boring আৰু trader জন profitable 🤑
📌 এতিয়া setup বা system মানে কি? simple — entry ক’ত ল’ব, stop loss ক’ত দিব, আৰু target ক’ত ৰাখিব, এইবোৰ আগতেই clear থাকে।
👉 সকলোৰে setup একে নহয়, কিছুমানে specific moveলৈ wait কৰে, কিছুমানে particular candle pattern চাই trade লয়, কিছুমানে support-resistance follow কৰে, কিন্তু যি হওক নিজৰ এটা fixed logic থাকিবই লাগিব।
😴 আৰু এটা সত্য কথা — যেতিয়া আপুনি actual system follow কৰিবলৈ আৰম্ভ কৰিব, tradingটো boring লাগিবলৈ আৰম্ভ কৰিব। কেতিয়াবা ঘণ্টা ধৰি বহি থাকিব লাগিব, trade নাপাব, কেতিয়াবা গোটেই দিনটো no trade।
💰 কিন্তু ঠিক এই সময়ৰ পৰাই এজন trader profitable হ’বলৈ start কৰে, কাৰণ তেওঁ random trade নলয়।
📊 বৰ্তমান market sideways আছে, সেইকাৰণে আমি wait কৰি আছোঁ proper setupৰ বাবে। যদি আপুনি already trade লৈছে আৰু profitত আছে, তেনেহ’লে book কৰিব পাৰে। যদি new হয়, তেনেহ’লে hurry নকৰিব।
📲 তলত দিয়া demat accountsত account open কৰি ধীৰে ধীৰে start কৰিব পাৰে। trade লোৱাৰ পিছত screenshot share কৰিব, তাৰ পৰা আমি কিছুমান active traders select কৰি আমাৰ trading clubত add কৰিম, য’ত আমি একেলগে live analysis আৰু live trading কৰিম। মাজে মাজে
🛑 শেষতে এটাই কথা — overtrading নকৰিব, risk management ignore নকৰিব, নহ’লে marketে hard wayত শিকাব।
🚀 setup বনিলে মই update দিম, তেতিয়ালৈ calm থাকক, শিকি থাকক আৰু smart trade কৰক।
✅ FULL RISK MANAGEMENT
✅ LEVERAGE PROFITABLE STRATEGY
FULL EXPLAIN - WAYCH NOW
👉 WATCH NOW 🧿🧿
VALKE SAI LOBO HOKOLUE.
NOW START KORIM ETA ETA KOI
👉 https://youtu.be/3T-PUT6MWLY?si=pHUROXSz01HzJsUk
SOBEI ETA LIKE AND COMMENT DIBO BULI AKHA KORILU.
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
