E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 784
Підписники
Немає даних24 години
-427 днів
-14130 день
Архів дописів
বহুতে Instagram t message kori ase je mur id tu pua nai directly message r babe
👉 @pritom93
Eitut message koribo.
Wait For Your Trade setup ✅
Check Your Account Status ✅
Decide your Loss Limit ✅
And Do Trade with Responsibility 🙏
Trading Journal maintain কৰাৰ এটা ডাঙৰ benefit হৈছে —
ইয়াৰ পৰা আপুনি নিজৰ actual accuracy বুজি পাব।
কোন setup consistently profit দিছে,
কোন setup fake breakout দিছে,
কোন দিন market condition ভাল আছিল,
আৰু কোন setup এ কিমান RR (Risk Reward) দিছে — এই সকলো clear হৈ যায়।
ধৰি লওক —
• Setup A এ ১০টা tradeত ৭টা win দিছে
• Setup B এ বেছি loss দিছে
• কোনো setup sideways marketত fail কৰিছে
তেতিয়া আপুনি blindly trade নকৰি data অনুযায়ী decision ল’ব পাৰিব।
তাৰ পিছত next week বা next tradeত
“কোন setup use কৰিম?”
এই confusion কমি যায়।
এইদৰে ধীরে ধীরে যেতিয়া আপোনাৰ ওচৰত এটা strong record তৈয়াৰ হ’ব,
তেতিয়া আপুনি নিজেই বুজি যাব —
কোন setup আপোনাৰ personality আৰু market conditionৰ বাবে best।
Professional trader সকলে guess কৰি trade নলয়,
তেওঁলোকে data analyse কৰি trade লয়। 📊
আজ মার্কেট অফ আছে, কিন্তু তাৰ মানে এই নহয় যে আজিৰ দিনটো নষ্ট কৰিব লাগে।
Trade ল’ব নোৱাৰিবা ঠিকেই, কিন্তু আজিৰ দিনটো improvement ৰ বাবে use কৰিব পাৰিবা।
এইখনেই best time নিজৰ trading analyze কৰাৰ।
এই সপ্তাহত যি যি trade লৈছিলা, সেইবোৰ একেবাৰে detailত review কৰা।
• ক’ত entry ভুল হৈছিল
• Stoploss মানি চলিছিলা নে নাই
• Emotionally trade লৈছিলা নেকি
• কোন rules follow কৰা নহ’ল
• Overtrading কৰিছিলা নেকি
• Revenge trading হৈছিল নেকি
এইবোৰ honestly লিখা।
তাৰ পিছত Trading Journal maintain কৰা আৰম্ভ কৰা।
প্ৰতিটো trade লিখা —
• কোন setup use কৰিছিলা
• Entry কিয় লৈছিলা
• Risk Reward কিমান আছিল
• Profit/Loss কিমান হ’ল
• Setupৰ accuracy কিমান আহিছে
মনত ৰাখিবা —
Real trader market off থাকিলেও improve কৰি থাকে।
Analysis আৰু discipline ই long term profit আনে। 📈
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
